ভাল খবৰ! টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন মিৰাবাই চানুৰ
নিউজ ডেস্ক। উত্তৰ পূৱবাসীৰ বাবে পুনৰ এক ভাল খবৰ। আগন্তুক টকিঅ’ অলিম্পিক লৈ যোগ্যতা অৰ্জন কৰিলে আন এগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে। তেওঁ হ’ল মণিপুৰৰ ভাৰত্তোলনৰ খেলুৱৈ মিৰাবাই চানু। শনিবাৰে এই কথা নিশ্চিত কৰে আন্তঃৰাষ্ট্ৰীয় ভাৰত্তোলন ফেডাৰেশ্যনে। চানুৱে মহিলাৰ ৪৯ কিলো শাখাত অংশ ল’ব অলিম্পিকত। চানু হৈছে ২০১৭ ৰ ভাৰত্তোলনৰ বিশ্ব চেম্পিয়ন। যোৱা এপ্ৰিলত টাচকেন্দত অনুষ্ঠিত হোৱা … Read more