সেনাৰ ধ্ৰুৱ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, সন্ধানহীন দুই পাইলট

নিউজ ডেস্ক। মঙলবাৰে পুৱা জম্মু-কাশ্মীৰৰ কঠুৱাৰ সীমান্তৱৰ্তী ৰঞ্জিত সাগৰ নদী বান্ধত ভাৰতীয় সেনাৰ ধ্ৰুৱহেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হয়। পুৱা ১০.৫০ বজাত ৰঞ্জিত সাগৰ বান্ধ হ্ৰদত সেনাৰ ধ্ৰুৱ এএলএইচ মাৰ্ক-৪ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ সময়ত হেলিকপ্টাৰখনত আছিল দুজন পাইলট। জানিব পৰা মতে, হেলিকপ্টাৰখন মামুন কেণ্টৰ পৰা পুৱা ৮.৩০ বজাত উৰা মাৰিছিল। অঞ্চলটোৰ ঘন অৰণ্য আৰু হ্ৰদৰ চাৰিওফালৰ … Read more

মূল্যবৃদ্ধিৰ প্ৰতিবাদ! সংসদলৈ চাইকেল চলাই গ’ল ৰাহুল গান্ধী

নিউজ ডেস্ক। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মূল্যবৃদ্ধিৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি আহিছে। এইবাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ নেতাজনে চৰকাৰৰ বিৰুদ্ধে কৰিলে প্ৰতিবাদ। সেই অনুসৰি মঙলবাৰে তেওঁ চাইকেল চলাই গল সংসদলৈ। ইন্ধনৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিৰোধী সাংসদসকলৰ সৈতে তেওঁ সংসদলৈ চাইকেল চলাই যায়। বিৰোধী সাংসদসকলৰ প্ৰতিবাদৰ সেই ৰেলীৰ নেতৃত্ব দিছিল কংগ্ৰেছ নেতাজনে। Participated in the cycle rally … Read more

চনু সুদ ৰাছিয়া বিশেষ অলিম্পিকৰ বাবে ভাৰতৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্ত

নিউজ ডেস্ক। বিগত বছৰৰ পৰা সংবাদ মাধ্যমৰ শিৰােনাম দখল কৰি আহিছে বলিউড অভিনেতা চনু সুদে। ক’ভিড মহামাৰীৰ সময়ত দৰিদ্ৰ লোকসকলক সহায় কৰাৰ বাবে তেওঁ সকলোৰে প্ৰিয় তথা ধন্যবাদৰ পাত্ৰ হৈ পৰে। তেওঁৰ সেই কাৰ্যৰ দ্বাৰা বিশ্বত পৰিচিত হৈ পৰিছিল। এইবাৰ পুনৰ অভিনেতাজনে বিশেষ অলিম্পিক ভাৰতৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি লাভ কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে। … Read more

৩ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক BSF ৰ

নিউজ ডেস্ক। মেঘালয়ৰ বিএছএফৰ সফলতা। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হয় বিএছএফে। দেওবাৰে ভাৰতৰ ভূ-খণ্ডত অবৈধভাৱে প্ৰৱেশ কৰা এজন বাংলাদেশী নাগৰিক আটক কৰে বিএছএফে। মেঘালয়ৰ ইষ্ট খাচী পাৰ্বত্য জিলাৰ দুলাইনালা সীমান্ত চকীৰ বিএছএফৰ দলে আটক কৰে অনুপ্ৰবেশকাৰীজনক। On 29 July 2021, alert troops of @BSF_Meghalaya apprehended 02 #Bangladeshi #nationals … Read more

মৰ্মান্তিক! উদ্ধাৰ অভিযানৰ সময়ত হােৱা ভূমিস্খলনত শ্বহীদ বি আৰ অ’ৰ ২ বিষয়া

নিউজ ডেস্ক। ভূমিস্খলনত বন্ধ হৈ পৰা পথ মুকলি কৰাৰ সময়ত পুনৰ সংঘটিত ভূমিস্খলনৰ ঘটনাত শ্বহীদ হ’ল সীমান্ত পথ সংস্থা চমুকৈ বি আৰ অ’ৰ দুজনকৈ বিষয়া। হিমাচল প্ৰদেশত দুটা পৃথক পৃথক ভূমিস্খলনত শ্বহীদ হয় বিষয়া দুজন। ইয়াৰে প্ৰথম ঘটনা সংঘটিত হয় যােৱা ৩੦ জুলাইত ৰাজ্যখনৰ মানালী-চৰচু পথত। ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰা উক্ত পথছােৱাৰ এটা অংশত … Read more

ভাল খবৰ! টকিঅ’ অলিম্পিকত পদক জয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৰ

নিউজ ডেস্ক। ভাৰােত্তােলনত মীৰাবাঈ চানুৰ পাছত এইবাৰ টকিঅ’ অলিম্পিকত দেশৰ বাবে আন এটা পদক আজুৰি আনিলে ভাৰতীয় বেডমিণ্টন তাৰকা পি ভি সিন্ধুৱে। মহিলাৰ বেডমিন্টনৰ ছিংগলছত তৃতীয় স্থান দখলৰ বাবে দেওবাৰে অনুষ্ঠিত খেলখনত চীনৰ প্ৰতিদ্বন্দ্বী হে বিনজিয়াওক পৰাস্ত কৰিলে সিন্ধুৱে। Hard work. Practice. Determination. 💪 A well deserved #Bandminton #bronze for PV Sindhu 🙌#Tokyo2020 | #UnitedByEmotion … Read more

কৃতজ্ঞতা! চনু সুদক জন্মদিনৰ শুভেচ্ছা জনাবলৈ বিশেষ ভিডিঅ’ প্ৰস্তুত অনুৰাগীৰ

নিউজ ডেস্ক। চনু সুদ। আজিৰ দিনত সেই নাম দেশ-বিদেশত সকলোৰে পৰিচিত। বিপদৰ বন্ধু আৰু দুখীয়াৰ ভগৱান হিচাপে পৰিচিত তেওঁ। শুকুৰবাৰে আছিল তেওঁৰ ৪৮ সংখ্যক জন্মদিন। তেওঁৰ জন্মদিনত শুভেচ্ছা জনোৱা সকলোকে তেওঁ জনাইছিল কৃতজ্ঞতা। ইয়াৰোপৰি তেওঁ আনৰ বাবে কৰিব বিচৰা ইচ্ছাৰ কথাও উল্লেখ কৰিছিল সেইদিনা। সেইয়া আছিল চিকিৎসালয়ত ৰোগীৰ বাবে ১০০০ খন বিচনা দিয়া আৰু ছাত্ৰ-ছাত্ৰীক … Read more

হঠাতে ৰাজনীতিৰ পৰা সন্যাস ল’লে বিজেপি সাংসদ বাবুল সুপ্ৰিয়ই…

নিউজ ডেস্ক। যোৱা কিছুদিন চলি থকা জল্পনা-কল্পনাই অৱশেষত সত্য প্ৰমাণিত হ’ল। ফেচবুকত প’ষ্ট কৰি পশ্চিম বংগৰ বিজেপি সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই জনাই দিলে তেওঁ ৰাজনীতিৰ পৰা বিদায় লোৱাৰ কথা। বিজেপিৰ দলীয় সূত্ৰ অনুসৰি শনিবাৰেই সাংসদ পদ ত্যাগ কৰিব পাৰে সুপ্ৰিয়ই। অৱশ্যে তেওঁ এই কথা স্পষ্ট কৰি দিছে যে তৃণমূল কংগ্ৰেছ বা আন … Read more

সংখ্যাগৰিষ্ঠ আসনেৰে শাসনলৈ আহিলে ৫ মিনিটতে পাব ILP! মেঘালয়ৰ বিজেপি মন্ত্ৰীৰ দাবী

নিউজ ডেস্ক। বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত বলৱৎ হৈ আছে আন্তঃৰাজ্যিক পাৰপত্ৰ (ILP) ব্যৱস্থা। অসম প্ৰতিবেশী ৰাজ্য মেঘালয়তাে এই ব্যৱস্থা প্ৰচলনৰ বাবে বিভিন্ন দল, সংগঠন, জনসাধাৰণে চৰকাৰক দাবী জনাই আহিছে। শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ মেঘালয় ভ্ৰমণৰ সময়ছােৱাত পুনৰবাৰ ৰাজ্যখনত ILP বলৱৎ কৰাৰ দাবীৰে তীব্ৰতৰ হৈছে দাবী। কেন্দ্ৰীয় চৰকাৰক আন্তঃ সীমা পাৰপত্ৰ প্ৰদানৰ বাবে দাবী কৰি আহিছে … Read more

মূৰ্গী, ছাগলী মাংসৰ তুলনাত অধিক গো মাংস খাবলৈ পৰামৰ্শ মেঘালয়ৰ বিজেপি নেতা তথা মন্ত্ৰীৰ

নিউজ ডেস্ক। সাধাৰণতে বিজেপি শাসিত ৰাজ্যসমূহত চৰকাৰে গো মাংস ভক্ষণৰ বিৰোধিতা কৰি আহিছে। বহু ৰাজ্যত এই মাংসৰ ভক্ষণ হ্ৰাস কৰাৰ লক্ষ্যৰে প্ৰযোজ্য কৰা হৈছে আইন। কিন্তু এইবাৰ সকলোকে আন মাংসতকৈ বেছিকৈ গো মাংস খাবলৈ আহ্বান জনালে এজন বিজেপি মন্ত্ৰীয়ে। তেওঁ হ’ল মেঘালয়ৰ বিজেপি নেতা তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী চানবৰ শুল্লাই। তেওঁ ৰাজ্যৰ জনসাধাৰণক আন … Read more