বিৰল প্ৰজাতিৰ ৰেড্ পাণ্ডা উদ্ধাৰ দুই যুৱকৰ, পুনৰ বনাঞ্চলত মুকলি

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশত পুনৰ দৃশ্যমান হ’ল দুষ্প্ৰাপ্য প্ৰজাতিৰ ৰেড্ পাণ্ডা। ৰাজ্যখনৰ শি-য়মি জিলাৰ মেচুকা উপ-সংমণ্ডলৰ য়াৰগিয়াপ-চু নদীৰ নামনি অংশৰ পৰা দুজন যুৱকে উদ্ধাৰ কৰে এটা বিৰল ৰেড্ পাণ্ডা। উদ্ধাৰ কৰা সেই জন্তুবিধ শনিবাৰে পুৱা বন বিভাগ আৰু প্ৰশাসনে এখন বনাঞ্চলত মুকলি কৰি দিয়ে। খবৰ অনুসৰি, মেচুকা চহৰৰ টনি মচিং আৰু টাকাৰ কোটিন মচু নামৰ … Read more

জুলাইত ঠিক হৈছিল বিয়াৰ দিন, কৰ্তব্যৰত অৱস্থাত বজ্ৰপাতে কাঢ়ি নিলে সেনা জােৱানৰ প্ৰাণ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। কৰ্তব্যৰত অৱস্থাত বজ্ৰপাতত সেনা জােৱানৰ মৃত্যু। অহা জুলাই মাহতে নিজ গাঁৱৰে এগৰাকী যুৱতীৰ সৈতে বিয়াত বহাৰ কথা আছিল জােৱানজনৰ। জােৱানজনৰ এনে অকাল মৃত্যুৰ ঘটনাই তীব্ৰ শােকৰ ছাঁ পেলালে ওপজা গাঁওখনত। শ্বহীদ জােৱানজনৰ নাম ৰাইফলমেন মনদীপ সিং নেগী। তেওঁ সেনাৰ ১১ গঢ়ৱাল ৰাইফলছত কৰ্মৰত আছিল। পিতৃ-মাতৃৰ একমাত্ৰ পুত্ৰ সন্তান আছিল মনদীপ। … Read more

পুত্ৰৰ জন্মদিন উদযাপনৰ বাবে কৰিছিল যাত্ৰা, সেই যাত্ৰাই হৈ পৰিল অন্তিম যাত্ৰা…

নিউজ ডেস্ক। পুত্ৰৰ ওপজা দিন উদযাপনৰ বাবে কৰা যাত্ৰাই এটা পৰিয়ালৰ বাবে হৈ পৰিল অন্তিম যাত্ৰা। এক শােকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একে পৰিয়ালৰ ২ শিশুসহ ৬ জন লােকে। এজন বাইক আৰোহীক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা পুখুৰীত বাগৰি পৰে এখন ছুইফ্ট ডিজায়াৰ গাড়ী। এই ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ বলৰামপুৰ জিলাৰ ৰাষ্ট্ৰীয় … Read more

যুৱকৰ ভৰিত বিষাক্ত সৰ্পৰ দংশন, প্ৰাণ ৰক্ষাৰ বাবে নিজ জীৱনক সংকটত পেলালে এজন ট্ৰাক চালকে

নিউজ ডেস্ক। এক শিহৰণকাৰী ঘটনা। নিজৰ জীৱনকো তুচ্ছ কৰি সৰ্প দংশনত আক্ৰান্ত যুৱকৰ বিষ মুখেৰে চুহি জীৱন ৰক্ষা কৰিলে এজন ট্ৰাক চালকে। এজন ২০ বছৰীয়া যুৱকক দংশন কৰিছিল সাপে। সেই দৃশ্য প্ৰত্যক্ষ কৰিছিল এজন ট্ৰাক চালকে। তেতিয়া ট্ৰাক চালকজনে সময় নষ্ট নকৰাকৈ সাপৰ বিষ মুখেৰে চুহি লয়। এই ঘটনা মধ্য প্ৰদেশৰ বেতুলৰ খানজানপুৰ অঞ্চলৰ। জানিব … Read more

২৮ বছৰে লিভ্ ইন্! তাৰ পাছত বিয়াত বহিল ৬৫ বছৰীয়া দৰা আৰু ৬০ বছৰীয়া কইনা

নিউজ ডেস্ক। এক ব্যতিক্ৰম বিবাহ। বিবাহখন ব্যতিক্ৰম হোৱাৰ কাৰণ হ’ল বিবাহ খনৰ দৰা হ’ল ৬৫ বছৰীয়া আৰু কইনা হ’ল ৬৫ বছৰীয়া। এক কথাত ক’বলৈ গ’লে ককা আৰু আইতাৰ বিয়া। বিয়ালৈ অতিথিক আমন্ত্ৰণ জনালে কাৰ্ড যোগে। আৰু উলহ মালহেৰে সম্পন্ন হয় ককা আইতাৰ বিয়াখন। এই বিবাহখন সম্পন্ন হয় উত্তৰ প্ৰদেশৰ আমেঠি জিলাত। বৰ্তমান বিবাহখন সৰ্বত্ৰে চৰ্চিত … Read more

ভাল খবৰ! হােম গাৰ্ড বৰছিং বে’ক কনিষ্টবল হিচাপে নিযুক্তি, কেবিনেটত সিদ্ধান্ত

নিউজ ডেস্ক। যি সময়ত অসম আৰক্ষীৰ বহু উচ্চ পদস্থ বিষয়া দুৰ্নীতি-উৎকােচৰ গােচৰ অভিযুক্ত হৈ ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে, তেনে সময়তে কৰ্তব্যনিষ্ঠা আৰু সততাৰ পৰিচয় দি ৰাজ্যজুৰি উচ্চ প্ৰশংসিত হৈছে কাৰ্বি আংলঙৰ ডিলাই থানাত কৰ্তব্যৰত গৃহৰক্ষী জােৱান বৰছিং বে’। এই সততাৰ পুৰষ্কাৰ হিচাপে বৃহস্পতিবাৰে অসম চৰকাৰৰ কেবিনেটে জােৱানজনক হােম গাৰ্ডৰ পৰা কনিষ্টবল পদত নিযুক্তি দিয়ে। অসম আৰক্ষীৰ … Read more

ছােনিয়া গান্ধীয়ে ল’লে, আপুনিও লওক ক’ভিডৰ প্ৰতিষেধক -ৰাহুল গান্ধীলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আহ্বান

নিউজ ডেস্ক। কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ মাজত দীৰ্ঘদিন চলি আহিছে ৰাজনৈতিক তৰ্ক-বিতৰ্ক। সুযোগ পালেই ইজনে আনজনক কৰি আহিছে কটাক্ষ। এইবাৰ পুনৰ ৰাহুল গান্ধীক এক বিশেষ আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। অলপতে ৰাহুল গান্ধীয়ে দেশৰ জনতাক কভিড প্ৰতিষেধক প্ৰদানৰ নীতি সন্দৰ্ভত চৰকাৰক কৰিছিল সমালোচনা। ইয়াৰোপৰি তেওঁ কভিডত মৃত্যু হোৱা … Read more

মহা প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত এক আজব কাণ্ড কৰিলে একাংশ লােকে, তীব্ৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক। সােমবাৰৰ পৰা দেশজুৰি আৰম্ভ মহা প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ মাজতে সংঘটিত হ’ল এক আজব ঘটনা। এখন চৰকাৰী বিদ্যালয়ত এই কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত জাতীয় পিতা মহাত্মা গান্ধীৰ ফটাে সৈতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ ফটােখনতাে ফুলৰ মালা পিন্ধালে একাংশ কাণ্ডজ্ঞানহীন লােকে। এই ঘটনাৰ স্থান মধ্য প্ৰদেশত খুন্টী। ইতিমধ্যে সামাজিক মাধ্যমত এই ঘটনাৰ ফটাে ভাইৰেল হৈ পৰিছে। … Read more

পানীত ডুব গৈ থকা যুৱকৰ প্ৰাণৰক্ষা কৰিবলৈ উফন্দি উঠা নৈত জঁপিয়ালে আৰক্ষী বিষয়াই

নিউজ ডেস্ক। এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকৰ দুঃসাহসী কাৰ্য। পানীত ডুব গৈ থকা যুৱকৰ প্ৰাণৰক্ষা কৰিবলৈ নিজৰ জীৱনকাে তুচ্ছ জ্ঞান কৰি জঁপিয়ালে নৈত। আৰক্ষী বিষয়াই অতি কষ্টৰে প্ৰাণৰক্ষা কৰিলে যুৱকজনৰ। এই ঘটনাৰ স্থান উত্তৰ প্ৰদেশৰ আলিগড়। এনে দুঃসাহসী কাৰ্যৰ বাবে তেওঁ লাভ কৰিলে পুৰস্কাৰ। এই বিষয়াজন হ’ল আলিগড় আৰক্ষীৰ উপ-পৰিদৰ্শক আশীষ কুমাৰ। খবৰ অনুসৰি, এই ঘটনা যোৱা … Read more

गुवाहाटी हवाईअड्डे पर अंतर्राष्ट्रीय योग दिवस का आयोजन

गुवाहाटी। देश-दुनिया में अंतर्राष्ट्रीय याेग दिवस के उपलक्ष पर विभिन्न कार्यक्रमाें का आयाेजन किया जा रहा है। इसी कड़ी में साेमवार को गुवाहाटी के लाेकप्रिय गाेपीनाथ बरदाेलाेई अंतर्राष्ट्रीय हवाईअड्डे परिवर में भी अंतर्राष्ट्रीय योग दिवस मनाया गया। एयरपाेर्ट सिक्याेरिटी ग्रुप (एएसजी), गुवाहाटी के तत्वावधान में एयरपोर्ट की वीआईपी पार्किंग में यह कार्यक्रम संपन्न हुआ। इस … Read more