আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ গভাইত গাড়ী চােৰ, জব্দ ১৫ খন চুৰি স্কুটী-বাইক…
নিউজ ডেস্ক। প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰত দিনকদিনে বৃদ্ধি পাইছে গাড়ী চুৰি চক্ৰৰ দৌৰাত্ম্য। গাড়ী চুৰি চক্ৰৰ লক্ষ্য দুচকীয়া বাহন, বিশেষকৈ নামী-দামী ব্ৰেণ্ডৰ স্কুটী। ৫੦ হাজাৰ টকাৰ কৰা ১ লাখ টকা পৰ্যন্ত মূল্যৰ এই স্কুটী চুৰি কৰি এই চক্ৰটােৱে গ্ৰাহকক বিক্ৰী কৰিছে ৫ হাজাৰ পৰা ১৫ হাজাৰ টকা মূল্যত। এই সন্দৰ্ভত ভুক্তভােগীৰ এজাহাৰৰ পিছতে … Read more