পাথৰ উলিওৱাৰ পৰিৱৰ্তে চিকিৎসকে উলিয়ালে বৃক্ক! ১১ লাখ টকাৰ জৰিমণা আৰোপ আদালতৰ

নিউজ ডেস্ক। বৰ্তমান সময়ত অস্ত্ৰোপ্ৰচাৰৰ সময়ত চিকিৎসকে বৃক্ক বা দেহৰ আন অংগ চুৰি কৰা ঘটনা প্ৰায়ে শুনিবলৈ পোৱা যায়। এইবাৰ এনে এক ঘটনা শুনিবলৈ পোৱা গৈছে য’ত চিকিৎসকে বৃক্কত পাথৰ হোৱা ৰোগীৰ অস্ত্ৰোপ্ৰচৰৰ সময়ত পাথৰৰ পৰিৱৰ্তে উলিয়ালে বৃক্ক। যাৰ ফলত মৃত্যু হয় ৰোগীজনৰ। ইয়াৰ পিছতেই ৰোগীৰ আত্মীয়ই গোচৰ তৰে ৰাজ্যিক উপভোক্তা বিবাদ নিষ্পত্তি আয়োগত। আৰু … Read more

Hit & Run! আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনে খুন্দিয়ালে দুই যুৱতীক, থিতাতে নিহত ১

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। এগৰাকী আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনে খুন্দিয়ালে পথ অতিক্ৰম কৰাৰ বাবে ৰৈ থকা দুগৰাকী যুৱতীক। এই দুৰ্ঘটনা ইমানেই ভয়াৱহ আছিল যে এগৰাকী যুৱতীৰ থিতাতে মৃত্যু ঘটে। আনহাতে, গুৰুতৰভাৱে আহত হয় আন গৰাকী যুৱতী। এই ঘটনাৰ স্থান পাঞ্জাৱৰ জলন্ধৰ-ফাগৱাৰা ঘাইপথ। জানিব পৰা মতে, এজন আৰক্ষী পৰিদৰ্শকৰ গাড়ীয়ে দুগৰাকী যুৱতীক খুন্দা মৰাৰ … Read more

৭৫ দিনৰ পিছত উদ্ধাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত সন্ধানহীন সেনাৰ পায়লটৰ মৃতদেহ

নিউজ ডেস্ক। যোৱা ৩ আগষ্টত সেনাৰ ধ্ৰুৱ এএলএইচ মাৰ্ক-৪ হেলিকপ্টাৰখন জম্মুৰ ৰঞ্জিত সাগৰ বান্ধত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। দুৰ্ঘটনাত লেফটেনেণ্ট কৰ্ণেল এ এছ বাথ আৰু কেপ্টেইন জয়ন্ত যোশী নিহত হৈছিল। ইয়াৰে সেনাই ১৫ আগষ্টত এ এছ বাথৰ মৃতদেহ বিচাৰি পাইছিল যদিও জয়ন্ত যোশী সন্ধানহীন হৈ আছিল। সেনাই জয়ন্ত যোশীৰ সন্ধান অভিযান অব্যাহত ৰাখিছিল। সেই অনুসৰি ৭৫ দিনৰ … Read more

অট্টালিকাৰ ২৫ মহলাত খেলি আছিল দুই যমজ ভাতৃ, ঘটিল ভয়ানক ঘটনা

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। ২৫ মহলাৰ ওপৰৰ পৰা তললৈ পৰি মৃত্যু যমজ ভাতৃদ্বয়ৰ। এই ঘটনা শনিবাৰে নিশা সংঘটিত হয় উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ সিদ্ধাৰ্থ বিহাৰৰ চিম্বল গ্ৰেণ্ড চ’চাইটিত। ১৪ বছৰীয়া যমজ ভাতৃৰ সন্দেহজনক মৃত্যুৰ প্ৰকৃত কাৰণ বৰ্তমানেও পোহৰলৈ অহা নাই। তথ্য অনুসৰি, গাজিয়াবাদৰ সিদ্ধাৰ্থ বিহাৰৰ প্ৰতীক গ্ৰেণ্ড চছাইটিত বাস কৰা পালানি মুদালিয়া হৈছে প্ৰতিমা … Read more

এক পেগ মদ খাই শুই যাবলৈ দিব পুৰুষ সকলক! মহিলালৈ আজব পৰামৰ্শ এগৰাকী মহিলা মন্ত্ৰীৰ

নিউজ ডেস্ক। মহিলাসকলৰ উদ্দেশ্যে আজব পৰামৰ্শ ছত্তীশগড়ৰ এগৰাকী মন্ত্ৰীৰ। তেওঁ মহিলা সকলক পৰামৰ্শ দি কয় যে, “ঘৰৰ পুৰুষ সদস্যক এক পেগ মদ খাই শুই যাবলৈ দিব।” এই মন্তব্য আগবঢ়াইছে ৰাজ্যখনৰ নাৰী তথা শিশু কল্যাণ মন্ত্ৰী অনিলা ভেণ্ডিয়াই। তেওঁৰ এই মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে ৰাজ্যৰ লগতে সমগ্ৰ দেশত। ৰাজনৈতিক মহলৰ মতে, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘেলৰ মন্ত্ৰীসভাৰ … Read more

টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙক গ্ৰেপ্তাৰ!

নিউজ ডেস্ক। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙক গ্ৰেপ্তাৰ। শনিবাৰে হাৰিয়ানাৰ হান্সি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে খেলুৱৈজনক। স্পিনাৰ যুজবেন্দ্ৰ চাহালৰ বিৰুদ্ধে জাতিগত আপত্তিজনক শব্দ ব্যৱহাৰ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে দাখিল কৰা গোচৰত গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি, যুৱৰাজ সিঙক ভাৰতীয় দণ্ডবিধিৰ ১৫৩ ক ধাৰা আৰু ৫০৫ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত অন্তৱৰ্তীকালীন … Read more

কন্যা সন্তান জন্ম হোৱাৰ বাবেই পেট্ৰ’ল পাম্পৰ মালিকে গ্ৰাহকলৈ আগবঢ়ালে ‘বাম্পাৰ অফাৰ’!

নিউজ ডেস্ক। বৰ্তমান পেট্ৰলৰ দামে সৰ্বত্ৰে স্পৰ্শ কৰিলে চেঞ্চুৰী। কিন্তু তেনে সময়তে যদি আপুনি লাভ কৰে বিনামূলীয়া অতিৰিক্ত পেট্ৰল, তেন্তে সেইয়া নিশ্চয়কৈ এক আনন্দৰ খবৰ নহয়নে! কথাটো আপোনাৰ মিছা যেন লাগিলেও কিন্তু সঁচা। এই বিনামূলীয়া পেট্ৰল আগবঢ়াইছে মধ্য প্ৰদেশৰ বেটুলৰ এজন পেট্ৰল পাম্প অপাৰেটৰে। অৱশ্যে এইয়া কোনো উৎসৱৰ বাবে আগবঢ়োৱা অফাৰ নহয়। এগৰাকী কন্যা সন্তান … Read more

প্ৰতি লিটাৰ পেট্ৰ’ল ১১৬.৮৮, ডিজেল ১੦৫.৯৯ টকা! দেশৰ কােন ঠাইত ইন্ধনৰ মূল্য সৰ্বাধিক?

নিউজ ডেস্ক। বৰ্তমানেও পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি ৰোধ হোৱা নাই। যাৰ ফলত ইন্ধনৰ মূল্যই মাধমাৰ সোধাইছে সাধাৰণ জনতাক। পেট্ৰল আৰু ডিজেলৰ আকাশলংঘী মূল্যই সাধাৰণ মানুহৰ জীৱন দুৰ্বিষহ কৰি তুলিছে। ইন্ধনৰ মূল্য আজি অৰ্থাৎ শনিবাৰেও প্ৰতি লিটাৰত ৩৫ পইচা বৃদ্ধি পাইছে। এই বৃদ্ধিৰ জৰিয়তে সমগ্ৰ দেশতে পেট্ৰল আৰু ডিজেলৰ মূল্যই নতুন অভিলেখ সৃষ্টি কৰিছে। জানিব পৰা … Read more

শুই থকা অৱস্থাত মহিলাৰ কাষতে পৰিলেহি উল্কাপিণ্ড! কথমপি প্ৰাণৰক্ষা

নিউজ ডেস্ক। পৃথিৱীৰ বহুতো দেশত উল্কাপিণ্ড পৰাৰ বহুতো ঘটনা শুনিবলৈ পোৱা যায়। কেতিয়াবা ইয়াৰ মূল্য সম্পৰ্কে বহুতো অনুমান কৰা হয়। কোৱা হয় যে এই উল্কাপিণ্ডবোৰ ইমান ব্যয়বহুল যে যিয়ে ইয়াক বিচাৰি পায় তেওঁ ধনী হৈ পৰে। এইবাৰ কানাডাৰ এনে এটা ঘটনা পোহৰলৈ আহিছে, য’ত এগৰাকী মহিলা শুই থকা অৱস্থাত এটা উল্কাপিণ্ড আহি তেওঁৰ বিচনাত পৰে। … Read more

ক’ভিড প্ৰতিষেধক নোলোৱাৰ বাবেই ফুটবল মেচ উপভোগ কৰাৰ পৰা বঞ্চিত হ’ল ৰাষ্ট্ৰপতি!

নিউজ ডেস্ক। যি সময়ত কভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ বৰ্তমানেও বহুতে অনিচ্ছা প্ৰকাশ কৰিছে বা নানা অভিযোগ কৰিছে। সেই সময়তে প্ৰতিষেধক গ্ৰহণ নকৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি দেখুৱালে এখন দেশৰ লোকে। খােদ দেশখনৰ ৰাষ্ট্ৰপতিকেই প্ৰতিষেধক গ্ৰহণ নকৰাৰ বাবে প্ৰৱেশ কৰিবলৈ নিদিলে ষ্টেডিয়ামৰ ভিতৰত। এই ঘটনা ব্ৰাজিলত। ব্ৰাজিলত ৰাষ্ট্ৰপতিকো কভিড নিয়ম অনুসৰণ কৰাৰ পৰা ৰেহাই দিয়া … Read more