চুইফ্ট ডিজায়াৰ সৈতে সংঘৰ্ষৰ পাছত মৃত্যু স্কুটী আৰােহী স্বাস্থ্যকৰ্মীৰ, আহত পুত্ৰ
নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাত এগৰাকী মহিলা স্বাস্থ্যকৰ্মীৰ অকালতে মৃত্যু। দুৰ্ঘটনাত নিহত সংগীতা ভট্টাচাৰ্য (৪০) নামৰ এগৰাকী স্বাস্থ্যকৰ্মী। দুৰ্ঘটনাত আহত পুত্ৰ কৌশিকাে। ঘটনাৰ স্থান শিলচৰৰ উদাৰবন্দ। নিহত সংগীতা ভট্টাচাৰ্যৰ ঘৰ উদাৰবন্দৰ চালগংগাত। সংগীতা ভট্টাচাৰ্য জানিব পৰা মতে, নিজৰ স্কুটীত উঠি কৰ্তব্যস্থলীৰ পৰা নিজ ঘৰলৈ পুত্ৰ সৈতে যাত্ৰা কৰিছিল সংগীতা ভট্টাচাৰ্যই। যাত্ৰাপথত ভিআইপি পথৰ উদাৰবন্দ … Read more