অসমত নহয় বাংলাদেশতহে এশ খন আসন পাব কংগ্ৰেছেঃ হিমন্ত বিশ্ব শৰ্মা
নিউজ ডেস্ক। পুনৰ কংগ্ৰেছ দলক কটাক্ষ অসম চৰকাৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। তামুলপুৰত গড়কাপ্তানি বিভাগৰ এটা কাৰ্যসূচীত অংশ লৈ সাংবাদিকৰ আগত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ দলে ১੦੦ আসন লাভ কৰাটাে নিশ্চিত, কিন্তু অসমত নহয় বাংলাদেশতহে এই আসন লাভ কৰিবলৈ সক্ষম হ’ব। মন্ত্ৰীগৰাকীয়ে সাংবাদিক প্ৰশ্নৰ উত্তৰ দি কয় যে ৰিপুন বৰাই সভা … Read more