মাতৃ দিৱসত পুত্ৰৰ পৰা এক অকল্পনীয় উপহাৰ পালােঃ মৃণালিনী দেৱী

নিউজ ডেস্ক। ৰবিবাৰে মাতৃ দিৱসৰ দিনাই পুত্ৰৰ পৰা এক অকল্পনীয় উপহাৰ লাভ কৰি আৱেগিক হৈ পৰিল এগৰাকী মাতৃ। এই মাতৃগৰাকী আন কােনাে নহয়, ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱী। ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে শপত লােৱাৰ মুহূৰ্তত সাংবাদিকৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি … Read more

হিমন্তলৈ শুভেচ্ছা-সৰ্বানন্দক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ

নিউজ ডেস্ক। সােমবাৰে অসমৰ পঞ্চাদশ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি উত্তৰ পূবৰ কেবাখনাে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত দিনৰ ১২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ল শপত গ্ৰহণ অনুষ্ঠান। ৰাজ্যপাল পােঃ জগদীশ মুখীয়ে ডঃ হিমন্ত বিশ্ব শৰ্মাক শপত বাক্য পাঠ কৰায়। ইয়াৰ লগতে … Read more

আলফা(স্বাঃ)ক শান্তি আলোচনালৈ ঘূৰি আহিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

শপত গ্ৰহণৰ পিছতেই প্ৰথমখন সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কলাক্ষেত্ৰত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীগৰাকীৰ। সংবাদমেলত আলফা(স্বাঃ)ক শান্তি আলোচনালৈ ঘূৰি আহিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰেশ বৰুৱাক মূল সূতিলৈ ঘূৰি আহিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। আলাপ আলোচনাৰ মাজেৰে জনজাতীকৰণৰ সমস্যা সমাধান কৰা হ’ব বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়- ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণেই হ’ব চৰকাৰৰ প্ৰথম … Read more

কেবিনেট মন্ত্ৰী ৰূপে শপত ল’লে অতুল বৰা, ইউ জি ব্ৰহ্ম, পৰিমল শুক্লবৈদ্যসহ ১৩ বিধায়কে…

হিমন্ত বিশ্ব শৰ্মাৰ পিছতে কেবিনেট মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে কেইবাগৰাকীও বিধায়কে। হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসৰ পিছতে শপত ল’লে অতুল বৰাই। বৰাৰ পিছতে শপত লয় ইউ জি ব্ৰহ্মই। শৰ্মাৰ মন্ত্ৰী সভাত ইউপিপিএলৰ একমাত্ৰ প্ৰতিনিধি ব্ৰহ্ম। বড়ো ভাষাত শপত লয় ব্ৰহ্মই। অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মন্তইও শপত গ্ৰহণ কৰে। ইপিনে বৰাকৰ একমাত্ৰ প্ৰতিনিধি হিচাপে … Read more

মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই…

ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। ১২.০৫ বজাত শপত গ্ৰহন কৰে কৰে শৰ্মাই। তেওঁৰ লগতে ১৩ সতীৰ্থ মন্ত্ৰীয়ে লয় শপত। ৰাজ্যপাল অধ্যপক জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰায়। হিমন্ত বিশ্ব শৰ্মাৰ পিছতে শপত গ্ৰহন কৰে ৰঞ্জিত কুমাৰ দাসে। কেবিনেট মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে দাসে। পাটাছাৰকুছিৰ পৰা নিৰ্বাচিত হৈ … Read more

আজি ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই…

বহু উৎকণ্ঠাৰ অন্ত পেলাই দেওবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় অসমৰ মুখ্যমন্ত্ৰীৰ নাম। নিৰ্বাচন ফলাফল ঘোষণাৰ এটা সপ্তাহৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ নাম মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰা হয়। ড০ শৰ্মা হব ৰাজ্যৰ ১৫ সংখ্যক তথা ২১তম মুখ্যমন্ত্ৰী। আজি কলাক্ষেত্ৰত ১২ বজাত এক সভাত শপত গ্ৰহণ কৰিব শৰ্মাই। ইতিমধ্যেই সজাই পৰাই তোলা হৈছে কলাক্ষেত্ৰৰ বাকৰি। আজিৰ এই … Read more

সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমতাে সলনি হ’ল পৰিচয়…

নিউজ ডেস্ক। অৱশেষত সকলাে জল্পনা-কল্পনাৰ অন্ত পেলাই অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে বিজেপিৰ বিধায়িনী দলে নিৰ্বাচিত কৰিলে ডঃ হিমন্ত বিশ্ব শৰ্মাক। বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ কেইটামান মূহূৰ্তৰ পূৰ্বে ৰাজ্যপাল পােঃ জগদীশ মুখীক সাক্ষাৎ কৰি সােণােৱালে অৰ্পণ কৰিলে নিজৰ পদত্যাগ পত্ৰ। ইয়াৰ পাছতে টুইট কৰি সৰ্বানন্দ সােণােৱালে কয় ”অসম বিজেপিৰ বিধায়িনী দলৰ সভাপতি হিচাপে নিৰ্বাচিত হােৱা বাবে … Read more

দ্ৰুত গতিত বাঢ়িছে ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা, পুনৰ প্ৰাণ হেৰুৱালে ৫੦ জন লােকে

নিউজ ডেস্ক। ৰাজ্যত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতা বৃদ্ধিৰ মাজতে শনিবাৰে পুনৰ ৰাজ্যজুৰি আক্ৰান্ত হ’ল ৫ সহস্ৰাধিক লােক। বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি ক’ভিডত প্ৰাণ গ’ল ৫੦ জনৰ। উল্লেখ্য যে শুকুৰবাৰে ৰাজ্যজুৰি ক’ভিডৰ সংক্ৰমণত সৰ্বাধিক ৪৭ জন লােকে প্ৰাণ হেৰুৱাইছিল। এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰা অনুসৰি, দিনটােত নতুনকৈ ৫,৭৫৬ জন লােক নতুনকৈ ক’ভিডত … Read more

কোৰোনাত আক্ৰান্ত হ’ল একে পৰিয়ালৰ ২১ জন! ৬ মহীয়া কেঁচুৱাৰ পৰা ৮০ বছৰীয়া বৃদ্ধলৈকে আক্ৰান্ত সকলো

নিউজ ডেস্ক। দেশত বেয়াকৈ প্ৰভাৱ পেলাইছে কাল কোৰোনাই। চহৰৰ পৰা গাৱঁলৈকে গ্ৰাস কৰিছে এই মহামাৰী কোৰোনাই। এইবাৰ পুনেৰ এখন গাঁৱত কোৰোনাই ললে ভয়ংকৰ ৰূপ। পুনেৰ মাণ্ডবাগান ফাৰাতা গাৱঁৰ একেটা পৰিয়ালৰ ২১ জন সদস্যৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ পজিটিভ। এই যুগ্ম পৰিয়ালত থকা ৬ মহীয়া কেঁচুৱাটোৰ পৰা ৮০ বছৰীয়া বৃদ্ধজনলৈকে হৈছে আক্ৰান্ত, যাৰ ফলত জিলা প্ৰশাসনে … Read more

বিয়াৰ দিন ধৰি এই বিশেষ কাৰণত পত্নীৰ লগতে নিজেও মংগলসূত্ৰ পিন্ধে স্বামীয়ে…

নিউজ ডেস্ক। সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে এহাল দম্পতী। ইয়াৰ কাৰণ এইটােৱে যে বিয়াৰ দিন ধৰি পত্নীৰ দৰেই ডিঙিত মংগলসূত্ৰ পিন্ধে স্বামীয়েও। মূলতঃ সমাজত পুৰুষ-নাৰীক সমান মৰ্যাদা প্ৰদানৰ এক বাৰ্তা কঢ়িয়াই এই ব্যতিক্ৰমী পদক্ষেপ ল’লে এজন যুৱকে। প্ৰথম অৱস্থাত দৰাজনৰ এই পদক্ষেপক লৈ কইনাৰ লগতে পৰিয়াল, আত্মীয়-স্বজন হতবাক হৈ পৰিছিল যদিও পাছত এই … Read more