শব্দ প্ৰদূষণ! আৰক্ষীয়ে ৰােলাৰ চলাই ধ্বংস কৰিলে বাইকৰ অৰ্ধ শতাধিক চাইলেঞ্চাৰ, ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। যুৱ সমাজৰ মাজত এটা চখ আছে যে মটৰ চাইকেলত অতি শব্দ সংযোজন কৰা। অৰ্থাৎ মটৰ চাইকেলৰ চাইলেঞ্চাৰ পাইপ কিছু সংশোধন কৰি বঢ়াই লয় তাৰ শব্দ যাতে মটৰ চাইকেল খন চলাই নিলে বহু দূৰলৈকে শুনা পায় বাইকৰ শব্দ। কিন্তু এতিয়াৰে পৰা এনে চখ থকা সকল সাৱধান হওঁক। আৰক্ষীয়ে লৈছে কঠোৰ পদক্ষেপ। যিয়েই এনে কৰিব … Read more

বিশিষ্ট অভিনেতা ৰাজীৱ কাপুৰৰ ৫৮ বছৰত দেহাৱসান

নিউজ ডেস্ক। ‘ৰাম তেৰী গংগা মেইলী’ শীৰ্ষক বলিউডৰ ছুপাৰহিট ছবিৰ অভিনেতা তথা বলিউডৰ বিখ্যাত কাপুৰ পৰিয়ালৰ অন্যতম সদস্য ৰাজীৱ কাপুৰ (৫৮)ৰ দেহাৱসান। মংগলবাৰে দুপৰীয়া হৃদজনিত ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। জানিব পৰা মতে, হঠাতে বুকুত বিষ অনুভৱ কৰাৰ তেওঁক মুম্বাইৰ ইনলাক্স হাস্পতাললৈ লগে লগে ভৰ্তি কৰােৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি … Read more

কৃতজ্ঞতা! ৪৯ টা অপৰাধজনিত ঘটনাৰ তদন্তত সহায় কৰা কুকুৰৰ মূৰ্তি স্থাপন আৰক্ষীৰ

নিউজ ডেস্ক। বিশিষ্ট ব্যক্তিৰ মৃত্যুৰ পাছত তেওঁলােকৰ আবক্ষ মূৰ্তি নাইবা প্ৰতিমূৰ্তি স্থাপন কৰা আপোনালোকে নিশ্চয় দেখিছে। কিন্তু এইবাৰ এক বিশেষ মূৰ্তি স্থাপন কৰা হ’ল মৃত কুকুৰৰ। কুকুৰ মানে ই কোনো সাধাৰণ কুকুৰ নহয়। অপৰাধীক চিনাক্ত কৰা প্ৰশিক্ষণপ্ৰাপ্ত স্নিফাৰ কুকুৰ। যাৰ ফলত কুকুৰটোৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰাখিবলৈ আৰক্ষীৰ কাৰ্যালয় চৌহদতে স্থাপন কৰা হ’ল কুকুৰটোৰ মূৰ্তি। … Read more

পুনৰ গ্ৰাহকৰ মূৰত মাধমাৰ SBI ৰ! ATM ৰ ব্যৱহাৰৰ ক্ষেত্ৰত নতুন নিয়ম বলৱৎ

নিউজ ডেস্ক। নিতৌ নতুন নতুন নিয়ম বলৱৎ কৰি গ্ৰাহকৰ মূৰত মাধমাৰ সােধাইছে ৰাজহুৱা খণ্ডৰ অধিকাংশ বেংকে। বিশেষকৈ এটিএমৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান অদ্ভূত চৰ্ত আৰােপ কৰি বছৰি হাজাৰ হাজাৰ কােটি জৰিমনা সংগ্ৰহ কৰিছে একাংশ বেংকে। ভাৰতৰ ৰাজহুৱা খণ্ডৰ বৃহত্তৰ বেংক ভাৰতীয় ষ্টেট বেংকেও প্ৰায়ে সংযোজন কৰিছে নতুন নতুন কিছু নিয়ম। সেই অনুসৰি এ টি এমৰ পৰা … Read more

দৰাৰ সন্মুখত কইনাৰ ফটো উঠাই থকা অৱস্থাত ঘটিল এক আমােদজনক ঘটনা! ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। আজিৰ দিনত বিবাহ মানেই যেন ফটোশ্বুট অপহৰিহাৰ্য্য। জীৱনৰ বিশেষ দিনটোৰ মধুৰ ক্ষণ সমূহ ধৰি ৰখাৰ ইচ্ছা কৰে সকলোৱে। কিন্তু এইবাৰ এক বিবাহ অনুষ্ঠানত ফটোগ্ৰাফাৰে কইনাৰ অধিক কাষ চাপি ফটো লােৱাৰ সময়ত ঘটিল এক আমােদজনক ঘটনা। সামাজিক মাধ্যমত এই ভিডিঅ’ সৰ্বত্ৰে হৈ পৰিছে ভাইৰেল। বিবাহ অনুষ্ঠান সুকলমে চলি আছে। দৰা-কইনাই একেলগে থিয় হৈ কৰিছে … Read more

চুটি ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত শােকাৱহ ঘটনা, দুজন যুৱকৰ হৃদৰ পানীত ডুবি মৃত্যু

নিউজ ডেস্ক। চেল্ফী উঠিবলৈ গৈ বৰ্তমানলৈকে নিজৰ জীৱন শেষ কৰিছে বহুতে। কিন্তু এইবাৰ প্ৰকৃতিৰ দৃশ্য নিজৰ কেমেৰাত বন্দী কৰিবলৈ গৈ মৃত্যু হ’ল দুজন যুৱকৰ। এই ঘটনাটো সোমবাৰে সংঘটিত হৈছে চেন্নাইৰ তিৰোচুলামৰ কাল্লো-কুটাই হ্ৰদত। ঘটনা অনুসৰি, ভিজুৱেল কমিউনিকেশ্বনৰ শিক্ষা সাং কৰি চাৰি যুৱকে নিয়মীয়াকৈ নিৰ্মাণ কৰিবলৈ লৈছিল চুটি ছবি, ফটো শ্বুট আৰু ভিডিঅ’। সোমবাৰেও যুৱক কেইজন … Read more

৭ ঘণ্টা বাথৰূমত একেলগে থাকিল বাঘ আৰু কুকুৰ! শ্বাসৰুদ্ধকৰ অভিযানত উদ্ধাৰ কৰিলে বন বিভাগে

নিউজ ডেস্ক। এই পৃথিৱীত কি কি যে কাণ্ড নহয়! তাৰে কিছুমানৰ ৰহস্য বুজা যায় আৰু কিছুমানৰ নুবুজাকৈয়ে থাকি যায়। জীৱ জগতত চলে নানা কিছু কাণ্ড। সেই অনুসৰি বন্য জীৱ জন্তুৰ জীৱনো অতি ৰোমাঞ্চকৰ ঘটনাৰে ভৰা। নিতৌ খাদ্যৰ বাবে সংঘাত থাকেই। তাৰ লগে লগেই খাদ্যৰ সন্ধান। জংঘলৰ পৰা বন্যজন্তু যদি কেনেবাকৈ খাদ্য সন্ধানত বাহিৰলৈ ওলাই আহে, … Read more

ঘণ্টাৰ পাছত ঘণ্টা ধৰি অনলাইন গেমত ব্যস্ত আছিল কিশোৰ, হঠাতে অচেতন হৈ ঘটিল মৃত্যু

নিউজ ডেস্ক। বৰ্তমান যুৱ সমাজৰ জীৱন বন্দী হৈছে মোবাইল ফোন বা কম্পিউটাৰত। প্ৰযুক্তিৰ বিকাশে বাৰুকৈয়ে প্ৰভাৱ পেলাইছে মানৱ জীৱনত। অনলাইন গেমৰ নিচাত মত্ত নৱ প্ৰজন্মই নিজৰ জীৱনলৈ মাতি আনিছে বিপদ। এইবাৰ এনে এক মৰ্মান্তিক ঘটনাই সংঘটিত হৈছে পণ্ডিচেৰীত। এজন ১৬ বছৰীয়া কিশোৰে অনলাইন গেমত ঘণ্টাৰ পিছত ঘণ্টা ব্যস্ত থাকি মস্তিষ্কত আঘাত পায় আঁকোৱালি লৈছে মৃত্যুক। … Read more

পুৰুষ আৰু মহিলাৰ বিয়াৰ আইনী বয়স ২১ বছৰ কৰাৰ দাবী! উচ্চতম ন্যায়ালয়ত অচিৰেই শুনানি

নিউজ ডেস্ক। পুৰুষ আৰু মহিলাৰ বিবাহৰ সঠিক বয়সক লৈ ৰাজস্থান উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছে। এই আবেদনখন শুনানিৰ বাবে সম্প্ৰতি উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে এই আৱেদন শুনানিৰ বাবে গ্ৰহণ কৰিছে। আবেদনখন বিজেপি নেতা আৰু জ্যেষ্ঠ অধিবক্তা অশ্বনী উপাধ্যায়ে দাখিল কৰিছে। উল্লেখ্য যে বৰ্তমান সময়ত ভাৰতত বিবাহৰ আইনগত নূন্যতম বয়স পুৰুষৰ … Read more

চৰকাৰ বিৰােধী ধৰ্ণা-প্ৰতিবাদত অংশ ল’লে নাপাব চৰকাৰী চাকৰি!

নিউজ ডেস্ক। প্ৰতিবাদ ৰোধৰ বাবে বিহাৰ চৰকাৰৰ এক বিতৰ্কিত পদক্ষেপ। যিসকল লোকে প্ৰতিবাদ কৰিব তেওঁলোকে লাভ নকৰিব চৰকাৰী সুবিধা। অৰ্থাৎ পথ অৱৰোধ, চৰকাৰক সমালোচনা কৰি চিত্ৰ অংকন আদি কৰিলে লাভ নকৰিব চাকৰি। এই সন্দৰ্ভত জাননী জাৰি কৰিছে বিহাৰ আৰক্ষীয়ে। যেন ভয় ভাবুকিৰে নাইকিয়া কৰিব বিচাৰিছে প্ৰতিবাদ। যাৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক হিটলাৰী শাসন চলোৱা … Read more