এদিন ষ্টেচনত কুলীৰ কাম কৰিছিল, আজি হ’ল IAS বিষয়া!

কঠোৰ পৰিশ্ৰম আৰু প্ৰবল ইচ্ছাশক্তি থাকিলে না, নহয়, নোৱাৰো, নকৰিম আদি নঞৰ্থক শব্দবোৰ কেৱল মাথোঁ একো একোটা অভিধানিক শব্দৰ বাহিৰে আন একো নহয়। লক্ষ্যত উপনীত হবলৈ সংকল্পবদ্ধ হ’লে লক্ষ্যৰ বাট প্ৰশস্ত হৈ পৰিবই। বৰ্তমান সময়ত ৰাষ্ট্ৰীয়-ৰাজ্যিক পৰীক্ষাত অৱতীৰ্ণ হবলৈ শিক্ষাৰ্থীয়ে লাখ লাখ টকা খৰচ কৰি প্ৰশিক্ষণ প্ৰতিষ্ঠানত নামভৰ্তি কৰে। কিন্তু কেৰেলাৰ শ্ৰীনাথ কে য়ে কেৱল … Read more

বৰফৰ ধুমুহাৰ মাজতো হাতত ৰাইফল লৈ কৰ্তব্যত সেনা জোৱান! ভিডিঅ’ দেখি অভিভূত দেশবাসী

নিউজ ডেস্ক। ভাৰতীয় সেনা বুলি ক’লে গৰ্বত উফন্দি উঠে প্ৰতিজন ভাৰতীয়ৰ বুকু। নুঠিবনো কিয়! বুকু ডাঠ কৰি দেশ মাতৃৰ সেৱাত ব্ৰতী এই সেনা জোৱানসকলৰ বাবেই আমি শান্তিৰে টোপনি যাব পাৰো। হিমালয়ৰ প্ৰচণ্ড জাৰ হওক বা মৰুভূমিৰ দেহা দেই নিয়া উত্তাপ, সকলো সময়তে, সকলো পৰিস্থিতিতে দেশৰ বাবে উজাগৰে থকা এই সেনা জোৱানসকল যে কৰ্তব্যৰ সময়ত একো … Read more

কোভিড-১৯ত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি লতা মংগেশকাৰ

কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হবলগীয়া হৈছে ভাৰতৰ কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰ। জানিব পৰা মতে, মঙ্গলবাৰে তেওঁৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰাৰ পিছতে শিল্পীগৰাকীক মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁক হাস্পতালৰ আই চি ইউ কক্ষত চিকিৎসা চলাই থকা হৈছে। ৯২ বছৰীয়া শিল্পীগৰাকী কোভিডি-১৯ৰ পিছত নিউমোনিয়াত আক্ৰান্ত বুলি ধৰা পৰিছে। তাৰ পিছত তেওঁক ততাতৈয়াকৈ … Read more

প্ৰচণ্ড তুষাৰপাতৰ মাজতে কান্ধত তুলি চিকিৎসালয়লৈ নি প্ৰসূতি-নৱজাতকৰ প্ৰাণৰক্ষা ভাৰতীয় সেনা জােৱানৰ

কেৱল দেশৰ সীমান্তৰ ৰক্ষাই নহয়, দেশবাসীৰ দুখ-দুৰ্যােগৰ সময়তাে সহায়ত হাত আগবঢ়ায় ভাৰতীয় সেনাই। পুনৰবাৰ তেনে কাৰ্য কৰি সকলােৰে প্ৰশংসাৰ পাত্ৰ হৈছে ভাৰতীয় সেনা। শেহতীয়াকৈ দেশৰ বিভিন্ন অঞ্চলত তুষাৰপাতৰ মাজতে আবদ্ধ হৈ পৰে শ শ পৰ্যটক, জনসাধাৰণ তথা ৰােগীলৈ সহায়ৰ হাত আগবঢ়াইছে ভাৰতীয় সেনাই। তেনে কাৰ্যৰ বহু ফটাে, ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমতাে। প্ৰচণ্ড … Read more

মানুহৰ সহানুভূতি অৰ্জনৰ বাবে এইটাে কাম কৰিলে এজন মগনীয়াই, কিন্তু পৰিল ধৰা…

পৃথিৱীৰ আটাইতকৈ সহজ ধন ঘটাৰ উপায়টো কি? এই প্ৰশ্ন যদি আমি আপোনাক কৰোঁ, তেন্তে নিশ্চয় আপোনাৰো একেটাই উত্তৰ হব। সেয়া হৈছে- ভিক্ষা বৃত্তি! কেৱল মানুহৰ সহানুভূতি আৰু উদাৰ মানসিকতাৰ সুযোগ লৈ ধন ঘটিব পাৰি ভিক্ষা বৃত্তিৰ জৰিয়তে। অৱশ্যেই বহু “ভিক্ষাৰী” সহমৰ্মিতা লাভৰ যোগ্যও হয়। পৰিয়াল, পুত্ৰ-বোৱাৰীৰ পৰা এলাগী হৈ বহু বৃদ্ধ-বৃদ্ধাই জীয়াই থকাৰ তাড়নাত ভিক্ষা … Read more

ঘৰৰ পোহনীয়া কুুকুৰৰ জন্মদিন উদযাপন কৰিলে ৭ লাখ টকা ব্যয়েৰে! গ’ল ৰঙাঘৰলৈ…

বহুতো পৰিয়ালত পোহনীয়া জন্তু কেৱল এটা জন্তু নহয়, ই পৰিয়ালৰ এজন সদস্যৰ দৰে হৈ পৰে। ফলস্বৰূপে, বহুলোকে পোহনীয়া জন্তুৰ সৈতে সময় কটোৱাৰ উদ্দেশ্যে কঠোৰ পৰিশ্ৰম কৰে। যাৰ জৰিয়তে পোহনীয়া জন্তুক তেঁওলোকে বিশেষ অনুভৱ কৰায়। সেই অনুসৰি এইবাৰ দেখা গ’ল এক ব্যতিক্ৰম দৃশ্য। দৃশ্যটো গুজৰাটৰ আহমেদাবাদৰ। এটা পৰিয়ালৰ লোকে তেওঁলোকৰ এবি নামৰ বগা পোহনীয়া কুকুৰটোৰ জন্মদিন … Read more

কণিষ্ঠ অভিযন্তাৰ চাকৰি লাভ কৰিছিল সৌৰভে! কিন্তু যোগদান কৰিবলৈ যোৱাৰ পথতে ঘটিল অঘটন…

কণিষ্ঠ অভিযন্তাৰ পদত নিযুক্তি লাভ কৰিছিল তেওঁ। কিন্তু যোগদান কৰিবলৈ গৈ থকা সময়তে শোকাবহ দুৰ্ঘটনাত নিমিষতে নিঃশেষ হৈ গল সমস্ত সপোন। হিমাচল প্ৰদেশৰ চম্বাত সংঘটিত দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে সৌৰভ মেহৰা নামৰ এজন ২৪ বছৰীয়া যুৱকৰ। দুৰ্ঘটনাত যুৱকজনৰ পিতৃ আৰু এজন ব্যক্তিও গুৰুত্বৰভাৱে আহত হয়। দৰাচলতে, শুকুৰবাৰে চম্বা-পাঠানকোট ৰাষ্ট্ৰীয় ঘাইপথৰ পাঞ্জপুলাৰ ওচৰত এই ঘটনা সংঘটিত … Read more

সদ্যজাত কন্যা সন্তানৰ মুখ এবাৰাে দেখা নাপালে দেৱীলালে! ঘৰলৈ ওভতাৰ পথত বৃদ্ধ পিতৃ-মাতৃৰ সৈতে হেৰুৱালে প্ৰাণ

ঘৰত লখিমীয়ে জন্মলাভ কৰিছিল। উখল মাখল হৈ পৰিছিল পৰিয়ালৰ প্ৰতিজন সদস্যৰে মনত। ঘৰৰ বাহিৰত থকা পিতৃৰ মন উদগ্ৰীৱ হৈ পৰিছিল নিজৰ সন্তানটিৰ মুখখন এবাৰ চাবলৈ। কিন্তু নিয়তিয়ে ভাগি চুৰমাৰ কৰি পেলালে সকলো সপোন। কন্যা সন্তানৰ মুখখন চোৱাৰ পূৰ্বেই পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লয় দুৰ্ভগীয়া পিতৃয়ে। উল্লেখ্য যে, যোৱা মঙ্গলবাৰে ৰাজস্থানৰ ভিলৱাৰা জিলাৰ থানা ৰাইলা … Read more

হাতত পিষ্টল, ওঁঠত চিগাৰেট লৈ ৰাজপথত বাইক ষ্টাণ্ট ২ বন্ধুৰ! তাৰ পাছত ঘটিল এই ঘটনা…

ওঁঠত চিগাৰেট, হাতত পিষ্টল! এইদৰে ৰাজপথত বাইকৰ ওপৰত ষ্টাণ্ট দেখুৱাই দুজন যুৱকে। বাইক ষ্টাণ্টৰ ভিডিঅ’ বনাই সামাজিক মাধ্যমত ভাইৰেল হবলৈ এৰি দি ‘চেলিব্ৰেটী’ হোৱাৰ ইচ্ছা কৰিছিল যুৱক দুজনে। ভৱা ধৰণে সামাজিক মাধ্যমত ভাইৰেলো হ’ল ভিডিঅ’। পিছে তেওঁলোকেহে চেলিব্ৰেটী হব নোৱাৰিলে। তাৰ বিপৰীতে আৰক্ষীৰ ওচৰত কাণত ধৰি কব লগাহে হল- আই এম চৰী! ঘটনা গুজৰাটৰ চুৰাট … Read more

আচৰিত কাণ্ড! ATC ৰ অনুমতি অবিহনেই উৰা মাৰিলে যাত্ৰীবাহী বিমানে, তাৰ পাছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰ (এটিচি)ৰ অনুমতি অবিহনেই ৰাজকোট বিমান বন্দৰৰ পৰা ব্যক্তিগত এয়াৰলাইন কোম্পানী স্পাইচজেটৰ এখন যাত্ৰীবাহী বিমান দিল্লী অভিমুখে উৰা মৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই উদ্বেগজনক ঘটনাৰ পাছতে নিলম্বন কৰা হৈছে সংশ্লিষ্ট বিমানখনৰ পাইলটক। জানিব পৰা মতে, যোৱা ৩০ ডিচেম্বৰত সংঘটিত এই ঘটনাৰ পিছত অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (ডিজিচিএ) তদন্তৰ নিৰ্দেশ … Read more