সামাজিক মাধ্যমত ভাইৰেল এটা বিশেষ ৰে’লপথৰ নান্দনিক দৃশ্য, চাওক ভিডিঅ’

নিউজ ডেস্ক। দেশজুৰি মনচুনৰ বাৰিষা অব্যাহত থকাৰ মাজতে সামাজিক মাধ্যমত শেহতীয়াকৈ ভাইৰেল হৈছে এটা বিশেষ ৰে’লপথত দৃশ্য। শাৰী শাৰী জলপ্ৰপাতৰ পানীৰ আচ্ছাদনৰ মাজেৰে পাৰ হৈছে যাত্ৰীবাহী ৰে’ল। এক নান্দনিক দৃশ্য। এই দৃশ্য দুধসাগৰ জলপ্ৰপাতৰ। উল্লেখ্য যে কৰ্ণাটক আৰু গােৱাৰ সীমান্তত অৱস্থিত এই দুধসাগৰ জলপ্ৰপাত। দৃশ্যটোত দেখা অনুসৰি, দক্ষিণ পশ্চিম ৰেলৱেৰ এখন ৰেল দুধসাগৰ জলপ্ৰপাতৰ কাষৰে … Read more

ৰাজহুৱা স্থানত বিষাক্ত সাপ ডিঙিত লৈ কৰি আছিল ধেমালি, তাৰ পিছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। সাধাৰণতে সাপক লৈ কোনোৱে নকৰে ধেমালি। সাপ দেখিলেই আঁতৰি যায় বহুতেই। কিন্তু এইবাৰ এজন লোকে সেই কথাক গুৰুত্ব নিদি বিষাক্ত সাপৰ লগত কৰিলে ধেমালি। যাৰ ফলত সাপৰ দংশনত মৃত্যুক আঁকোৱালি লবলগীয়া হ’ল লোকজনে। এই ঘটনা বৃহস্পতিবাৰৰ মহাৰাষ্ট্ৰৰ থানে জিলাৰ। আৰু এই দৃশ্য কেমেৰাত বন্দী কৰিছিল লোকজনৰ এজন বন্ধুৱে। আৰক্ষীয়ে জনোৱা অনুসৰি, থানে জিলাৰ … Read more

অটােৰ খুন্দাত ন্যায়াধীশৰ মৃত্যু, CCTV ত বন্দী ৰহস্যজনক দুৰ্ঘটনাৰ দৃশ্য

নিউজ ডেস্ক। এক ৰহস্যজনক পথ দুৰ্ঘটনা। প্ৰাতঃ ভ্ৰমণৰ সময়ত অটােৰ খুন্দাত মৃত্যু জিলা তথা সত্ৰ ন্যায়াধীশৰ। এই ঘটনা ঝাৰখণ্ডৰ ধনবাদৰ। নিহত ন্যায়াধীশজনক নাম উত্তম আনন্দ। তেওঁ হাজাৰীবাগত বাস কৰে। তেওঁ পিতৃ আৰু ভাতৃ হাজিৰাবাগ আদালতৰ অধিবক্তা। এই ঘটনা প্ৰথমতে দুৰ্ঘটনা বুলি ধৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত চিচি টিভিৰ দৃশ্যৰ ভিত্তিত পােহৰলৈ আহে যে প্ৰকৃততে এই … Read more

সংসদলৈ চাইকেল চলাই গ’ল ৰিপুন বৰা!

নিউজ ডেস্ক। দেশত দৈনিক বৃদ্ধি পায় আছে অত্যাৱশ্যকীয় সামগ্ৰী। ইয়াৰ লগতে বৃদ্ধি পাইছে ইন্ধনজাত সামগ্ৰীৰ মূল্য। পেট্ৰল, ডিজেলৰ মূল্যই অতিক্ৰম কৰিলে শতকৰ ঘৰ। তথাপিও বিশেষ গুৰুত্ব নাই চৰকাৰৰ। বিৰোধী দলসমূহে ইয়াৰ বিৰুদ্ধে কৰি আহিছে প্ৰতিবাদ। তথাপিও ইয়াক আওকাণ কৰি চলিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ। সেয়েহে এইবাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গাত বেনাৰ ওলমাই চাইকেল চলাই প্ৰতিবাদ কৰিলে … Read more

এইবাৰ সামাজিক মাধ্যমত ভাইৰেল জুনিয়ৰ মীৰাবাই! চাওক ভিডিঅ’

নিউজ ডেস্ক। চলিত টকিঅ’ অলিম্পিকত দেশে লাভ কৰিছে মাত্ৰ এটা পদক। আৰু সেই পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে মণিপুৰৰ ২৬ বছৰীয়া ভাৰোত্তোলক মীৰাবাই চানুৱে। শনিবাৰে ভাৰোত্তোলনৰ ৪৯ কিলো শাখাত চানুৱে লাভ কৰে ৰূপৰ পদক। আৰু ইয়াৰ পিছতেই দেশজুৰি প্ৰশংসিত হৈ পৰে চানু। দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পৰা বিশিষ্ট ব্যক্তিলৈকে সকলোৱে শুভেচ্ছা জনায় তেওঁক। বিমানবন্দৰৰ পৰা সকলোতে … Read more

বাইকক প্ৰচণ্ড জােৰে খুন্দিয়ায় পলায়ন তীব্ৰবেগী বাহনৰ, গ্ৰেপ্তাৰ চালকসহ ৪ আৰােহী

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ দৃশ্য। যিটো দেখিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। দুজন আৰোহী যোৱা এখন মটৰ চাইকেলত এখন বিলাসী গাড়ীয়ে খুন্দা মাৰে। যাৰ ফলত পথৰ কাষৰ ৰেলিঙত খুন্দা মাৰে মটৰ চাইকেল। আৰু দুই আৰোহী পৰে পথত। এই দৃশ্য তামিলনাডুৰ এক ঘাইপথৰ। দৃশ্যটো বন্দী হয় মটৰ চাইকেলৰ খনৰ পিছে পিছে যোৱা এখন গাড়ীৰ … Read more

বহু দিনৰ মূৰত সাক্ষাৎ, মাতৃক সাৱটি ধৰি উচুপি উঠিল মীৰাবাই চানু

নিউজ ডেস্ক। অলিম্পিকত প্ৰথম বাৰৰ বাবে বিজয়ী মুকুট পিন্ধা মীৰাবাই চানুৰ বাবে এয়া আছিল এক আৱেগিক মূহুৰ্ত। নিজ ঘৰলৈ উভতি আহি অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাই চানু আৱেগিক হৈ পৰিল। মঙলবাৰে বীৰ টিকেন্দ্ৰজিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেওঁ মাতৃক লগ পায় আৱেগিক হৈ পৰে। ২০১৬ ৰ ৰিঅ’ অলিম্পিক গেমছৰ পিছত কঠোৰ প্ৰশিক্ষণ পদ্ধতিৰ বাবে চানুৱে যোৱা পাঁচ … Read more

পূৰণ হ’ল ইচ্ছা! দেশলৈ আহি মীৰাবাই চানুৱে হেঁপাহেৰে খালে পিজা…

নিউজ ডেস্ক। যেতিয়া তেওঁ চলিত টকিঅ’ অলিম্পিকত জয় লাভ কৰিছিল। তেতিয়া তেওঁক সোধা হৈছিল যে তেওঁ দেশত গৈ কি কৰিব। আৰু তেতিয়া তেওঁ উত্তৰত কৈছিল যে তেওঁ বহুদিন পিজা খোৱা নাই। সেয়েহে তেওঁ দেশলৈ আহি হেঁপাহেৰে পিজা খাব। অৱশেষত তেওঁৰ আশা পূৰণ হ’ল। সোমবাৰে নতুন দিল্লীত টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী চানু চাইখোম মীৰাবাইক সম্বৰ্ধনা … Read more

টকিঅ’ত ইতিহাস সৃষ্টি লাভলীনাৰ! কোৱার্টাৰ ফাইনেলত প্ৰৱেশ অসম কন্যাৰ

নিউজ ডেস্ক। আজি প্ৰথমবাৰলৈ টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত নামিল অসম কন্যা লাভলীনা বৰগোহাঁই।  ৰিঙত নামিয়েই লাভলীনাই সৃষ্টি কৰিলে ইতিহাস। পুৱা ১০.৫৭ বজাত ৬৯ কেজি ওজন শাখাৰ প্রি–কোৱার্টাৰ ফাইনেলত লাভলীনাই ধৰাশায়ী কৰিলে জাৰ্মান প্ৰতিদ্বন্দ্বীক। Onwards! 🥊🔥 Power packed punching from Lovlina Borgohain lands her a last eight slot as she wins 3-2 against Nadine Apetz of … Read more

ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু সহ ৩ জনৰ শােকাৱহ মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে এখন ফৰ্ড ফিগ’ গাড়ী। এই দুৰ্ঘটনাত শিশু সহ তিনিজন লোক থিতাতে নিহত হয়। এই ঘটনা ২৫ জুলাইৰ নিশা সংঘটিত হয় অৰুণাচল প্ৰদেশৰ নামচাইত। নামচাই নগৰৰ পৰা ১৫ কিমি দূৰত্বৰ টেঙাপানী সংৰক্ষিত বনাঞ্চলৰ পথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। জানিব পৰা অনুসৰি, ২৬ জুলাইৰ পুৱা … Read more