ক’ভিড-১৯ৰ সংক্ৰমণত চিৰিয়াখানাত পুনৰ সিংহৰ মৃত্যু
নিউজ ডেস্ক। বুধবাৰে পুৱা পুনৰ কভিডত আন এক সিংহৰ মৃত্যু হয় তামিলনাডুৰ আৰিগ্নৰ আন্না জীৱ বিজ্ঞান উদ্যান তথা চিৰিয়াখানাত। চিৰিয়াখানা খনৰ চাফাৰি এলেকাত থকা ১২ বছৰীয়া পথ্বনাথন নামৰ সিংহটোৰ মৃত্যু হয়। এই কথা জানিবলৈ দিয়ে চিৰিয়াখানা খনৰ উপ সঞ্চালকে। উপ সঞ্চালক জনে কয়, “যোৱা ৩ জুনত ভূপালৰ National Institute of High Security Animal Diseases (NIHSAD) … Read more