সংঘৰ্ষৰ পাছতে ভস্মীভূত ছুইফ্ট ডিজায়াৰ-এল্ট’ বাহন, অগ্নিদগ্ধ হৈ মৃত্যু এল্ট’ চালকৰ
নিউজ ডেস্ক। ৰাজ্যিক ঘাইপথত ভয়ংকৰ সংঘৰ্ষত ছুইফ্ট ডিজায়াৰ আৰু এল্ট’ বাহনৰ। সংঘৰ্ষৰ পাছতে জ্বলি ভস্মীভূত দুয়ােখন বাহন। জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু এল্ট’ বাহনৰ চালকজনৰ। মাজনিশা এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত বাখলগাঁৱৰ ৰাজ্যিক ঘাইপথত। এই ভয়ংকৰ দুৰ্ঘটনাত আহত হয় চাৰিজন লোক। বঙাইগাঁও-উত্তৰ শালমাৰা সংযোগী ৰাজ্যিক পথছোৱাত থকা এটা কেঁকুৰিত … Read more