পেছাত হােটেলৰ কৰ্মচাৰী! গ্ৰাহকৰ সন্মুখত প্ৰদৰ্শিত নৃত্যৰ ভিডিঅ’ জনপ্ৰিয় হৈছে ইন্টাৰনেটত
নিউজ ডেস্ক। সম্প্ৰতি গুৱাহাটীৰ এখন হােটেলৰ কৰ্মচাৰী হিচাপে কৰ্মৰত এজন যুৱকৰ নৃত্যৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে ইন্টাৰনেটত। নৃত্যকলাত প্ৰতিশ্ৰুতিসম্পন্ন এই যুৱকজনৰ নাম সুৰজিত। ১৯ বছৰীয়া যুৱক সুৰজিতৰ ঘৰ ত্ৰিপুৰাত। কৰ্মসূত্ৰে গুৱাহাটীত থাকে সুৰজিত। সুৰজিতে কাম কৰে গুৱাহাটীৰ এখন হােটেলত অতিথি সেৱাৰ কৰ্মী হিচাপে কৰ্মৰত। ভিডিঅ’টোত দেখা গৈছে যে সুৰজিতে গ্ৰাহকৰ সন্মুখত বিভিন্ন ভংগিমাৰে নৃত্য … Read more