অথলে গ’ল নিহাৰিকাৰ চেষ্টা, ক’ভিডে প্ৰাণ ল’লে শহুৰেক থুলেশ্বৰ দাসৰ…
নিউজ ডেস্ক। বোৱাৰীৰ দায়িত্ব পালন কৰি সামাজিক মাধ্যমত সমাদৰ লাভ কৰিছিল নগাঁও জিলাৰ বােৱাৰী নিহাৰিকা দাসে। ৰহাৰ ক’ভিড আক্ৰান্ত শহুৰেকক অসুস্থ অৱস্থাত বোকোচাত তুলি লৈ গৈছিল চিকিৎসালয়লৈ। সামাজিক মাধ্যমত মুহূৰ্ততে ভাইৰেল হৈ পৰা এই ঘটনাৰ দৃশ্যই সকলোৰে অন্তৰ চুই গৈছিল। কিন্তু যেন অথলে গ’ল বোৱাৰী নিহাৰিকাৰ সেই চেষ্টা। অৱশেষত মৃত্যুক সাৱটিলে নিহাৰিকা দাসৰ শহুৰেক থুলেশ্বৰ … Read more