মৰ্মান্তিক! চালকে হঠাৎ ব্ৰেক মৰাৰ ফলত স্কুল বাছৰ পৰা চিটিকি পৰি মৃত্যু এগৰাকী ৭ বছৰীয়া ছাত্ৰীৰ
নিউজ ডেস্কঃ মধ্যপ্ৰদেশৰ উজ্জীয়নৰ বুধবাৰে পুৱাই সংঘটিত এক কৰুণ ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ জিলাখনত। এখন স্কুল বাছৰ চালক আৰু সহায়কৰ গাফিলতিৰ বাবেই এগৰাকী ৭ বছৰীয়া কণমানিৰ মৃত্যু ঘটাৰ অভিযোগ তুলি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ক্ষুব্ধ ৰাইজে। দৰাচলতে এই ঘটনা সংঘটিত হয় উজ্জীয়নৰ মহিদপুৰ নাৰায়ণা গাঁৱত। জানিব পৰা মতে, মহিদপুৰৰ কালুহেদা গাঁও আৰু পান বিহাৰৰ … Read more