কৃতজ্ঞতা! পিতৃৰ অটোৰিক্সাত উঠি সম্বৰ্ধনা অনুষ্ঠানত অংশ ল’লে সুন্দৰী মান্যাই
নিউজ ডেস্ক। মুম্বাইৰ হাইট ৰিজেঞ্চিত অনুষ্ঠিত হৈছিল VLCC Femina Miss India 2020। এইবাৰৰ সংস্কৰণৰ VLCC Femina Miss India 2020 ৰ উপ-বিজেতাৰ মুকুট পৰিধান কৰিলে উত্তৰ প্ৰদেশৰ বাৰানসীৰ মান্যাই। কিন্তু মান্যাৰ জীৱন সংগ্ৰামৰ কাহিনী শুনিলে চকুপানী ওলাব আপোনাৰ। এগৰাকী অটোৰিক্সা চালকৰ জীয়ৰীৰ এই সাফল্য সঁচাকৈ চিন্তনীয়। বহু কষ্ট আৰু ত্যাগৰ ফচল এই জয়। সফলতা লাভৰ পূৰ্বে … Read more