মৰ্মান্তিক! পৰপুৰুষৰ সৈতে পলাই গ’ল পত্নী, বিৰহতে স্বামীয়ে ল’লে এই সিদ্ধান্ত…

নিউজ ডেস্কঃ পৰপুৰুষৰ সৈতে পত্নী পলাই যোৱাৰ বিৰহত দুই পুত্ৰক বিহ খুৱাই নিজেও আত্মহত্যাৰ পথ বাচি ল’লে এজন ব্যক্তিয়ে। এই শোকাবহ ঘটনা সংঘটিত হৈছে নলবাৰী জিলাৰ বৰভাগৰ দোকোহাতত। জানিব পৰা মতে, দোকোহাতৰ নিৱাসী দ্বিপুল শইকীয়াৰ পত্নীয়ে অলপতে দুই সন্তান আৰু স্বামীক এৰি আন এজন লোকৰ সৈতে পলায় যায়। ইয়াৰ পিছতে মানসিকভাৱে ভাগি পৰা দ্বিপুল শইকীয়াই … Read more

আশ্বৰ্যকৰ! ৮ মাহ ধৰি চলি আছিল এখন ভুৱা থানা, অৱশেষত গ্ৰেপ্তাৰ নকল আৰক্ষী বিষয়া, নকল কনিষ্টবল…

নিউজ ডেস্কঃ ভুৱা আৰক্ষী বিষয়া, কনিষ্টবল, লেডী পুলিচ, দাৰোেগাৰে চলি থকা এখন ভুৱা আৰক্ষী থানাৰ তথ্য পোহৰলৈ অহাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ বিহাৰত। চিনেমাৰ শ্বুটিংস্থলীৰ দৰেই বিগত ৮ মাহ ধৰি চলি থকা এই ভুৱা আৰক্ষী থানাখনৰ ভুৱা আৰক্ষী বিষয়া-কনিষ্টবলে ধন দাবীৰে চলাই আহিছিল এক বৃহৎ বৱসায়। শেহতীয়াকৈ এই থানাখনৰ তথ্য লাভ কৰাৰ পিছতে … Read more

ব্যৰ্থ প্ৰেমৰ পৰিণতি! ৰে’ল আগত পৰি আত্মহত্যা যুৱকৰ, বন্ধুক বচাবলৈ গৈ প্ৰাণ গ’ল হাফিজুলৰো…

নিউজ ডেস্কঃ ব্যৰ্থ প্ৰেমৰ বাবেই ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা কৰিলে এজন যুৱকে। ইফালে বন্ধুক মৃত্যুমুখৰ পৰা বচাবলৈ গৈ মৃত্যুক সাৱটিবলগীয়া হ’ল আন এজন যুৱকেও। এই শোকাবহ ঘটনা সংঘটিত হৈছে কামৰূপৰ চাংসৰিত। জানিব পৰা মতে, বুধবাৰে দৰঙৰ বোনমাঝাৰ বড়িগাঁৱৰ নিৱাসী নাছিৰ আলীৰ পুত্ৰ ইক্ৰাম আলী নামৰ ২২ বৰ্ষীয় যুৱকজনে প্ৰেমত ব্যৰ্থ হোৱাৰ বাবেই ৰে’লৰ আগত পৰি … Read more

পুনৰ ঘােচ লৈ ভিজিলেঞ্চলৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী

নিউজ ডেস্ক। বুধবাৰে কামৰূপ জিলাৰ ৰাণীত এগৰাকী খণ্ড প্ৰাথমিক উন্নয়ন বিষয়াক শিক্ষয়িত্ৰীৰ পৰা উৎকােচ লৈ থকা অৱস্থাত হাতে-লােটে ধৰাৰ পিছত এইবাৰ ধুবুৰীত আন এজন শিক্ষা বিভাগৰ কৰ্মচাৰী জালত পৰিল ভিজিলেঞ্চৰ। এইবাৰ যতীন্দ্ৰ নাথ ৰায় নামৰ এজন কৰ্মচাৰীক উৎকােচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাই। জানিব পৰা মতে, যতীন্দ্ৰ নাথ ৰায় হাদুৰহাট … Read more

গণপ্ৰহাৰত মৃত্যু আদালতৰ চৌহদৰ পৰা পলায়ন কৰা কুখ্যাত অপৰাধী গেৰেজাইৰ…

নিউজ ডেস্ক। এনকাউন্টাৰত নহয়, এইবাৰ গণ প্ৰহাৰত মৃত্যু ঘটিল এটা দুৰ্ধৰ্ষ অপৰাধীৰ। এবাৰ হাস্পতাল আৰু আন এবাৰ আদালতৰ চৌহদৰ পৰা পলায়ন কৰা কুখ্যাত অপৰাধী গেৰেজাই ওৰফে ৰাজু বৰুৱা গণ প্ৰহাৰত মৃত্যু। ঘিলাবাৰীৰ কিলাকিলি নৈৰ পাৰত আত্মগােপন কৰি থকা গেৰেজাইক মমূৰ্ষু অৱস্থাত বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হৈছিল। ঢকুৱাখনা চিকিৎসালয়ত ভৰ্তি কৰােৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। … Read more

৮ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হােৱা চৰকাৰী কৰ্মচাৰীক ৪ বছৰৰ কাৰাদণ্ড আদালতৰ, বিহিলে জৰিমনাও

নিউজ ডেস্ক। এজন ব্যক্তিৰ পৰা ৮ হাজাৰ টকাৰ ঘােচ লৈ ভিজিলেঞ্চৰ হাতত গ্ৰেপ্তাৰ হােৱা চৰকাৰী কৰ্মচাৰীক ৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে। কেৱল এয়াই নহয়, কৰ্মচাৰীজনে ভৰিব লাগিব ১੦ হাজাৰ টকাৰ জৰিমনাও। এই নিলম্বিত কৰ্মচাৰীজনৰ নাম হৈছে দেৱেশ্বৰ তালুকদাৰ। জানিব পৰা মতে, তেওঁ গুৱাহাটীৰ খানাপাৰাস্থিত পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত জ্যেষ্ঠ সহায়ক হিচাপে কৰ্মৰত আছিল। জৰিমনা আদায় নকৰিলে … Read more

দুখন ৰে’লৰ মাজত মুখামুখি সংঘৰ্ষ! আহত ৫০ জন যাত্ৰী, সংকটজনক ১৩ জনৰ অৱস্থা

নিউজ ডেস্কঃ এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিল ৫০ জন যাত্ৰীৰ। এখন যাত্ৰীবাহী ৰে’ল আৰু এখন মালবাহী ৰে’লৰ মাজত সংঘটিত সংঘৰ্ষত আহত হয় যাত্ৰীকেইজন। আহত যাত্ৰী সকলৰ ১৩ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। Maharashtra | More than 50 persons were injured after 3 bogies of a train derailed in Gondia … Read more

চাঞ্চল্যকৰ! বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ গৈ সন্ধানহীন মেহেৰুণ…

নিউজ ডেস্কঃ বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ গৈ এগৰাকী কিশোৰী সন্ধানহীন হৈ পৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰঙিয়াত। জানিব পৰা মতে, ১৩ আগষ্টত বান্ধৱীৰ ঘৰলৈ যাম বুলি ঘৰৰ পৰা ওলাই আহিছিল ৰঙিয়াৰ সমীপৰ ততাৰকুছিৰ মেহেৰুণ নেছা (১৫) নামৰ কিশোৰীগৰাকীয়ে। কিন্তু তাৰ পিছতে নিৰুদ্দেশ হৈ পৰে কিশোৰীগৰাকী। কিশোৰীগৰাকীৰ পৰিয়ালে জানিবলৈ দিয়া মতে, ৰঙিয়া নগৰৰ ৪নং ৱাৰ্ডৰ এগৰাকী … Read more

১৪ বছৰত বিয়া, ১৮ বছৰতে দুটিকৈ সন্তানৰ মাতৃত্ব লাভ কৰিও জীৱন যুদ্ধত হাৰ মনা নাছিল অম্বিকাই, আজি IPS বিষয়া হৈ কৰিছে দেশৰ সেৱা

নিউজ ডেস্কঃ ভাৰতৰ দৰে এখন দেশত এগৰাকী নাৰীয়ে বিবাহৰ পিছত নিজৰ সকলো ইচ্ছা, সপোন ত্যাগ কৰিবলগীয়া হয় একমাত্ৰ পৰিয়ালৰ স্বাৰ্থত। যাৰ বাবেই বহুতৰে মনত এক আক্ষেপ চিৰদিনৰ বাবে ৰৈ যায়। কিন্তু এন অম্বিকাৰ বাবে যেন জীৱনৰ আৰম্ভণি ঘটিছিল বিয়াৰ পিছতহে। মাত্ৰ ১৪ বছৰ বয়সতে বিবাহ পাশত আৱদ্ধ হ’বলগীয়া হোৱা অম্বিকাই ১৮ বছৰ বয়সতে দুটি সন্তানৰ … Read more

এইবাৰ শিক্ষকৰ পৰা ঘােচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া

নিউজ ডেস্ক। পুনৰ চলিল সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। এইবাৰ কামৰূপ জিলাৰ ৰাণী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলালে ভিজিলেঞ্চে। এই অভিযানত ৰাণী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া (BEEO) লাচিত বসুমতাৰীক এগৰাকী শিক্ষকৰ পৰা উৎকােচ লৈ থকা অৱস্থাত হাতে-লােটে ধৰা পেলায় ভিজিলেঞ্চৰ অভিযানকাৰী দলটােৱে। জানিব পৰা মতে, শিক্ষকৰ সেৱা পুথি উন্নীতকৰণ আৰু … Read more