বিয়াৰ পাছতে তীৰ্থ ভ্ৰমণৰ বাবে গৈ শােকাৱহ মৃত্যু নৱ বিবাহিতাৰ

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। মন্দিৰ দৰ্শনৰ বাবে গৈ ৰে’ল পথৰ আণ্ডাৰ-ব্ৰীজৰ পানীত আৱদ্ধ হৈ পৰে ৭ যাত্ৰী যোৱা বাহন। যাৰ ফলত মৃত্যু হয় বাহনখনত যোৱা নৱ বিবাহিতাৰ। এই ঘটনা শুকুৰবাৰে নিশা সংঘটিত হয় অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিত। ঘটনা অনুসৰি, কৰ্ণাটকৰ ৰাইচুৰৰ বাসিন্দা নৱ দম্পতীদ্বয়ে এমাহ পূৰ্বে আৱদ্ধ হৈছিল বিবাহ পাশত। শুকুৰবাৰে তেওঁলোকে ভগৱান ভেংকটেশ্বৰ স্বামীৰ … Read more

পেট্ৰ’ল ৪੦੦ টকা লিটাৰ হ’লে বাইকৰ ওপৰত ছাদ ৰাখিব পাৰিবনে? ভবেশ কলিতালৈ প্ৰশ্ন বিশিষ্ট কবি কুমাৰ বিশ্বাসৰ

নিউজ ডেস্ক। দেশত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। ইন্ধনৰ মূল্যবৃদ্ধিয়ে এতিয়া ৰাজনৈতিক বাক্যবাণ তীব্ৰ কৰি তুলিছে। ইন্ধনৰ মূল্যবৃদ্ধি সন্দৰ্ভত আচৰ্য্যকৰ মন্তব্য কৰি আহিছে বিজেপি নেতা-মন্ত্ৰীয়ে। শেহতীয়াকৈ বিজেপি নেতা ভবেশ কলিতাই মূল্যবৃদ্ধি সন্দৰ্ভত এক বিতৰ্কিত মন্তব্য কৰিছিল। তেওঁ কয় যে, যদি পেট্ৰ’ল প্ৰতি লিটাৰত ২০০ টকা হয়, তেন্তে বাইকত তিনিজন উঠাৰ ক্ষেত্ৰত ৰেহাই … Read more

আঁতৰিল অসমীয়া, শিলচৰ ৰে’ল ষ্টেচনত বিভাগীয়ভাৱে লগােৱা হ’ল বঙালী ভাষাৰ হ’ৰ্ডিং

নিউজ ডেস্ক। বৰাকত অসমীয়া ভাষা ব্যৱহাৰক লৈ তীব্ৰ প্ৰতিবাদ কৰিছিল বৰাকৰ দুই সংগঠন ক্ৰমে বৰাক ডেম’ক্রেটিক য়ুথ ফ্ৰণ্ট আৰু সদৌ বঙালী ছাত্ৰ যুৱ সংগঠনে। শিলচৰ ৰে’ল ষ্টেচনত অসমীয়া ভাষাৰ চৰকাৰী হ’ৰ্ডিঙত কলা ৰং সানি প্ৰতিবাদ কৰিছিল সংগঠন দুটাই। জল জীৱন অভিযানৰ চৰকাৰী বিজ্ঞাপনত কলা ৰং সানিছিল তেওঁলোকে। সংগঠন দুটাই দাবী কৰিছিল যে বৰাকত যিহেতু বঙালী … Read more

বিধ্বংসী অগ্নিকাণ্ডৰ পৰা আবাসীৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ ১৯ মহলাৰ পৰা পৰি মৃত্যু নিৰাপত্তা ৰক্ষীৰ

নিউজ ডেস্ক। সুউচ্চ অট্টালিকাৰ ১৯ মহলাত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ সময়তে আবাসীৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ অট্টালিকাৰ পৰা তললৈ পৰি প্ৰাণ গ’ল কৰ্তব্যৰত নিৰাপত্তাৰক্ষীৰ। এই শােকাৱহ ঘটনা শুকুৰবাৰে মহাৰাষ্ট্ৰৰ মুম্বাইত। উল্লেখ্য যে দক্ষিণ মুম্বাইৰ অবিঘ্না পাৰ্ক নামৰ আবাসীৰ এলেকাৰ সুউচ্চ অট্টালিকাৰ ১৯ মহলাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিল। এই খবৰ লাভ কৰিয়েই অট্টালিকাৰ নিৰাপত্তাৰ দায়িত্বত থকা অৰুণ তিৱাৰী নামৰ … Read more

দেশত এতিয়াও পেট্ৰ’ল-ডিজেলৰ দাম বহুত কম, ৯৫ শতাংশই নকৰে ব্যৱহাৰ! দাবী এগৰাকী মন্ত্ৰীৰ

নিউজ ডেস্ক। বৰ্তমান ব্যাপক হাৰত দেশত বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য। দেশত পেট্রলৰ মূল্যই স্পৰ্শ কৰিলে শতকৰ ঘৰ। যাৰ ফলত সৰ্বত্ৰে ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে সৃষ্টি হৈছে প্ৰতিবাদ। কিন্তু তেনে সময়তে কিছুমান বিজেপি নেতাই এই সন্দৰ্ভত কৰি আহিছে ভিন্ন ধৰণৰ আচৰিত মন্তব্য। এইবাৰ এই সন্দৰ্ভত এজন বিজেপি মন্ত্ৰীয়ে কৰিছে আজৱ মন্তব্য। মন্ত্ৰীজনে কয় যে দেশৰ … Read more

ভয়াৱহ পথ দুৰ্ঘটনাত এটা পৰিয়ালৰ শিশু-মহিলাসহ ৮ জনৰ শােকাৱহ মৃত্যু

নিউজ ডেস্ক। এক ভয়াৱহ পথ দুৰ্ঘটনা। ঘাইপথত এখন ৰখাই থােৱা ট্ৰাকৰ পিছফালে ক্ষন্তেক সময়ৰ বাবে ৰখাই থােৱা মাৰুতি আৰ্টিগা বাহনক পিছফালৰ পৰা খুন্দিয়ালে তীব্ৰবেগী ট্ৰাকে। এই দুৰ্ঘটনাত মৃত্যু ঘটে একেটা পৰিয়ালৰে এটি শিশু, ৩ মহিলাসহ ৮ জনকৈ লােকৰ। শুক্ৰবাৰে পুৱতি নিশা দিল্লীৰ কাষৰীয়া হাৰিয়ানাৰ ঝজ্জৰ জিলাৰ বাহাদুৰগড়ৰ কেএমপি এক্সপ্ৰেছৱেত এই ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। … Read more

হোমৱৰ্ক নকৰাৰ বাবেই ছাত্ৰক চৰম শাস্তি শিক্ষকৰ, মৃত্যু

নিউজ ডেস্ক। এক আচৰিত ঘটনা। হোমৱৰ্ক নকৰাৰ বাবেই শিক্ষকে আক্ৰমণ কৰিলে এজন সপ্তম শ্ৰেণীৰ ছাত্ৰক। শিক্ষকৰ প্ৰহাৰত প্ৰাণ গ’ল ১৩ বছৰীয়া ছাত্ৰৰ। এই ঘটনা বুধবাৰে আবেলি সংঘটিত হয় ৰাজস্থানৰ চুৰু জিলাৰ ছালাচাৰ আৰক্ষী থানা অন্তৰ্গত কোলাচাৰ গাঁৱৰ এখন ব্যক্তিগত বিদ্যালয়ত। বিদ্যালয় খনৰ নাম মডাৰ্ণ পাব্লিক স্কুল।আৰু শিক্ষকৰ বলি হোৱা ছাত্ৰজনৰ নাম হ’ল গণেশ। খবৰ অনুসৰি, … Read more

কভিড-১৯ ৰ পৰা সুস্থ হৈ উঠিল হিমা দাস

নিউজ ডেস্ক। ধিং এক্সপ্ৰেছ হিমা দাস ক’ভিড-১৯ নিগেটিভ। বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে খেলুৱৈ গৰাকীয়ে। সংক্ৰমিত হোৱাৰ এসপ্তাহৰ পিছত তেওঁৰ কভিড-১৯ ৰ পৰীক্ষাৰ প্ৰতিবেদনত নিগেটিভ আহে। উল্লেখ্য যে ২১ বছৰীয়া খেলুৱৈ গৰাকীয়ে যোৱা সপ্তাহত পাটিয়ালাৰ নেচনেল ইনষ্টিটিউট অৱ স্পৰ্ট (এনআইএছ)ত ৰাষ্ট্ৰীয় শিবিৰলৈ উভতি অহাৰ পিছত কভিড-১৯ পজিটিভ ধৰা পৰিছিল। জুনত আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপত পোৱা আঘাতৰ … Read more

হিমাই কম সময়ত অত্যধিক গুৰুত্ব পাইছিলঃ প্ৰশিক্ষক

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত যােগ্যতা অৰ্জনত সফল নহ’ল ধিং এক্সপ্ৰেছ হিমা দাস। ইয়াৰ পাছতে হিমা দাস ৩ মাহৰ বাবে ট্ৰেকৰ পৰা আঁতৰি আছিল। সম্প্ৰতি পুনৰ ট্ৰেকত নামিছে হিমাই। অৱশ্যে ক’ভিড-১৯ত সংক্ৰমণৰ পাছত পুনৰ সুস্থ হৈ উঠিছে হিমা। হিমাৰ কেৰিয়াৰ সন্দৰ্ভত দি ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে হােৱা সাক্ষাৎকাৰত প্ৰশিক্ষক গালিনা বুখাৰিনাই কয় যে ২੦১৮ ৰ বিশ্ব জুনিয়ৰৰ … Read more

বায়ু সেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাত পতিত, কথমপি প্ৰাণৰক্ষা পাইলটৰ

নিউজ ডেস্ক। মধ্য প্ৰদেশৰ ভিন্দ জিলাত বায়ু সেনাৰ যুঁজাৰু বিমান মিৰাজ ২০০০ দুৰ্ঘটনাগ্ৰস্ত হয়। ঘটনাটো বৃহস্পতিবাৰে পুৱা দেহাট আৰক্ষী থানা অন্তৰ্গত বাগদি গাঁৱত সংঘটিত হয়। অৱশ্যে নিৰাপদে ৰক্ষা পৰে বিমানখনৰ পাইলট। জানিব পৰা মতে, বিমানখন ফ্লাইট লেফটেনেণ্ট অভিলাষৰ দ্বাৰা উৰোৱা হৈছিল। দুৰ্ঘটনাত তেওঁ আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ পিছতেই তেওঁক চিকিৎসাৰ বাবে এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। … Read more