এবছৰ পূৰ্বেই বিবাহপাশত আবদ্ধ হৈছিল শ্বহীদ সেনা জােৱান চাৰাজ সিঙ, দুই ভাতৃয়ো সেনা জােৱান

সোমবাৰে পুৱা পাকিস্তানৰ সীমান্তৱৰ্তী জম্মু-কাশ্মীৰৰ পুঞ্চ চেক্টৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল পাঁচ জোৱান। শ্বহীদসকলৰ ভিতৰত আছিল উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাৰ বান্দা আৰক্ষী থানা অন্তৰ্গত আখতিয়াৰপুৰ গাঁৱৰ বাসিন্দা চাৰাজ সিং। তেওঁৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত। শােকত ভাগি পৰিছে পত্নী তথা পৰিয়ালৰ সকলাে সদস্য। জানিব পৰা মতে, চাৰাজ সিঙৰ দুই ভাতৃ ক্ৰমে গুৰপ্ৰীত সিং আৰু … Read more

পিতৃ অৱসৰপ্ৰাপ্ত সৈনিক, ২৪ বছৰ বয়সত শ্বহীদ সেনাত কৰ্মৰত পুত্ৰ

নিউজ ডেস্ক। ভাৰতীয় সেনাত ৩ দশক ধৰি দায়িত্ব পালন কৰা এগৰাকী অৱসৰপ্ৰাপ্ত সৈনিক ২৪ বছৰীয়া পুত্ৰ হ’ল দেশৰ বাবে শ্বহীদ। বৰফাবৃত্ত সুউচ্চ চিয়াচেনৰ যুদ্ধক্ষেত্ৰত কৰ্তব্যৰত অৱস্থাত শ্বহীদ হ’ল ভাৰতীয় সেনাৰ জোৱান বিপিন সিং গােঁসাই। জোৱানজনৰ উত্তৰাখণ্ডৰ গড়ৱালৰ পাউৰীৰ পাবৌ খণ্ডৰ ধাৰকোট গাঁৱৰ বাসিন্দা। দেওবাৰে কৰ্তব্যৰত অৱস্থাত এক শােকাৱহ দুৰ্ঘটনাত প্ৰাণ ত্যাগ কৰে সৈনিকগৰাকীয়ে। প্ৰাপ্ত তথ্য … Read more

সেনাত চাকৰিৰ নামত প্ৰৱঞ্চনা! ৰঙাঘৰত ভুৱা সেনা বিষয়া

নিউজ ডেস্ক। এইবাৰ চাকৰিৰ নামত যুৱক-যুৱতীক প্ৰৱঞ্চনা কৰি ৰঙাঘৰৰ আলহী হ’ল এজন ভুৱা সেনা বিষয়া। উত্তৰাখণ্ড আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চে নিজকে সেনাৰ লেফটেনেণ্ট বুলি পৰিচয় দি অবৈধ কাৰ্যকলাপ কৰা এজনক গ্ৰেপ্তাৰ কৰে। ভুৱা লেফটেনেণ্টজনক শচীন অৱস্থী বুলি চিনাক্ত কৰা হৈছে। বিশেষ টাস্ক ফৰ্চৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজয় সিঙে কয় যে, তেওঁ সেনাৰ লেফটেনেণ্টৰ ইউনিফৰ্ম পিন্ধি … Read more

চলন্ত বাইকৰ ওপৰত গছ পৰি দুজন যুৱকৰ শােকাৱহ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ দুৰ্ঘটনা। পাহাৰীয়া পথত অবৈধভাৱে কটা গছ পৰিল চলন্ত বাইকৰ ওপৰত। এই ঘটনাত প্ৰাণ গ’ল দুজন বাইক আৰােহীৰ। এই ঘটনাৰ স্থান মহানগৰীৰ সোণাপুৰ থানাৰ অন্তৰ্গত বেজেনি। প্ৰাপ্ত তথ্য মতে, শনিবাৰে বিয়লি ভাগত বাইকেৰে কলংপাৰৰ পৰা বেজেনিলৈ আহি থকা অৱস্থাত বেজেনি পথত প্ৰকাণ্ড মাকৰিশাল গছ দুয়োজন বাইক আৰোহীৰ ওপৰতে বাগৰি পৰে। ফলত ৰিণ্টু … Read more

পেট্ৰ’লতকৈ পানীৰ দামহে বেছি! আজব যুক্তি পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

নিউজ ডেস্ক। দেশৰ অধিকাংশ ৰাজ্যতে চেঞ্চুৰি কােবাইছে পেট্ৰ’লৰ দামে। পেট্ৰ’লৰ লগতে বৃদ্ধি পাইছে ডিজেল তথা ৰন্ধন গেছৰ মূল্যও। এনে মূল্যবৃদ্ধিয়ে দেশৰ জনসাধাৰণক জ্বলা-ক’লা খুওৱাৰ সময়তে এক আজব যুক্তিৰে এই মূল্যবৃদ্ধিক যুক্তিসংগত আখ্যা দিছে অসমৰ সাংসদ তথা কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। সাংবাদিকৰ সৈতে হােৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে মূল্যবৃদ্ধিৰ সপক্ষে যুক্তি দৰ্শাই কয়, ”ভেকচিনৰ পইচা কৰ পৰা … Read more

বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত ৯, আহত ২৭

এক ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত হয় ৯ জন লোক। তাৰ বিপৰীতে আহত হয় প্ৰায় ২৭ জন লোক। এই ঘটনা বৃহস্পতিবাৰে পুৱা সংঘটিত হয় উত্তৰ প্ৰদেশৰ বাৰাবাংকীৰ বাবুৰাহিয়া গাঁৱৰ ওচৰৰ কিষাণ পথত। খবৰ অনুসৰি, যাত্ৰী সহ দিল্লীৰ পৰা আহি আছিল বাছখন। পুৱা ৪.৪৫ বজাত দেৱ কোতৱালী অঞ্চলৰ মিট্টি চকীৰ অন্তৰ্গত বাবুৰিয়া … Read more

মুণ্ডন কৰি গংগাত স্নান, যজ্ঞত বহি তৃণমূলত যােগদান বিজেপি বিধায়কৰ

নিউজ ডেস্ক। পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ পাছতে ত্ৰিপুৰা বিজেপিত যেন আৰম্ভ হৈছে খহনীয়া। এজনৰ পিছত এজনকৈ নেতা প্ৰতিনিধিয়ে ঢাপলি মেলিছে তৃণমূল কংগ্ৰেছলৈ। এইবাৰ এজন বিধায়কে যোগদান কৰিবলৈ আগবাঢ়িছে তৃণমূল কংগ্ৰেছত। তেওঁ হল ত্ৰিপুৰাৰ চুৰমা বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক আশীষ দাস। তেওঁ পূৰ্বেই জনাইছিল যে তেওঁ তৃণমূল কংগ্ৰেছত যোগদান কৰিব। সেই অনুসৰি তেওঁ যোগদান কৰাৰ পূৰ্বে … Read more

বৃহৎ পৰিমাণৰ চােৰাং সােণ- নিষিদ্ধ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ ৯

নিউজ ডেস্ক। অসম আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ লগতে বিভিন্ন অপৰাধী চক্ৰৰ বিৰুদ্ধে অব্যাহত ৰখা অভিযানৰ মাজতে এইবাৰ এনে অপৰাধীৰ বিৰুদ্ধে বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ প্ৰতিবেশী ৰাজ্য নাগালেণ্ডৰ আৰক্ষীয়ে। নাগালেণ্ড আৰক্ষীয়ে পৃথক পৃথক অভিযানত বৃহৎ পৰিমাণৰ সোণ আৰু ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। নাগালেণ্ড আৰক্ষীয়ে কহিমাৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰে চোৰাং সোণ আৰু … Read more

ৰাজপথত ফুট অভাৰব্ৰীজৰ তলত আবদ্ধ হৈ পৰিল বিমান! দৃশ্য ভাইৰেল

নিউজ ডেস্ক। এক আচৰিত দৃশ্য। যান-বাহন চলা ৰাজপথত দেখা গ’ল বিমান। আপুনি বিশ্বাস কৰিবলৈ টান পাইছে যদিও সেইয়া সঁচা। তেনে এক দৃশ্যই বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। দৃশ্যটো দেখা পোৱা গৈছে দিল্লী বিমানবন্দৰৰ সমীপৱৰ্তী দিল্লী-গুৰুগ্ৰাম ঘাইপথত। য’ত এয়াৰ ইণ্ডিয়াৰ এখন বিমান ফুট অভাৰব্ৰীজৰ তলত আৱদ্ধ হৈ পৰে। বহুতে আচৰিত হৈছে যে বিমানখন কেনেকৈ সেই … Read more

বিশিষ্ট অভিনেতা ঘনশ্যাম নায়ক ওৰফে নট্টু কাকাৰ মৃত্যু

নিউজ ডেস্ক। সৰু পৰ্দাৰ লগতে ছবি জগতত বলিষ্ঠ অভিনয়েৰে সুকীয়া স্থান দখল কৰা বিশিষ্ট অভিনেতা ঘনশ্যাম নায়কৰ দেহাৱসান। বিগত কেইবাবছৰ ধৰি দুৰাৰোগ্য ৰোগেৰে যুঁজি থকা টেলিভিছনৰ জনপ্ৰিয় ধাৰাবাহিক ‘তাৰক মেহত কা উল্টা চছমা’ৰ নট্টু কাকা হিচাপে জনপ্ৰিয় অভিনেতা ঘনশ্যাম নায়াকৰ দেওবাৰে ৭৭ বছৰ বয়সত মৃত্যু ঘটে। এটা সময়ত তিনি টকাৰ বাবে ২৪ ঘণ্টা কাম কৰা … Read more