মিক্সড মাৰ্চিয়েল আৰ্টছত স্বৰ্ণ জয়ী দিনেশ নাওৰেমক গৃহ ভূমিত বিপুল আদৰণি
নিউজ ডেস্ক। এছিয়ান মিক্সড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপ-২০২১ত মিক্সড মাৰ্চিয়েল আৰ্টছত সোণৰ পদক আৰু ৰূপৰ পদক অৰ্জন কৰা মণিপুৰৰ খেলুৱৈ দিনেশ নাওৰেম স্বগৃহলৈ উভতি আহে। ৫৬.৭ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা কৰা চেম্পিয়ন দিনেশ নাওৰেমক নিজ ৰাজ্যত উষ্ম আদৰণি জনোৱা হয়। দিনেশে মিক্সড মাৰ্চিয়েল আৰ্টছৰ ৫৬.৭ কিলোগ্ৰাম শাখাত সোণ আৰু ষ্ট্ৰাইকিং মিক্সড মাৰ্চিয়েল আৰ্টছত ৰূপৰ পদক লাভ কৰিছিল। … Read more