ধৰ্মৰ বাবে ত্যাগ অভিনয় কেৰিয়াৰ! জনপ্ৰিয় ভোজপুৰী অভিনেত্ৰী ছহৰ আফছাৰ সিদ্ধান্তই ব্যথিত কৰিছে অনুৰাগীক…
নিউজ ডেস্কঃ ধৰ্মৰ বাবেই নাম-যশ, ঐশ্বৰ্য-বিভূতি সমস্ত ত্যাগ কৰিলে ভোজপুৰী ছবিজগতৰ এগৰাকী সফল অভিনেত্ৰীয়ে। ইছলাম ধৰ্মই অনুমতি প্ৰদান নকৰাৰ বাবেই দীঘলীয়া অভিনয় কেৰিয়াৰ ত্যাগ কৰি আল্লাহৰ শৰণাপন্ন হৈ পৰিল অভিনেত্ৰী ছহৰ আফছা। অভিনেত্ৰীগৰাকীয়ে নিজৰ সিদ্ধান্তৰ বিষয়ে এটা ইনষ্টাগ্ৰাম পোষ্ট কৰি অনুৰাগীসকলক জনোৱাৰ পিছতে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। পৰ্দাত দুৰ্দান্ত অভিনয় কৰি লাখ লাখ অনুৰাগীৰ হৃদয়ত … Read more