মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই ৩০০ ফুট গভীৰ খাৱৈত বাগৰি পৰিল টাটা ছুম’, পিতৃ-কন্যাসহ ৮ জনৰ মৃত্যু

নিউজ ডেস্কঃ এখন যাত্ৰীভৰ্তি টাটা ছুম’ নিয়ন্ত্ৰণ হেৰুৱাই ৩০০ ফুট দ খাৱৈত বাগৰি পৰাত প্ৰাণ হেৰুৱাবলগীয়া হয় পিতৃ-কন্যাকে ধৰি ৮জনকৈ লোকে। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ ছত্ৰু মহকুমাৰ অন্তৰ্গত বুণ্ডা অঞ্চলত। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মঙলবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। জেকে ১৭ ৯১১৭ নম্বৰৰ ব্যক্তিগত টাটা ছুম’ বাহনখনেৰে … Read more

কৰুণ! হাস্পতালৰ চৌহদতে আধা ঘণ্টা ধৰি এম্বুলেন্সৰ ভিতৰত আবদ্ধ হৈ মৃত্যু দুৰ্ঘটনাত পতিত ব্যক্তিৰ…

নিউজ ডেস্ক। কথাতে কয় ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কােনে? মৃত্যু কাৰ জীৱনলৈ কেতিয়া কেনেকৈ আহে কোনেও নাজানে। কেৰেলাত সংঘটিত এটা ঘটনাই যেন প্ৰতীয়মান কৰিছে এই কথাকেই। এজন দুৰ্ঘটনাত পতিত লোক সময়মতে চিকিৎসালয় পোৱাৰ পিছতো এম্বুলেন্সত আবদ্ধ হৈ পৰাৰ ফলতেই চিকিৎসা বিহীন ভাৱে মৃত্যু হোৱাৰ এটা খবৰ পোহৰলৈ আহিছে। পথ দুৰ্ঘটনাত আহত লোকজন … Read more

বন্ধ ৰে’লগেট পাৰ হ’বলৈ গৈ বিপদত পৰিল বাইক আৰোহী, ঘটিল এই ভয়ংকৰ ঘটনা…

নিউজ ডেস্ক। এক ভয়ংকৰ ঘটনা। বন্ধ হৈ থকা ৰে’লগেট অতিক্ৰম কৰিবলৈ গৈ বিপদত পৰিল এগৰাকী বাইক আৰােহী। এটা ৰে’লপথেৰে এখন ৰে’ল পাৰ হৈ যােৱাৰ সময়তে আন এটা ৰে’লপথেৰে অকস্মাতে অহা ৰে’লে মহটিয়াই নিয়ে বাইক। অৱশ্যে এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে লােকজন। লগতে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে ৰে’লখনাে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ঘটনাৰ ভিডিঅ’। … Read more

সুখবৰ! ১০০ মিটাৰ দৌৰত নতুন ৰাষ্ট্ৰীয় অভিলেখ অসম সন্তান অম্লান বৰগােহাঁইৰ

নিউজ ডেস্ক। অসম সন্তান অম্লান বৰগোহাঁই ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰবাৰ জিলিকি উঠিছে। যুৱ স্ত্ৰীণ্টাৰ অম্লানে সোমবাৰে পুৰুষৰ ১০০ মিটাৰত নতুন ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰে। উত্তৰ প্ৰদেশৰ ৰায় বেৰেলিত অনুষ্ঠিত সৰ্বভাৰতীয় আন্তঃৰে’লৱেজ এথলেটিকছ চেম্পিয়নশ্বিপত আকর্ষণীয় ১০.২৫ ছেকেণ্ড সময়মানেৰে দৌৰ সম্পূৰ্ণ কৰি অমিয় কুমাৰ মল্লিকৰ নামত থকা পূৰ্বৰ ৰাষ্ট্ৰীয় অভিলেখ ম্লান কৰে অম্লানে। ৮৭ সংখ্যক প্রতিযোগিতাখনত স্বৰ্ণ লাভ … Read more

অসমতাে হ’ব ‘আপ’ৰ চৰকাৰ! কেতিয়া হ’ব ক’লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই…

নিউজ ডেস্ক। শেহতীয়াকৈ অসমৰ শিক্ষাখণ্ডৰ অৱস্থাক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰৰ যুঁজ ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে। নিতৌ ইজনে-সিজনক লক্ষ্য কৰি টুইটৰ জৰিয়তে বিভিন্ন বিষয় উত্থাপন কৰিছে। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীৰ এটা টুইটৰ প্ৰত্যুত্তৰ দিবলৈ গৈ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি কয় যে অসমৰ যেতিয়া ‘আপ’ৰ চৰকাৰ গঠন হ’ব, তেতিয়া … Read more

অৱসৰলৈ মাজত আৰু ৪ দিন বাকী থকা অৱস্থাত উৎকোচ লৈ গ্ৰেপ্তাৰ শিক্ষা বিষয়া, ১৫ আগষ্টত নিষ্ঠা আৰু সততাৰ বাবে কৰা হৈছিল সন্মানিত

নিউজ ডেস্কঃ অৱসৰলৈ আৰু মাজত মাত্ৰ আছিল ৪টা দিন। সুদীৰ্ঘ কাল নিষ্ঠা আৰু সততাৰে কাম কৰি ৰাজ্য চৰকাৰৰ পৰা শেহতীয়াকৈ সন্মানো জনোৱা হৈছিল তেওঁক। কিন্তু এগৰাকী নিষ্ঠাবান শিক্ষা বিষয়া হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিব নোৱাৰিলে। অৱসৰ গ্ৰহণলৈ মাজত আৰু মাত্ৰ ৪টা দিন বাকী থকা অৱস্থাত ঘোচ লোৱাৰ সময়ত হাতে-লোটে গ্ৰেপ্তাৰ কৰা হ’ল শিক্ষা বিষয়াগৰাকীক। এনে … Read more

মৃত্যুৱেই শেষ নহয়! অংগ দানেৰে আন শিশুৰ মাজত জীয়াই থাকিব ১৬ মহীয়া ঋষান্ত…

নিউজ ডেস্কঃ মৃত্যুৱেই শেষ নহয়! মৃত্যুৰ মাজত আন বহু শিশুৰ মাজত জীয়াই থাকিব এটি ১৬ মহীয়া কণমানি। পৰিয়ালে শিশুটিৰ অংগ আন শিশুক দান কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখ্য যে, যোৱা ১৭ আগষ্টত ঘৰত খেলি থাকোতেই হঠাৎ পিচলি পৰি মূৰত গুৰুতৰভাৱে আঘাত পাইছিল ঋষান্ত নামৰ দিল্লীৰ ১৬ মহীয়া শিশুটিয়ে। লগে লগে শিশুটিক পিতৃ-মাতৃয়ে যমুনা পাৰ্কৰ সমীপৰ এখন … Read more

মহানুভৱতা! ভাৰত ৰক্তাক্ত কৰিবলৈ অহা পাকিস্তানী সন্ত্ৰাসবাদীক ৰক্তদান কৰি নতুন জীৱন দিলে ভাৰতীয় সেনাই

নিউজ ডেস্কঃ এজন গুলীবিদ্ধ পাকিস্তানী সন্ত্ৰাসবাদীক ৰক্তদান কৰি মহানুভৱতাৰ পৰিচয় দিলে ভাৰতীয় সেনাই। উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নৌচেৰা চেক্টৰত সেনাৰে সংঘৰ্ষত গুলীবিদ্ধ হৈছিল পাকিস্তানী সন্ত্ৰাসবাদীজন। কান্ধ আৰু উৰুত দুটাকৈ গুলী লাগি গুৰুতৰভাৱে আহত হোৱা পাকিস্তানী সন্ত্ৰাসবাদী জনক ভাৰতীয় সেনাই উদ্ধাৰ কৰি ভৰ্তি কৰোৱায় ৰাজৌৰীৰ সামৰিক হাস্পতালত। কিন্তু অধিক ৰক্তক্ষৰণৰ বাবে সন্ত্ৰাসবাদীজনৰ অৱস্থা সংকটজনক হৈ … Read more

পুনৰ বিভাজিত হ’ব নেকি অসম? অসম-পশ্চিম বংগক সামৰি নতুন কেন্দ্ৰীয় শাসিত ৰাজ্য গঠনৰ দাবী অমিত শ্বাহৰ ঘনিষ্ঠ কােচ নেতাৰ, তীব্ৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্কঃ অসম আৰু পশ্চিমবংগৰ মাজত গঠন হ’ব এখন পৃথক নতুন ৰাজ্য! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত কোচ নেতা অনন্তৰায় মহাৰাজৰ এই দাবীয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে। এক সংবাদমেল যোগে কোচ নেতাগৰাকীয়ে দাবী কৰা মতে, অসমৰ ৬ খন আৰু পশ্চিমবংগৰ ৭ খন জিলাৰে গঠন হ’ব কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্য। ইতিমধ্যে কেন্দ্ৰীয় … Read more

প্ৰায় ডেৰ কোটি মূল্যৰ বাৰ্মিজ চেগুণ সৰবৰাহৰ সময়ত শিলিগুৰিত গ্ৰেপ্তাৰ অসমৰ বিজেপি নেতাসহ ৩ জন

নিউজ ডেস্কঃ বহিঃৰাজ্যলৈ গোপনে বাৰ্মিজ চেগুণ সৰবৰাহ কৰি শিলিগুৰিত গ্ৰেপ্তাৰ হ’ল অসমৰ বিজেপি নেতা। পশ্চিমবংগৰ শিলিগুৰিৰ ঘোচপুকুৰত সোমবাৰে নিশা বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ বাৰ্মিজ চেগুণভৰ্তি এখন ট্ৰাক জব্দ কৰাৰ লগতে অসমৰ এজন বিজেপি নেতাসহ ৩ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। পশ্চিম বংগৰ বন বিভাগৰ হাতত গ্ৰেপ্তাৰ হোৱা লোক কেইজনক বৰপেটা জিলাৰ সৰভোগৰ বিজেপি … Read more