বিবাহিতা মহিলাৰ প্ৰেমত পৰিল আৰক্ষী বিষয়া! এৰাতি একেলগে পাৰ কৰাৰ পিছত হ’ল কাৰাগাৰৰ আলহী…
নিউজ ডেস্কঃ সামাজিক মাধ্যমযোগে প্ৰথম হৈছিল চিনাকি। তাৰ পিছতে ৮ বছৰীয়া সন্তানৰ মাতৃ বিবাহিতা মহিলাৰ প্ৰেমত হাবু ডাবু খাইছিল অসম আৰক্ষীৰ এগৰাকী বিষয়া। কিন্তু একেলগে এৰাতি নিজৰ কোৱাৰ্টাৰত পাৰ কৰাৰ পিছতে এতিয়া কাৰাগাৰৰ আলহী হ’বলগীয়া হ’ল আৰক্ষী বিষয়াগৰাকী। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সত্ৰনগৰী মাজুলীত। সমান্তৰালভাৱে ঘটনাটোৱে আকৌ এবাৰ ক’লা দাগ সানিলে অসম আৰক্ষীৰ … Read more