ভাগ্য! নিশাটোৰ ভিতৰতে লাখপতি হ’ল এজন টেম্প’ চালক

নিউজ ডেস্ক। চিমেন্টৰ বস্তাত এটা কুপন লাভ কৰি নিশাটােৰ ভিতৰতে লাখপতি হৈ পৰিল এজন লােক। এই সৌভাগ্যৱান লােকজন হৈছে নলবাৰী জিলাৰ বৰভাগ-বিজুলীঘাটৰ এগৰাকী টেম্প’ চালক। নাম মজিবুৰ আলী। এই ঘটনাৰ পাছতে টেম্প’ চলাই কোনোমতে পৰিয়ালক পোহপাল দিয়া দৰিদ্ৰ পৰিয়ালটোত এতিয়া সীমাহীন আনন্দৰ জোৱাৰ উঠিছে। হঠাতে লাখপতি হোৱা খবৰটো যেন বিশ্বাস কৰিব পৰা নাই টেম্প’ চালক … Read more

প্ৰৱঞ্চনা! আৰক্ষীৰ জালত মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ নেতা খাইৰুল ইছলাম

নিউজ ডেস্ক। আৰক্ষীৰ জালত পৰিল এজন প্ৰৱঞ্চক। মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ নামনি অসমৰ প্ৰভাৰী খাইৰুল ইছলাম আৰিফক গ্ৰেপ্তাৰ গােৱালপাৰা আৰক্ষীৰ। অভিযােগ অনুসৰি, দীৰ্ঘদিন ধৰি এই সংগঠনৰ নাম লৈ বহু অনৈতিক কাৰ্যৰ সৈতে জড়িত হৈ আছিল খাইৰুল। বিশেষকৈ নামনি অসমৰ সাংগঠনিক দায়িত্ব পোৱাৰ পিছত অনৈতিকভাৱে জধে-মধে ধন দাবী কৰি এক প্ৰকাৰ আতংকৰ সৃষ্টি কৰিছল নেতাগৰাকীয়ে। উল্লেখ্য যে … Read more

১ লাখতকৈ অধিক আয় কৰা লোকক ৰেছন কাৰ্ড এৰিবলৈ আহ্বান যােগানমন্ত্ৰীৰ

নিউজ ডেস্ক। ৰাজ্যৰ যােগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আহ্বান। বছৰি ১ লাখতকৈ অধিক আয় কৰা পৰিয়ালে স্বেচ্ছাই ত্যাগ কৰক ৰেছন কাৰ্ড। শনিবাৰে ধুবুৰীত উপস্থিত হৈ এক সংবাদমেল যােগে এই আহ্বান মন্ত্ৰীগৰাকীৰ। উল্লেখ্য যে ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে মন্ত্ৰী ৰঞ্জিত দাসে ধুবুৰীৰ আৱৰ্ত ভৱনত এক সংবাদ মেল সম্বােধন কৰে। উক্ত সংবাদ মেলতে মন্ত্ৰীগৰাকীয়ে জিলাখনত চলি থকা … Read more

ক’ভিড-১৯ত পিতৃ-মাতৃক হেৰুওৱা ৩ ভগ্নীৰ কাষত বিধায়ক পৰমানন্দ ৰাজবংশী

নিউজ ডেস্ক। এক মৰ্মান্তিক ঘটনা। ক’ভিড-১৯ত মাত্ৰ ২১ দিনৰ ব্যৱধানত পিতৃ-মাতৃক চিৰদিনৰ বাবে হেৰুৱাই সৰ্বস্বান্ত হ’ল ৩ ভগ্নী। দৰং জিলাৰ ছিপাঝাৰৰ ওপৰ কুৰুৱাত সংঘটিত হৈছে এই কৰুণ ঘটনা। এই বাতৰি প্ৰকাশ পােৱাৰ পাছতে মৃত দম্পতীহালৰ ৩ কন্যা সন্তানৰ খবৰ ল’বলৈ তেওঁলােকৰ ঘৰত উপস্থিত হ’ল স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী। বিধায়কগৰাকীয়ে ঘৰত উপস্থিত হৈ পিতৃ-মাতৃহাৰা তিনিজনী কন্যাক … Read more

ভয়ংকৰ! দলঙৰ ৰেলিঙত উঠিল তীব্ৰবেগী ট্ৰাক, কথমপি প্ৰাণৰক্ষা চালক-হেণ্ডিমেনৰ

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা দলঙৰ ৰেলিঙত খুন্দিয়ালে তীব্ৰবেগী ট্ৰাকে। সৌভাগ্যক্ৰমে নৈত নপৰিল ট্ৰাকখন। অৱশ্যে ট্ৰাকখন উঠিল দলঙৰ ৰেলিঙত। এই ঘটনাৰ স্থান কৰিমগঞ্জ জিলাৰ কৰিমগঞ্জ পােয়ামাৰা বাইপাছ। জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা কৰিমগঞ্জ বাইপাছৰ কাকৰা নদী ওপৰত থকা দলঙত সংঘটিত হয় এই দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিঙত খুন্দিয়ায় তীব্ৰবেগী ট্ৰাক … Read more

মহিলাই একেলগে জন্ম দিয়া ৪ শিশুক ডেৰ মাহৰ অন্তত হাস্পতালৰ পৰা অব্যাহতি চিকিৎসকৰ

নিউজ ডেস্ক। অৱশেষত প্ৰায় ডেৰ মাহৰ অন্তত হাস্পতালৰ ICU ৰ পৰা পিতৃ-মাতৃ তথা আত্মীয়ৰ কােলাত উঠি স্বগৃললৈ গ’ল ৪ যমজ শিশু। উল্লেখ্য যে যােৱা ২৮ এপ্ৰিলত ৰঙিয়াৰ স্বস্তি হাস্পতালত ধুবুৰীৰ দম্পতী নিতেশ সৰকাৰ আৰু সুবৰ্ণা ঘােষৰ পৰিয়াললৈ একেলগে আহিছিল ৪ শিশু। ইয়াৰে দুটা ল’ৰা সন্তান হোৱাৰ বিপৰীয়ে আন দুটা সন্তান আছিল কন্যা। হাস্পতালখনৰ পৰিচালন সঞ্চালক … Read more

মৰ্মান্তিক! ক’ভিড-১৯ত পিতৃ-মাতৃক হেৰুৱাই দিশহাৰা ৩ কন্যা সন্তান

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। ক’ভিড-১৯ত ২১ দিনতে পিতৃ-মাতৃক হেৰুৱালে ৩ কন্যাই। এই কৰুণ ঘটনা সংঘটিত হৈছে দৰং জিলাৰ ছিপাঝাৰৰ ওপৰ কুৰুৱাত। জানিব পৰা মতে, কুৰুৱা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী দীপালী দাসৰ যােৱা ২১ মে’ত মৃত্যু হৈছিল। সেই সময়ত স্বামী চিকিৎসালয়ত থকাৰ সময়তে হঠাতে অসুস্থ হৈ পৰিছিল মহিলাগৰাকী। চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও স্বাস্থ্যৰ দ্ৰুত … Read more

হাতত ‘Made in China’ পিষ্টল, দামী গাড়ী লৈ ছাগলী চুৰি কৰিবলৈ আহি এই অৱস্থা হ’ল চােৰৰ…

নিউজ ডেস্ক। হাতত Made in China মাৰ্কা এটা পিষ্টল। দামী ছুইফ্ট ডিজায়াৰ বাহন লৈ আহিল চােৰৰ এটা ৩ জনীয়া দল। লক্ষ্য ছাগলী চুৰি। পিচে দিন বেয়া আছিল চােৰ কেইটাৰ! ৩ টাকৈ ছাগলী চুৰি কৰি গাড়ীত উঠালে যদিও সাৰি যাব নােৱাৰিলে ৰাইজৰ চকুৰ পৰা। তাৰ পাছত পিষ্টল, ছাগলী আৰু গাড়ী এৰি পলায় পত্ৰং দিলে চােৰ কেইটাই। … Read more

ৰাখে হৰি… নৈৰ সােঁতত উটি যোৱা বয়ােজ্যেষ্ঠ মহিলাক ২০ কিলোমিটাৰ নিলগত জীৱন্তে উদ্ধাৰ

নিউজ ডেস্ক। ৰাখে হৰি মাৰে কােনে… মাৰে হৰি ৰাখে কােনে… নৈৰ কােবাল সােঁতত উটি গ’ল এগৰাকী বয়ােজ্যেষ্ঠ মহিলা। মহিলাগৰাকীক লৈ সৃষ্টি হ’ল এক হাহাকাৰ পৰিৱেশ। কিন্তু সৌভাগ্যক্ৰমে ঘটনাস্থলীত পৰা সুদূৰ ২੦ কিলােমিটাৰ নিলগত জীৱন্তে উদ্ধাৰ হ’ল মহিলাগৰাকী। এই ঘটনাৰ স্থান নলবাৰী জিলাৰ বৰমুৰিকনা। মহিলাগৰাকীৰ নাম সুবলা ডেকা। বয়স ৫৫ বছৰ। উল্লেখ্য যে সুবলা ডেকাই পুৱাই … Read more

ভাৰতীয় সেনাৰ প্ৰাক্তন বিষয়া ৰঞ্জিৎ ৰাজকোঁৱৰৰ দেহাৱসান

নিউজ ডেস্ক। ভাৰতীয় সেনাবাহিনীৰ প্ৰাক্তন সেনা বিষয়া তথা বিশিষ্ট সমাজকৰ্মী ৰঞ্জিৎ ৰাজকোঁৱৰৰ দেহাৱসান। জানিব পৰা মতে, চৰাইদেউ জিলাৰ অন্তৰ্গত পাটসাঁকো লাকুৱা অঞ্চলৰ বাসিন্দা ৰঞ্জিৎ ৰাজকোঁৱৰ বিগত কিছুদিন ধৰি ৰােগাক্ৰান্ত আছিল। প্ৰয়াত ৰাজকোঁৱৰ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৯৬ চনত ভাৰতীয় সেনা বাহিনীৰ চুবেদাৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত পাটসাঁকােত নিগাজিকৈ থাকিবলৈ … Read more