কৰ্মৰত অৱস্থাতে অইল ইণ্ডিয়াৰ কৰ্মচাৰী বিকাশ গগৈৰ মৃত্যু

কৰ্মৰত অৱস্থাতে মৃত্যু GCSত কৰ্মৰত অইল ইণ্ডিয়াৰ কৰ্মচাৰীৰ। OILৰ টেঙাখাতস্থিত কঠালনি GCSত কৰ্মৰত অৱস্থাতে সংঘটিত এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, কৰ্মস্থলীৰ শৌচাগাৰত পৰি গুৰুতৰভাৱে আহত হৈছিল OILৰ কৰ্মচাৰী বিকাশ গগৈ। সহকৰ্মীসকলে লগে লগে কৰ্মচাৰী গৰাকীক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। নিহত কৰ্মচাৰী বিকাশ গগৈ দুলীয়াজানৰ অইল আৱাসিক … Read more

ৰহস্যজনক! চাংসাৰীৰ নিৰ্মীয়মান এইমছৰ ৭ম মহলাৰ পৰা পৰি চিকিৎসক মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। অসমৰ প্ৰথমখন এইমছৰ নিৰ্মীয়মান চৌহদত অঘটন। ৭ মহলীয়া অট্টালিকাৰ পৰা ৰহস্যজনকভাৱে তললৈ পৰি প্ৰাণ গ’ল এগৰাকী অসমীয়া চিকিৎসকৰ। মৃত চিকিৎসকজনৰ নাম ডাঃ ফল্গু প্ৰতীম। তেওঁ ফাৰ্মাক’লজী বিভাগৰ জ্যেষ্ঠ চিকিৎসক তথা ফেকাল্টী। ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসা প্রতিষ্ঠানখনৰ এগৰাকী জ্যেষ্ঠ অসমীয়া চিকিৎসকে এনেদৰে অকাল মৃত্যুক সাবটি লোৱা ঘটনাই সৃষ্টি কৰিছে গভীৰ ৰহস্যৰ। জানিব … Read more

চিকিৎসা বিজ্ঞানৰ চমক! ঔষধৰ পৰীক্ষামূলক প্রয়োগত সম্পূৰ্ণৰূপে সুস্থ হ’ল কেন্সাৰৰ ১৮ ৰোগী

নিউজ ডেস্ক। চিকিৎসা বিজ্ঞানৰ চৰম উৎকৰ্ষৰ সময়তাে যেন তীব্ৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে মাৰাত্মক কেন্সাৰ ৰােগ। দিনকদিনে বৃদ্ধি পাইছে বিভিন্ন প্ৰকাৰৰ কেন্সাৰত আক্ৰান্ত লােকৰ সংখ্যা। এই বেমাৰ প্ৰতিৰােধ আৰু নিৰ্মূলৰ ক্ষেত্ৰত এইবাৰ নতুন সফলতা লাভ কৰিছে এদল চিকিৎসা বিজ্ঞানীয়ে। এবিধ ঔষধৰ পৰীক্ষামূলক প্ৰয়ােগৰ পিছতে অধিক উজ্জ্বল হৈ পৰিছে কেন্সাৰৰ পৰা প্ৰতিকাৰৰ সম্ভাৱনীয়তা। দীৰ্ঘদিন ধৰি মলদ্বাৰ … Read more

কেৱল অধ্যয়নেই নহয়, মনোৰঞ্জনৰ বাবে কাম কৰা উচিতঃ HSLCত শীৰ্ষস্থানপ্ৰাপ্ত ৰক্তোৎপলে ক’লে সাফল্যৰ আঁৰৰ কাহিনী

নিউজ ডেস্কঃ আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে শীৰ্ষস্থান দখল কৰি উজ্বলি উঠিল উত্তৰ লখিমপুৰ ছেণ্টমেৰিজ হাইস্কুলৰ ছাত্ৰ ৰক্তোৎপল শইকীয়া। মুঠ ৫৯৭ নম্বৰ লাভ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত চৰম শিখৰত উপনীত হৈছে ৰক্তোৎপল। তেওঁৰ এই সাফল্যত আজি আনন্দৰ বন্যা নামিছে সমগ্ৰ লখিমপুৰত। সংবাদ মাধ্যমৰ সন্মুখত নিজৰ মনৰ অনুভৱ আজি ব্যক্ত কৰাৰ সুযোগ পাইছে … Read more

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলঃ কোনে পালে কি স্থান, জানক সৱিশেষ…

নিউজ ডেস্কঃ আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ৰাজ্যত এইবাৰ মুঠ ২ লাখ ২৯ হাজাৰ ১৩১ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। উল্লেখ্য যে, ২০২২ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যত মুঠ ৪,০৫,৫৮২ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰে ভিতৰত ৬৪১০১ গৰাকীয়ে তৃতীয় বিভাগত, ৯৯৮৫৪ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৬৫১৭৬ গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত … Read more

বাইকৰ সন্মুখত হঠাতে অহা পশুধনক ৰক্ষা কৰিবলৈ গৈ দুৰ্ঘটনাত প্ৰাণ গ’ল সেনা জােৱানৰ

নিউজ ডেস্ক। বাট-পথত ঘূৰি ফুৰা পশুধনৰ বাবে ৰাজ্যত সঘনাই সংঘটিত হয় পথ দুৰ্ঘটনা। দুদিন পূৰ্বে গােলাঘাট জিলাৰ দেৰগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথত পশুধনক ৰক্ষা কৰিবলৈ গৈ এগৰাকী শিক্ষকৰ মৃত্যুৰ ঘটনাৰ পিছতে এইবাৰ গুৱাহাটীত সংঘটিত হ’ল অনুৰূপ ঘটনা য’ত প্ৰাণ গ’ল এগৰাকী সেনা জােৱানৰ। বাইকেৰে নিজ কৰ্তব্যত যোগ দিবলৈ যাওঁতেই সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হয় … Read more

কনভয় এৰি ১੦৮ এম্বুলেঞ্চত উঠিল মন্ত্ৰী বিমল বৰা, দুৰ্ঘটনাত পতিত যুৱকলৈ আগবঢ়ালে সহায়ৰ হাত

নিউজ ডেস্কঃ নিৰ্বাচনত জয়ী হৈ নেতা, মন্ত্ৰী, জনপ্ৰতিনিধিয়ে সাধাৰণ জনতালৈ পিঠি দিয়াটো নতুন কথা নহয়। তাৰ বিপৰীতে যেতিয়া কোনো ৰাজনৈতিক নেতা অথবা মন্ত্ৰীয়ে মানুহৰ দুঃসময়ত কাষত থিয় হয়, তেতিয়া সিয়ে এক নজিৰ সৃষ্টি কৰে। ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাইও দুৰ্ঘটনাত পতিত এজন যুৱকক নিজেই এম্বুলেন্সত উঠাই হাস্পতাললৈ লৈ যোৱা ঘটনাই জনতাৰ বিশ্বাস জয় কৰিছে। দৰাচলতে দেওবাৰে … Read more

পুনৰ গাঁৱলৈ ওভতি নাহিল ফুলৰ মালা পিন্ধাই গাঁওবাসীয়ে বিদায় জনােৱা ২৬ জন বয়ােজ্যেষ্ঠ তীৰ্থযাত্ৰী…

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাৰ পিছতে শােকৰ বন্যা বৈছে মধ্য প্ৰদেশৰ পান্না জিলাত। জিলাখনৰ ৯ খন গাঁৱৰ পৰা ২৮ জন তীৰ্থযাত্ৰীয়ে তীৰ্থভ্ৰমণৰ বাবে যাত্ৰা কৰিছিল হিন্দু ধৰ্মৰ পৱিত্ৰ তীৰ্থস্থান উত্তৰাখণ্ডৰ যমুনােত্ৰীলৈ। কিন্তু এই যাত্ৰাই শেষ যাত্ৰা হিচাপে পৰিগণিত হ’ল ২৬ জন গাঁওবাসীৰ বাবে। উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ দুৰ্ঘটনাত পতিত হয় এই তীৰ্থযাত্ৰীসকলক কঢ়িওৱা বাছখন। পাহাৰীয়া … Read more

শােকাৱহ! কৰ্মৰত অৱস্থাতে দুৰ্ঘটনাত প্ৰাণ গ’ল ONGC ৰ অভিযন্তা সৌমাৰজ্যােতি পাঠকৰ

নিউজ ডেস্ক। পুনৰ তৈলখাদত অঘটন। কৰ্মৰত অৱস্থাতে দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী অসমীয়া অভিযন্তাৰ। মৃত অভিযন্তাগৰাকীৰ নাম সৌমাৰজ্যােতি পাঠক। তেওঁ যােৰহাট জিলাৰ পকামুৰাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনা সংঘটিত হয় যােৰহাট জিলাৰ তিতাবৰৰ বৰহোলাৰ কলাপানীস্থিত ONGCৰ তেল খাদত। মূৰত লােহাৰ পাইপৰ আঘাত পােৱাৰ পিছতে অভিযন্তাগৰাকীক সংকটজনক অৱস্থাত যােৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰােৱা হয় … Read more

আজব ঘটনা! জ্যেষ্ঠ আৰক্ষী বিষয়াক উৎকােচ দিবলৈ গৈ গ্ৰেপ্তাৰ হ’ল এএছআই

নিউজ ডেস্ক। বিভিন্ন অজুহাতত একাংশ খাকী পােছাকধাৰীয়ে সাধাৰণ লােকৰ পৰা উৎকােচ দাবী কৰা কােনাে নতুন কথা নহয় যদিও এইবাৰ খােদ এগৰাকী খাকী পােছাকধাৰীয়ে জ্যেষ্ঠ বিষয়াক উৎকােচ দিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’বলগীয়া ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰে নগাঁও আৰক্ষীৰ এজন সহকাৰী উপ-পৰিদৰ্শকক জিলাখনৰ এগৰাকী উপ-আৰক্ষী অধীক্ষকক তেওঁৰ কাৰ্যালয়ত উৎকোচ দিবলৈ চেষ্টা চলােৱাৰ অভিযােগত গ্ৰেপ্তাৰ কৰা হয়। ধৃত … Read more