ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰচনা প্ৰতিযােগিতাত উজলিল অসমৰ ছাত্ৰী ছানিয়া, প্ৰধানমন্ত্ৰীয়ে কৰিলে পুৰস্কৃত
নিউজ ডেস্ক। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰচনা প্ৰতিযােগিতাত সফলতা অসমৰ ছাত্ৰী ছানিয়া ডেকাৰী। তিনিচুকীয়াৰ হিজুগুৰিৰ লংকেশ্বৰ গোহাঁই নগৰ নিবাসী ৰাজু ডেকাৰী আৰু পাপৰি ডেকাৰীৰ কন্যা আৰু তিনিচুকীয়াৰ বাডিং বাৰ্ডছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ছানিয়া। উল্লেখ্য যে ‘সতর্কতা জাগৰণ সপ্তাহ’ উপলক্ষে কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ আৰু কেন্দ্রীয় সতর্কতা আয়োগে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰিছিল ৰচনা প্ৰতিযােগিতা। এই … Read more