সাৱধান! বৰষুণৰ মাজতে ছেল্ফি লোৱাটো আপােনাৰ বাবে হ’ব পাৰে বিপজ্জনক…

নিউজ ডেস্ক। বৰ্তমান সময়ত স্মাৰ্টফোনবোৰে মানুহৰ জীৱন অতি সহজ কৰি তুলিছে। জনসাধাৰণৰ বহুতো কাম একেলগে সম্পন্ন হয় ফোনত। আজিৰ পৃথিৱীত স্মাৰ্টফোন মানুহৰ পছন্দ আৰু প্ৰয়োজনীয়তা দুয়োটাই হৈ পৰিছে। বহুতে অৱশ্যে ফোনৰ সহায়ত তেওঁলোকৰ প্ৰয়োজনীয় কাম কৰে। কিন্তু তাৰ বিপৰীতে বহুতে ফোনৰ কেমেৰাৰে ফটো ল’বলৈহে ভাল পায় বা ব্যৱহাৰ কৰে। ফোনৰ দ্বাৰা ছেলফি লোৱাটোও আজিকালি এক … Read more

পথ দুৰ্ঘটনাত আহত দুই যুৱকৰ জীৱন ৰক্ষা কৰিলে সেনাই

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত বাহনৰ চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত গাড়ী সোমাই পৰে এটা খাৱৈত। যাৰফলত বাহনখনত যোৱা দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আৰু আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাই জীৱন ৰক্ষা কৰে সেনা জোৱানে। এই ঘটনা সংঘটিত হয় জম্মু কাশ্মীৰৰ ৰাজৌৰীত। জানিব পৰা মতে ৰাজৌৰী-পুঞ্চ পথৰ ৰামলুথা অঞ্চলত সংঘটিত হয় পথ দুৰ্ঘটনাটো। … Read more

ক’ভিডােত্তৰ জটিলতাৰ বাবে শিক্ষয়িত্ৰী পূৰ্ণিমা হাজৰিকা পেগুৰ দেহাৱসান

নিউজ ডেস্ক। ৰাজ্যজুৰি অব্যাহত আছে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ঘটনা। ক’ভিড-১৯ৰ পৰা সুস্থ হৈ উঠাৰ পিছতে বিভিন্ন শাৰীৰিক জটিল অৱস্থাৰ বাবেও প্ৰাণ হেৰুৱাইছে বহু লােকে। জানিব পৰা মতে, ক’ভিডােত্তৰ জটিলতাৰ বাবেই গোগামুখৰ ৰংপুৰীয়া প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী, পূৰ্ণিমা হাজৰিকাৰ পেগুৰ ৰবিবাৰে পুৱা মৃত্যু ঘটে। কৃতী শিক্ষয়িত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিস্বাস ত্যাগ … Read more

গৌৰৱৰ ক্ষণ! উইম্বলডনৰ জুনিয়ৰ খিতাপ জয় কৰা সমীৰৰ অসমৰ সৈতে আছে বিশেষ সম্পৰ্ক

নিউজ ডেস্ক। অসমৰ লগতে সমগ্ৰ দেশবাসীৰ বাবে এক সুখবৰ। এক গৌৰৱৰ ক্ষণ। ভাৰতীয় মূলৰ টেনিছ খেলুৱৈ সমীৰ বেনাৰ্জীয়ে গঢ়িলে অভিলেখ। বিশ্বৰ সন্মানীয় উইম্বলডনৰ জুনিয়ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ’ল সমীৰ। অৱশ্যে বৰ্তমান তেওঁ পৰিয়ালৰ সৈতে থাকে আমেৰিকাত। ১৭ বছৰীয়া ইণ্ডো-আমেৰিকান টেনিছ খেলুৱৈ সমীৰ বেনাৰ্জীয়ে দেওবাৰে উইম্বলডন ল’ৰাৰ একক খিতাপ অৰ্জন কৰে। যিটো নতুন কেৰিয়াৰত কেৱল … Read more

হঠাতে বিশ্বজুৰি চৰ্চিত হৈ পৰিল ভাৰতীয় মহিলা ক্ৰিকেটাৰ হাৰলীন দেউল, চাওক সবিশেষ

নিউজ ডেস্ক। হাৰলীন দেউল। বৰ্তমান এক চৰ্চিত নাম হৈ পৰিছে সামাজিক মাধ্যমত। হাৰলীন দেউল হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য। অৱশ্যে এটা কেছৰ বাবে অতি চৰ্চিত হৈ পৰিছে হাৰলীন। নৰ্থাম্পটনত অনুষ্ঠিত প্ৰথম টি-২০ ৰ সময়ত ইংলেণ্ডৰ বেটচমেন এমি জোনছক আউট কৰিবলৈ মহিলা ক্ৰিকেটৰ ইতিহাসৰ আটাইতকৈ উত্তেজনাপূৰ্ণ আৰু আশ্চৰ্যকৰ কেছ এটা লৈছিল তেওঁ। যেতিয়া জোনছে ১৯ … Read more

NDA ৰ পৰীক্ষাত উজলিল অসম-মণিপুৰৰ দুই কৃতী ছাত্ৰ, প্ৰথম প্ৰয়াসতে সুখ্যাতিৰে উত্তীৰ্ণ

নিউজ ডেস্ক। এক সুখবৰ। নেশ্যনেল ডিফেন্স একাডেমী (NDA) ৰ পৰীক্ষাত একেবাৰতে সফলতাৰে উত্তীৰ্ণ হ’ল অসম আৰু মণিপুৰৰ দুই সন্তান। দুই সন্তান ক্ৰমে অসমৰ বোকাখাতৰ অমন নিবাস ঘোষ আৰু মণিপুৰৰ নমোইজাম নাওবা মিতে। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত পৰীক্ষাত দুয়োৱে সুখ্যাতিৰে উত্তীৰ্ণ হয়। জানিব পৰা মতে, বোকাখাতৰ ডিফলু পথাৰ নিবাসী সুনীল কুমাৰ ঘোষ আৰু জয়া ঘোষৰ … Read more

ক’ভিড-১৯ জয় কৰি পুনৰ ঘৰলৈ উভতিল ৫ শিশু

নিউজ ডেস্ক। ক’ভিডৰ সংহাৰীৰূপ ধাৰণ কৰাৰ সময়তে এটা ভাল খবৰ। ক’ভিড জয় কৰি ঘৰলৈ উভতিল জাগীৰোডৰ পাঁচ শিশু। এসপ্তাহ পূৰ্বে ক’ভিড ৰোগত আক্ৰান্ত হৈ জাগীৰোডৰ নগাঁও কাগজ কল ক’ভিড চিকিৎসা কেন্দ্ৰত ভৰ্তি হৈছিল জাগীৰোডৰ পশ্চিম নগাঁৱৰ পাঁটাকৈ শিশু। এসপ্তাহৰ চিকিৎসাৰ অন্তত মঙলবাৰে সম্পূৰ্ণ সুস্থ হৈ উঠাৰ বাবে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় শিশুকেইটিক। ক’ভিডক … Read more

শােকাৱহ! টুলুঙা নাও ডুবি ভাতৃ-ভগ্নীসহ ৩ জনৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। বন্ধুৰ ঘৰলৈ কিছু সময় অতিবাহিত কৰিবলৈ কৰুণ মৃত্যু ভাতৃ-ভগ্নীসহ ৩ জনৰ। কেৰেলাৰ এৰ্ণাকুলাম জিলাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা। তুলুঙা নাৱত বন্ধুৰ ঘৰলৈ গৈ পানীত ডুবি তিনিজন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হয়। ইয়াৰে দুজন ভাতৃ ভগ্নী বুলি জানিব পৰা যায়। ঘটনাটো সোমবাৰৰ আবেলি কাইথাপুঝা হ্ৰদৰ থেভাৰা-কুণ্ডানুৰ দলঙৰ সমীপত সংঘটিত হয় বুলি জানিব … Read more

মই অচিৰেই প্ৰত্যাৱৰ্তন কৰিমঃ হিমা দাস

নিউজ ডেস্ক। আঘাতৰ বাবে টকিঅ’ অলিম্পিকলৈ উৰা মাৰিব নোৱাৰিলে স্প্ৰিণ্টাৰ হিমা দাসে। যাৰফলত স্বপ্ন তথা আশা ভংগ হৈছিল হিমাৰ লগতে অসমবাসীৰ। কিন্তু এতিয়াও হতাশ হোৱা নাই দৌৰবিদ গৰাকী। সেয়েহে অলপতে তেওঁ টুইটাৰ যোগে কয় যে তেওঁ অচিৰেই প্ৰত্যাৱৰ্তন কৰিব। ১০ দিন পূৰ্বে পাটিয়ালাত অনুষ্ঠিত ৬০ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপত দ্বিতীয় দিনা ১০০ মিটাৰ … Read more

পূব লাডাখৰ সীমান্তত শ্বহীদ ভাৰতীয় সেনা জোৱান

নিউজ ডেস্ক। দেশ-মাতৃৰ সেৱাৰ বাবে পুনৰ নিজ জীৱন উচৰ্গা এজন বীৰ জােৱানৰ। পূব লাডাখাৰ চীন সীমান্তৰ প্ৰতিকূল প্ৰাকৃতিক পৰিস্থিতৰ মাজতে দেশৰ সীমান্তৰ সুৰক্ষাৰ নিয়ােজিত থকা সেনা জােৱান পাপ্পু চামােতাৰ আকস্মিক দেহাৱসানে তেওঁ পৰিয়ালৰ মাজতাে হাহাকাৰৰ সৃষ্টি কৰিছে। ভাৰতীয় সেনাৰ জাট ৰেজিমেন্টত কৰ্মৰত এই শ্বহীদ সেনা জােৱানজনৰ বয়স মাত্ৰ ৩৫ বছৰ। ঘৰ ৰাজস্থানৰ ছীকৰ জিলাৰ ত্ৰিলােকপুৰাত। জানিব … Read more