নিৰ্বাচনৰ পূৰ্বে ছবিগৃহলৈ আহি আছে জুবিনৰ ‘ৰাজনীতি’! মুকলি হ’ল টিজাৰ

ৰাজনীতি

অহা ২৬ মাৰ্চত ছবিগৃহত মুক্তি পাব জুবিনৰ ‘ৰাজনীতি’ নিউজ ডেস্ক। অসমীয়া ছবি জগতৰ বাবে এক সুখবৰ! অহা ২৬ মাৰ্চত ছবিগৃহত মুক্তি পাব নতুন অসমীয়া ছবি ‘ৰাজনীতি’ ৷ ৰামধেনু প্ৰডাকছনৰ বেনাৰ নিৰ্মাণ কৰা এই ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গ, তপন দাস, বৰষাৰাণী বিষয়া, গীতাৱলী ৰাজকুমাৰী, সন্দীপ শৰ্মা আৰু সিদ্ধাৰ্থ শৰ্মাকে ধৰি কেবাজনাে বিশিষ্ট অভিনেতা-অভিনেত্ৰীয়ে। … Read more

জনপ্ৰিয়তা বাঢ়িব, তথাপিও মুখ্যমন্ত্ৰীৰ আসনত বহিব নােৱাৰিব ডঃ হিমন্ত বিশ্ব শৰ্মা!

নিউজ ডেস্ক। আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যত শাসক-বিৰােধী উভয় পক্ষই কঁকালত টঙালি বান্ধিছে। ভােটযুদ্ধৰ ফলাফল ঘােষণাত এতিয়াও বহু দিন বাকী যদিও কালপুৰুষ পঞ্জিকাই আগন্তুক বিধানসভা নিৰ্বাচনক লৈ কেইটামান গুৰুত্বপূৰ্ণ ভৱিষ্যদ্বাণী প্ৰকাশ কৰিছে। পূর্ণাংগ পঞ্জিকাৰ গণনা অনুসৰি, অহা বিধানসভা নিৰ্বাচনত অসমত পুনৰ বিজেপি-মিত্রদলৰ চৰকাৰ গঠন হােৱাটাে খাটাং। অৱশ্যে পূৰ্বেতকৈ কিছু ভাল ফল দেখুৱাবলৈ সক্ষম হ’ব বিজেপিৰ … Read more

বিচিত্ৰ প্ৰকৃতি! বান্দৰ পোৱালিৰ মাতৃ হ’ল কুকুৰ, ৬ মাহ ধৰি একেলগে বাস

নিউজ ডেস্ক। সঁচাই যেন বিচিত্ৰ এই প্ৰকৃতি! প্ৰাকৃতিক জগতত নিতৌ ঘটে বিচিত্ৰ কাহিনী। পুনৰ দেখা গ’ল এক অগতানুগতিক দৃশ্য। যিটো দৃশ্য দেখিলে আপুনিও তবধ মানিব। এইখন অসমতে দেখিবলৈ পোৱা গৈছে এনে বিৰল দৃশ্য। শিৱসাগৰ জিলাৰ কোনো এক গাঁৱত দেখা দৃশ্য কোনোবাই বন্দী কৰিলে কেমেৰাত। আৰু ইয়াক এৰি দিলে সামাজিক মাধ্যমত। যিটো দৃশ্য এতিয়া হৈ পৰিছে … Read more

পেছাত হােটেলৰ কৰ্মচাৰী! গ্ৰাহকৰ সন্মুখত প্ৰদৰ্শিত নৃত্যৰ ভিডিঅ’ জনপ্ৰিয় হৈছে ইন্টাৰনেটত

নিউজ ডেস্ক। সম্প্ৰতি গুৱাহাটীৰ এখন হােটেলৰ কৰ্মচাৰী হিচাপে কৰ্মৰত এজন যুৱকৰ নৃত্যৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে ইন্টাৰনেটত। নৃত্যকলাত প্ৰতিশ্ৰুতিসম্পন্ন এই যুৱকজনৰ নাম সুৰজিত। ১৯ বছৰীয়া যুৱক সুৰজিতৰ ঘৰ ত্ৰিপুৰাত। কৰ্মসূত্ৰে গুৱাহাটীত থাকে সুৰজিত। সুৰজিতে কাম কৰে গুৱাহাটীৰ এখন হােটেলত অতিথি সেৱাৰ কৰ্মী হিচাপে কৰ্মৰত। ভিডিঅ’টোত দেখা গৈছে যে সুৰজিতে গ্ৰাহকৰ সন্মুখত বিভিন্ন ভংগিমাৰে নৃত্য … Read more

মৰ্মান্তিক! দুৰ্ঘটনাত আহত ব্যক্তিত চিকিৎসালয়লৈ নিয়া যুৱকক মহটিয়ালে তীব্ৰবেগী বাহনে

নিউজ ডেস্ক। এক কৰুণ ঘটনা। পথ দুৰ্ঘটনাত আহত হৈ ছট্ফটাই থকা এজন লােকক সহায় কৰিবলৈ গৈ নিজেই প্ৰাণ হেৰুৱালে এজন যুৱকে। এই ঘটনা শােকাৱহ ঘটনা সংঘটিত হৈছে দেওবাৰে নিশা বোকাখাতত ৷ জানিব পৰা মতে, বোকাখাত কলাখোৱা আমতলৰ সিদ্ধাৰ্থ গোৱালা নামৰ যুৱকজন নিশা ঘৰলৈ গৈ থকা অৱস্থাত পথৰ দাঁতিত আহত অৱস্থাত পৰি থকা এজন ব্যক্তিক প্ৰত্যক্ষ … Read more

মৰ্মান্তিক! মাত্ৰ দুমাহ পূৰ্বে যুগ্মজীৱন আৰম্ভ কৰা যুৱকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু

নিউজ ডেস্ক। মাত্ৰ দুমাহ পূৰ্বে যুগ্মজীৱন আৰম্ভ কৰিছিল ৰাজীৱ বৰা (28) নামৰ নগাঁৱৰ হুজগাঁৱৰ এজন যুৱকে। কিন্তু গুৰু-গােঁসাই নমনা উদণ্ড ট্ৰাক চালকৰ বাবেই সংঘটিত এক শােকাৱহ পথ দুৰ্ঘটনাত মৃত্যুক আঁকােৱালি ল’লে ৰাজীৱে। উল্লেখ্য যে ৰবিবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত নগাঁও চহৰৰ ধিং গে’টৰ উৰণীয়া সেতুৰ ওপৰত সংঘটিত হয় এক পথ দুৰ্ঘটনা। নগাঁও-ধিং গড়কাপ্টানি পথেৰে AS-N-2917 … Read more

যাত্ৰীবাহী বলেৰ’ বাহনত জব্দ ৪ টা চােৰাং গৰু!

নিউজ ডেস্ক। বাংলাদেশলৈ চােৰাং গৰু সৰবৰাহৰ বাবে নতুন নতুন কৌশল অৱলম্বন কৰিছে একাংশ সৰবৰাহকাৰীয়ে। এইবাৰ যাত্ৰীবাহী বলেৰ’ বাহনত জব্দ হ’ল ৪ টাকৈ চােৰাং গৰু। ধুবুৰী জিলাৰ গোলকগঞ্জৰ আগমনিত আৰক্ষীৰ অভিযানত জব্দ কৰা হয় AS-19B-8892 নম্বৰৰ বলেৰ’ গাড়ীখন। এই গাড়ীখনত পাছফালে আবদ্ধ কৰি ৰখা চাৰিটা গৰু জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে বাহনখনক খেদি খেদি ৰামৰাইকুঠীত জব্দ কৰিবলৈ … Read more

মিঞা জাতি মূৰ্খ! টকা দিলেই গাধ এটাকো ভোট দিয়ে মিঞা জাতিয়েঃ বিধায়ক শ্বেৰমান আলী

নিউজ ডেস্ক। ‘মিঞা জাতি মুৰ্খ। টকা দিলেই গাধ এটাকো ভোট দিয়ে মিঞা জাতিয়ে। ৰাজনৈতিক পৰিপক্কতা নাই মিঞা জাতিৰ…. ।’ কিছুদিন পূৰ্বে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপন কৰাৰ দাবী উত্থাপন কৰি তুমুল বিতৰ্কৰ সৃষ্টি কৰা বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে এতিয়া মিঞা জাতিক লৈ প্ৰকাশ কৰিলে তাৎপৰ্যপূৰ্ণ মন্তব্য। আলোপতি ইকৰা নেশ্যনেল একাডেমীয়ে আয়োজন কৰা এক সভাত এই … Read more

পুনৰ বৃদ্ধি পাব শীতৰ প্ৰকােপ! বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ

নিউজ ডেস্ক। পুনৰ প্ৰচণ্ড শীতে কঁপাব ৰাজ্য। বিগত তিনি-চাৰি দিন ধৰি ৰাজ্যৰ অধিকাংশ ঠাইত দিনৰ ভাগৰ তাপমাত্ৰা কিছু বৃদ্ধি পােৱাৰ পাছত পুনৰ বায়ুমণ্ডলত সৃষ্টি হােৱা বিশেষ পৰিস্থিতিৰ বাবে তাপমাত্ৰা ক্ৰমান্বয়ে নিম্নগামী হােৱাৰ আগজাননী দিছে বৰঝাৰ স্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, দক্ষিণ অসম তথা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ লগতে দক্ষিণ … Read more

পথ দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ বিচাৰি ঘাইপথৰ দাঁতিত সামূহিক ভাগৱত পাঠ!

নিউজ ডেস্ক। ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত ক্ৰমাৎ বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। বিশেষকৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই সংঘটিত হৈছে পথ দুৰ্ঘটনা। এনে পথ দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ বিচাৰি আৰু বিশ্ব শান্তিৰ কামনাৰে বিশ্বনাথ চাৰিআলিৰ নামবাঘমৰা আৰু কোবাইগড়া গাৱঁৰ মধ্যস্থল তথা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সামূহিকভাৱে ভাগৱত পাঠৰ আয়োজন কৰা হয়। প্ৰায় তিনি সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে অংশ গ্ৰহণ কৰা … Read more