এটা পৰীক্ষাৰ ফলাফলে কাৰো ভাগ্য নিৰ্ণয় নকৰেঃ তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা দশম শ্ৰেণীৰ পৰীক্ষাৰ মাৰ্কশ্বীট শ্বেয়াৰ কৰি ক’লে IAS বিষয়াই
নিউজ ডেস্কঃ ভাৰতীয় প্ৰশাসনিক বিষয়াৰ পৰীক্ষা দেশৰ ভিতৰতে আটাইতকৈ কঠিন পৰীক্ষা বোৰৰ ভিতৰত অন্যতম। সাধাৰণতে দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ভাল নম্বৰ লাভ কৰা শিক্ষাৰ্থীহে এই পৰীক্ষাত সফল হ’ব পাৰে বুলি এটা ভ্ৰান্ত ধাৰণা আজিও চলি আহিছে। কিন্তু এগৰাকী আইএএছ বিষয়াৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীট শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। আইএএছ বিষয়াগৰকীয়ে নিজেই শ্বেয়াৰ কৰা এই মাৰ্কশ্বীটে … Read more