অৱশেষত অস্ত্ৰসহ আৰক্ষীৰ জালত পৰিল অসম-নাগালেণ্ড সীমান্তত সন্ত্ৰাস চলাই অহা দুৰ্ধৰ্ষ ডকাইত ৰাজা আৰু জীতু…
নিউজ ডেস্কঃ অৱশেষত আৰক্ষীৰ জালত পৰিল গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা দুই দুৰ্ধৰ্ষ ডকাইত। চুঙাজানত নিশা গাড়ী ৰখাই ডকাইতিৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুৰ্ধৰ্ষ ডকাইত দুটাক। ধৃত ডকাইত দুটাক নাওচানৰ ২নং মৰাজানৰ ৰাজা দাস আৰু জীতু শইকীয়া বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে দুয়োটা ডকাইতৰ পৰা … Read more