বিবাহ অনুষ্ঠানত অংশ ল’বলৈ গৈ নিঃশেষ হ’ল এটা পৰিয়াল…

এক শোকাৱহ পথ দুৰ্ঘটনা। বিবাহ অনুষ্ঠানত অংশ ল’বলৈ গৈ নিঃশেষ হ’ল এটা পৰিয়াল। দুৰ্ঘটনাত প্ৰাণ গ’ল স্বামী-স্ত্ৰীসহ দুই সন্তানৰ। এই ঘটনা বৃহস্পতিবাৰে নিশা সংঘটিত হয় মধ্য প্ৰদেশৰ সাতনাৰ মাইহাৰৰ জিতনগৰ গাঁৱত। দ্ৰুতবেগী ট্ৰাক আৰু গাড়ীৰ মাজত তীব্ৰ সংঘৰ্ষ হোৱাৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা যায়। খবৰ অনুসৰি, গাড়ীখন সত্য প্ৰকাশ উপাধ্যায়ে চলাইছিল। … Read more

চৰকাৰী বিষয়াৰ ঘৰৰ পানীৰ পাইপেৰে ওলাল লাখে লাখে টকা…

নিউজ ডেস্ক। অসৎ পন্থাৰে অগাধ সম্পত্তিৰ গৰাকী হৈছে বহু চৰকাৰী বিষয়া-কৰ্মচাৰী। নিজৰ ক’লা ধন সুৰক্ষিত কৰি ৰাখিবলৈ এনে অসাধু বিষয়া-কৰ্মচাৰীয়ে গ্ৰহণ কৰে বিভিন্ন পন্থা। কেতিয়াবা ঘৰৰ মজিয়া নাইবা মূধচৰ গােপন কক্ষক লুকুৱাই থয় অগাধ ধন, মূল্যৱান আ-অলংকাৰ। আন কেতিয়াবা ঘৰৰ পানী নাইবা প্ৰসাৱগাৰৰ টেংকীতাে পােৱা যান ধন-সম্পত্তিৰ সন্ধান। অৱশ্যে এইবাৰ এগৰাকী দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াৰ ঘৰৰ … Read more

পত্নীৰ প্ৰতি থকা প্ৰেমৰ বাবেই শিক্ষকে পত্নীক উপহাৰ দিলে ‘তাজমহল’!

তাজমহল

আধুনিক যুগৰ শ্বাহজাহান! পত্নীক উপহাৰ দিলে ‘তাজমহল’ নিউজ ডেস্ক। তাজমহল, নামেই যাৰ পৰিচয়। পত্নীৰ প্ৰতি থকা অত্যধিক ভালপোৱাৰ বাবেই যাক নিৰ্মাণ কৰিছিল শ্বাহজাহানে। যি ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ ৰ’ল। কিন্তু এইবাৰ পোহৰলৈ আহিছে এজন আধুনিক শ্বাহজাহানৰ কথা। যিয়ে নিজৰ পত্নীক এটা ঘৰ উপহাৰ দি আচৰিত কৰে। যিটো ঘৰ আগ্ৰাৰ তাজমহলৰ প্ৰতিকৃতি। সেই লোকজন হল মধ্য … Read more

উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হােৱা সেনা জােৱানৰ পত্নী হ’ল সেনা বিষয়া

হনী ঝাঁঝৰী। অৱশেষত শ্বহীদ স্বামীৰ চিতাক সাক্ষী কৰি লােৱা শপত পূৰণ কৰিলে পত্নীয়ে। স্বামীৰ পদাংক অনুসৰণ কৰিয়েই ভাৰতীয় সেনাত যােগদান কৰিলে শ্বহীদৰ পত্নীয়ে। এক আৱেগপূৰ্ণ মুহূৰ্তত ভাৰতীয় সেনাৰ লেফটেনেন্ট হিচাপে দায়িত্ব ল’লে পত্নীয়ে। সেনাৰ পােছাক পৰিহিত দুই সন্তানৰ সৈতে জ্যােতি এই খবৰে এতিয়া আৱেগবিহ্বল কৰি তুলিছে সকলোকে। উল্লেখ্য যে ২੦১৮ চনত ভাৰতীয় সেনা জােৱান নায়ক … Read more

অন কেমেৰা ‘গােবৰ’ ভক্ষণ কৰি ইয়াৰ উপকাৰিতা সন্দৰ্ভত ব্যাখ্যা ‘MBBS’ চিকিৎসকৰ

গােবৰ

নিউজ ডেস্ক। এইবাৰ সভা-সমিতিত ভাষণ দি গাে-মূত্ৰ বা গােবৰৰ মানৱ শৰীৰৰ প্ৰতি থকা ‘উপকাৰিতা’ সন্দৰ্ভত ব্যাখ্যা কৰাৰ সলনি নিজেই গােবৰ ভক্ষণ কৰিলে এগৰাকী চিকিৎসকে। সামাজিক মাধ্যমত ভাইৰেল হােৱা এনে এটা ভিডিঅ’ গােবৰ ভক্ষণ কৰা এল’পেথি চিকিৎসকজন গােবৰৰ লগতে গাে মূত্ৰ তথা গৰুৰ গাখীৰ খােৱাৰ বিভিন্ন লাভৰ বিষয়েও সবিশেষ প্ৰকাশ কৰিলে। সম্প্ৰতি সামাজিক মাধ্যমত খলকনি তুলিছে … Read more

বিদ্যুৎস্পৃষ্ট হৈ মৃত হাতী পোৱালিক জীয়াই তােলাৰ চেষ্টা মাতৃৰ, দৃশ্য ভাইৰেল

নিউজ ডেস্ক। এক মৰ্মান্তিক দৃশ্য। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা হাতী পোৱালিক জীয়াই তােলাৰ চেষ্টা মাতৃৰ। তিনি বছৰীয়া হাতী পোৱালিৰ মাতৃয়ে মৃত সন্তানক পুনৰ প্ৰাণ পাই উঠাৰ আশাত পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা কৰা দেখা গৈছে এক ভিডিঅ’ত। হৃদয় বিহ্বল কৰা যিটো ভিডিঅ’ দেখি বৰ্তমান সকলোৰে হৃদয়ে ক্রন্দন কৰিছে। এই ঘটনা মংগলবাৰে পুৱা সংঘটিত হয় কেৰালাৰ পালাক্কাড জিলাৰ … Read more

৫ হাজাৰ মহিলাৰ সন্তান প্ৰসৱত সহায় কৰা নাৰ্ছৰ প্ৰসৱোত্তৰ জটিলতাত মৃত্যু

নিউজ ডেস্ক। আনক সহায় কৰিবলৈ সদায় উন্মুখ হৈ থকা এগৰাকী নাৰ্ছৰ কৰুণ মৃত্যুৱে বহুতৰে হৃদয় কঁপাই গৈছে। প্ৰসূতিক সহায় কৰি অহা এইগৰাকী নাৰ্ছৰ প্ৰসৱোত্তৰ জটিলতাতেই মৃত্যু হোৱাৰ ঘটনাই জীৱনত কাৰ কেতিয়া কি হয় তাৰ নিশ্চয়তা নথকাটোকেই প্ৰতীয়মান কৰিছে। মহাৰাষ্ট্ৰৰ হিংগুলী চিভিল হাস্পতালত প্ৰায় ৫ হাজাৰ মহিলাৰ সন্তান জন্ম দিয়াত সহায় কৰা এইগাকী নাৰ্ছৰ প্ৰৱোত্তৰ জটিলতাত … Read more

মৰ্মান্তিক! বিবাহৰ পূৰ্বে বজাৰ কৰিবলৈ গৈ দুৰ্ঘটনাত মৃত্যু প্ৰেমিক যুগলৰ

এক শোকাৱহ ঘটনা। বিবাহৰ পূৰ্বে বজাৰ কৰিবলৈ গৈ দুৰ্ঘটনাত মৃত্যু হয় দুই প্ৰেমিক যুগলৰ। এই ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ আউৰিয়াত। মৃত দুয়োকে শচীন শ্ৰীবাস্তৱ আৰু চোনি প্ৰজাপতি বুলি জানিব পৰা যায়। খবৰ অনুসৰি, দুয়োজনে ১০ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল। সেয়েহে তেওঁলোকে বজাৰ কৰিবলৈ কানপুৰলৈ গৈছিল। কিন্তু ঘৰলৈ উভতি অহাৰ পথত এখন … Read more

দশম মহলাৰ পৰা তললৈ সৰি পৰিল ১১ বছৰীয়া ছাত্ৰী, মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। এপাৰ্মেণ্টৰ দশম মহলাৰ পৰা তললৈ সৰি পৰিল এগৰাকী ১১ বছৰীয়া স্কুলীয়া ছাত্ৰী। যাৰ ফলত মৃত্যু হয় ছাত্ৰী গৰাকীৰ। এই ঘটনা যোৱা শনিবাৰে আবেলি ৪:৩০ মান বজাত সংঘটিত হয় মুম্বাইৰ বৰিভলি লিংক ৰোডৰ এএইচচিএল হোমছ নামৰ এটা এপাৰ্টমেণ্টত। ছাত্ৰী গৰাকীৰ নাম হেতৱী মেহতা বুলি জানিব পৰা যায়। তেওঁ মাক আৰু ককাক-আইতাকৰ … Read more

ঈশ্বৰৰ চৰণ স্পৰ্শ কৰি মন্দিৰৰ দান পাত্ৰ উঠাই লৈ গ’ল চোৰে! দৃশ্য ভাইৰেল সামাজিক মাধ্যমত

নিউজ ডেস্ক। সাধাৰণতে কোনো এক শুভ কাম আৰম্ভ কৰাৰ পূৰ্বে ঈশ্বৰক চিন্তা কৰাটো মানুহৰ এক স্বভাৱগত লক্ষণ। কিন্তু এইবাৰ এনে এক দৃশ্য ভাইৰেল হৈ পৰিছে, য’ত এজন যুৱকে নিজৰ এক ব্যতিক্ৰম কাম কৰাৰ পূৰ্বে বিচাৰিলে ঈশ্বৰৰ আশীৰ্বাদ। অৰ্থাৎ মন্দিৰৰ দানপাত্ৰ চুৰি কৰাৰ পূৰ্বে তেওঁ ভগৱানৰ চৰণ স্পৰ্শ কৰি বিচাৰিলে আশীৰ্বাদ। এই ঘটনা যোৱা মঙলবাৰে সংঘটিত … Read more