অৰ্দ্ধ তলাবন্ধৰ মাজতে নিম্নগামী ক’ভিডৰ পৰীক্ষা, এদিনত মৃত্যু ৭৬ জনৰ
নিউজ ডেস্ক। শেহতীয়াকৈ ৰাজ্যত প্ৰতিদিনে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণত নিতৌ প্ৰাণ হেৰুৱাইছে অৰ্ধ শতাধিক লােকে। বৃহস্পতিবাৰে ৭৫ জনৰ মৃত্যুৰ পাছত শুকুৰবাৰে পুনৰ ৭৬ জনৰ ক’ভিডত মৃত্যু হয়। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইটাৰত প্ৰকাশ কৰে এই উদ্বেগজনক তথ্য। স্বাস্থ্য মন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি, দিনটােত নতুনকৈ ক’ভিডত আক্ৰান্ত হােৱা লােকৰ সংখ্যা ৪,੦৭৮ জন। ইয়াৰে গুৱাহাটীত আক্ৰান্তৰ সংখ্যা ১,১੦৭ জন। … Read more