ভাৰতীয় জাতীয় মহিলা ফুটবল দলৰ বাবে মণিপুৰৰ ১০ গৰাকী মহিলা খেলুৱৈ নিৰ্বাচিত

নিউজ ডেস্ক: উত্তৰ পূৱবাসীৰ বাবে এক ভাল খবৰ। অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে ভাৰতীয় জাতীয় ফুটবল দলৰ বাবে মণিপুৰৰ পৰা মুঠ ১০ গৰাকী মহিলা ফুটবলাৰ বাছনি কৰে। ক্ৰীড়া ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ অৱদান হিচাপে বিবেচিত এই খেলুৱৈ কেইগৰাকীক ১৬ আগষ্টৰ পৰা জামছেদপুৰত অনুষ্ঠিত হ’বলগীয়া জ্যেষ্ঠ মহিলা ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ইফালে, পৰৱৰ্তী … Read more

মৰ্মান্তিক! বিবাহৰ এমাহ পূৰ্বে পথ দুৰ্ঘটনাত প্ৰেমিক যুগলৰ মৃত্যু

নিউজ ডেস্ক। এক কৰুণ ঘটনা। এক প্ৰেম কাহিনীৰ শােকাৱহ পৰিসমাপ্তি। অহা মাহত বিবাহপাশত আবদ্ধ হ’বলগীয়া প্ৰেমিক যুগলৰ শৰাইঘাট দলঙত পথ দুৰ্ঘটনাত প্ৰাণহানি। নিহত প্ৰেমিক যুগলদ্বয় হৈছে দৰং জিলাৰ ছিপাঝাৰৰ মৰােৱাচুকীৰ বাসিন্দা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে স্বাধীনতা দিৱসৰ নিশা ঘৰৰ পৰা এএছ ০১ বি এফ ০৩৮০ নম্বৰৰ এখন ছুইফট ডিজায়াৰ বাহনেৰে গুৱাহাটী অভিমুখে ফুৰিবলৈ … Read more

এইবাৰ কংগ্ৰেছৰ সংগ এৰিলে প্ৰাক্তন সাংসদ সুস্মিতা দেবে

নিউজ ডেস্ক। অসমত পুনৰ এক মােক্ষম আঘাতৰ সন্মুখীন হ’ল কংগ্ৰেছ দল। একাধিক নিৰ্বাচিত দলীয় বিধায়কৰ দলত্যাগৰ পাছতে এইবাৰ কংগ্ৰেছ দল ত্যাগ কৰিলে বৰাকৰ শক্তিশালী কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন সাংসদ সুস্মিতা দেবে। ১৫ আগষ্টৰ দিনাই দলৰ হাইকামাণ্ডলৈ পদত্যাগ পত্ৰ প্ৰেৰণ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ নেত্ৰীগৰাকীৰ। Former Congress MP Sushmita Dev resigns from the party (file photo) pic.twitter.com/tlEyG5aKxX … Read more

শিক্ষয়িত্ৰী-গল্পকাৰ কৰিশ্মা শইকায়ীৰ ক’ভিড-১৯ত অকাল মৃত্যু

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন জিলাত এতিয়াও অব্যাহত আছে ক’ভিড-১৯ ভাইৰাছৰ বিভীষিকা। ক’ভিড-১৯ৰ সংক্ৰমণত আক্ৰান্ত হৈ আমাৰ মাজৰ পৰা অকালতে হেৰাই গৈছে বহু লােক। অকালতে হেৰাই গৈছে বহু প্ৰতিভাসম্পন্ন ব্যক্তিত্ব। ইয়াৰ মাজতে গোলাঘাটত এগৰাকী জনপ্ৰিয় শিক্ষয়িত্ৰী তথা গল্পকাৰ, কৰিশ্মা শইকীয়াৰ মৃত্যুৰ ঘটনাই গভীৰ শােকৰ ছাঁ পেলাইছে। জানিব পৰা মতে, ক’ভিড-১৯ত আক্ৰান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন … Read more

ক’ভিড-১৯ত আক্ৰান্ত হৈ প্ৰাণ গ’ল এগৰাকী তবলা বাদকৰ

নিউজ ডেস্ক। ৰাজ্যত অব্যাহত আছে ক’ভিড-১৯ৰ সংহাৰ। সৰ্থেবাৰীত ক’ভিড-১৯ত আক্ৰান্ত হৈ প্ৰাণ গ’ল এগৰাকী তবলা বাদকৰ। সৰ্থেবাৰী বাপুজী নগৰ নিবাসী জনপ্ৰিয় তবলা বাদক হীৰেণ চৌধুৰী ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু ঘটে। সমগ্ৰ সৰ্থেবাৰী বাসীৰ বাবেই পৰিচিত হীৰেণ চৌধুৰী নিজে এজন ভাল তবলা বাদক হোৱাৰ লগতে নিজ কন্যা যুক্তাশ্ৰীক এগৰাকী ভাল শিল্পী হিচাপে গঢ় দিয়াত সফল হৈছিল। … Read more

নিজ হাতেৰে সাজি উলিয়াইছিল হেলিকপ্টাৰ, পৰীক্ষণৰ সময়ত ঘটিল ভয়ানক ঘটনা

নিউজ ডেস্ক। তেওঁ নিজ হাতেৰেই নিৰ্মাণ কৰিছিল এখন হেলিকপ্টাৰ। কিন্তু সেইয়া কৰিবলৈ গৈ এক দুৰ্ঘটনাত মৃত্যু হ’ল এজন ২৪ বছৰীয়া যুৱকৰ। এই ঘটনা মংগলবাৰৰ মহাৰাষ্ট্ৰৰ য়াবাতমাল জিলাৰ ফুলভাংচি গাঁৱৰ। আৰক্ষীয়ে জনোৱা অনুসৰি, তেওঁৰ হেলিকপ্টাৰখনৰ এক যান্ত্ৰিক বিজুতি হৈছিল। সেইয়া ঠিক কৰিবলৈ তেওঁ উঠিছিল হেলিকপ্টাৰত। কিন্তু তেনে সময়তে হেলিকপ্টাৰৰ ব্লেড ঘূৰি তেওঁৰ মূৰত কৰেহি আঘাত। আৰু … Read more

ভয়ংকৰ! ভূমিস্খলনত খহি পৰিল ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ বৃহৎ অংশ

নিউজ ডেষ্ক। এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনত সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথৰ বৃহৎ অংশ। এই ঘটনা শুকুৰবাৰে দুপৰীয়া সংঘটিত হৈছে অৰুণাচল প্ৰদেশৰ পাংগিন-পাছিঘাট পথত। Another mishap between Pangin-Pasighat Road: A portion of highway (NH-13) was completely washed away this afternoon at Sirki near Pasighat before reaching Rengging. The people of Siang, West Siang, Upper … Read more

ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত থিতাতে মৃত্যু কণমানি নাৰ্গিছৰ

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন অঞ্চলত অবৈধভাবে মাটি কঢ়িওৱা একাংশ ট্ৰেক্টৰৰ বাবে সঘনাই সংঘটিত হৈছে পথ দুৰ্ঘটনা। তেনে এক অনুৰূপ ঘটনা সংঘটিত হ’ল বৰপেটাৰােডত, য’ত এখন মাৰুতি ইক’ বাহনৰ সৈতে মাটি কঢ়িওৱা ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষৰ ফলত এগৰাকী কণমানিয়ে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয়। জানিব পৰা মতে, বৰপেটাৰোডৰ সমীপৰ বি এইচ কলেজৰ কাষৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে … Read more

অলিম্পিকত পদক জয়ী পি ভি সিন্ধুৱে আৰম্ভ কৰিব প্ৰশিক্ষণ একাডেমী

নিউজ ডেষ্ক l টকিঅ’ অলিম্পিকত ব্ৰঞ্জ পদক বিজয়ী পি ভি সিন্ধুৱে আৰম্ভ কৰিব প্ৰশিক্ষণ একাডেমী। মূলতঃ যুৱ প্ৰজন্মক ক্ৰীড়া ক্ষেত্ৰত আগুৱাই নিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে খেলুৱৈ গৰাকীয়ে। ভাৰতীয় বেডমিণ্টন খেলুৱৈ গৰাকীয়ে অনুভৱ কৰে যে ক্ৰীড়াত অংশগ্ৰহণৰ ক্ষেত্ৰত দেশৰ যুৱ প্ৰজন্ম পিছ পৰি আছে। সেই উদ্দেশ্যেৰে তেওঁ বিশাখাপত্তনমত এখন প্ৰশিক্ষণ একাডেমী আৰম্ভ কৰিব। শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ … Read more

আজব কাণ্ড! প্ৰদেশ কংগ্ৰেছৰ নেত্ৰী ববিতা শৰ্মালৈ ‘বিধৱা পেঞ্চন’ গ্ৰামােন্নয়ন বিভাগৰ!

নিউজ ডেস্ক। এক আচৰিত ঘটনা। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা মিডিয়া কােষৰ অধ্যক্ষা ববিতা শৰ্মালৈ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামােন্নয়ন বিভাগে আগবঢ়ালে বিধবা পেঞ্চন! ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে তেওঁলৈ মেচেজ যোগে প্ৰেৰণ কৰে এই খবৰ। তেওঁলৈ অহা মেচেজটো আছিল যে ‘আপুনি ইন্দিৰা মিৰি বিধবা পেঞ্চনৰ অন্তৰ্ভুক্ত হৈছে। প্ৰতি মাহৰ ১০ তাৰিখে আপোনাৰ … Read more