ভয়ংকৰ! পাহাৰৰ পৰা খহি পৰা শিলাখণ্ডই খুন্দিয়ালে চলন্ত বাইক, কেমেৰাত বন্দী শিহৰণকাৰী ঘটনা…

নিউজ ডেস্ক। এক শিহৰণকাৰী দুৰ্ঘটনা। চলন্ত বাইকৰ ওপৰত পৰিল পাহাৰৰ পৰা খহি পৰা প্ৰকাণ্ড শিলাখণ্ড। এই শিলাখণ্ডৰ প্ৰচণ্ড খুন্দাত মৃত্যু ঘটিল বাইক আৰােহী যুৱকৰ। গুৰুতৰভাৱে আহত বাইকখনত থকা আন এজন যুৱক। এই ঘটনা সংঘটিত হ’ল কেৰালাত থামাৰাছেৰীত। জানিব পৰা মতে, দুই বন্ধুৱে থামাৰাচেৰী ঘাট পথত মটৰচাইকেলত যাত্ৰা কৰি থাকোঁতে হঠাতে পথৰ কাষৰ পাহাৰৰ কাষৰ পৰা … Read more

পলকতে ঘটিল এটা ঘটনা, ট্ৰাকৰ চকাৰ পিষ্ট হোৱাৰ পৰা মাতৃয়ে ৰক্ষা কৰিলে সন্তানক, ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। ৰাখে হৰি মাৰে কোনে? সাক্ষাৎ মৃত্যুৰ দুৱাৰদলিৰ পৰা যেন ঘূৰি আহিল মাতৃ-পুত্ৰ। আচলতে মূহুৰ্তৰ ভিতৰতে মাতৃয়ে দেখুওৱা তৎপৰাতৰ বাবেই প্ৰাণ বাচিল সন্তানটিৰ। সামাজিত মাধ্যমত ভাইৰেল হৈ পৰিছে দুৰ্ঘটনাৰ এনে এটি লোমহৰ্ষক ভিডিঅ’। য’ত এগৰাকী মহিলাই পলকতে দেখুওৱা তৎপৰতাই জীৱন ৰক্ষা কৰে কণমানি সন্তানটিৰ। দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে মহিলাগৰাকীও। ভাইৰেল হৈ পৰা ভিডিঅ’টোত দেখা … Read more

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণঃ ২৮ এপ্ৰিলত ৰাজ্যৰ এই দুখন জিলাত স্থানীয় বন্ধ ঘোষণা…

নিউজ ডেস্ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ২৮ এপ্ৰিলত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে ডিব্ৰুগড় আৰু কাৰ্বি আংলং জিলাত। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ এই দিনটোত জিলা দুখনত সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদি বন্ধ থাকিব বুলি ঘোষণা কৰিছে জিলা প্ৰশাসনে। উল্লেখ্য যে, অসম ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিব্ৰুগড় ভ্ৰমণ কৰি ৭ খন কেন্সাৰ হাস্পতালৰ উদ্বোধন কৰিব। … Read more

এইবাৰ JCB ৰে ২৭ লাখ টকাসহ ATM উঠাই নিলে চােৰে! সামাজিক মাধ্যমত ভাইৰেল আজব চুৰিকাণ্ড

নিউজ ডেস্ক। শেহতীয়াকৈ দেশজুৰি এটা চৰ্চিত শব্দ হৈছে বুলডােজাৰ বা জেচিবি। বিশেষকৈ উত্তৰ প্ৰদেশ চৰকাৰে অপৰাধীৰ ঘৰত জেচিবি চলাই ধ্বংস চলােৱাৰ লগতে শেহতীয়াকৈ বৃটেইনৰ প্ৰধানমন্ত্ৰীয়ে গুজৰাটত জেচিবি উৎপাদন কৰা কাৰখানা পৰিদৰ্শন কৰি জেচিবিত ফটাে উঠাৰ বাবে সামাজিক মাধ্যমত ব্যাপক চৰ্চালাভ কৰিছে জেচিবিয়ে। ইপিনে, আন এটা কাৰণত সামাজিক মাধ্যমত ভাৰইেল হৈছে জেচিবি। এইবাৰ অৱশ্যে এটিএমৰ চুৰিকাণ্ডৰ … Read more

চিট্ বেল্ট পৰিধান নকৰাৰ বাবে বাইকৰ গৰাকীক বিহিলে ১ হাজাৰ টকাৰ জৰিমণা!

নিউজ ডেস্ক। চিটবেল্ট পৰিধান নকৰাৰ বাবে দুচকীয়া বাহন চালকে অনলাইন লাভ কৰিলে চালান। এই আশ্বৰ্যকৰ কাণ্ড আন ৰাজ্য বা দেশৰ নহয়। এয়া সংঘটিত হৈছে অসমৰে মঙলদৈত। পাথৰিঘাট ৰাজহ চক্ৰৰ কৰ্মচাৰী তথা মঙলদৈৰ বৰুৱাপাৰাৰ নিৱাসী মানস শৰ্মা নামৰ যুৱকজনে দেওবাৰে সন্ধিয়া বাহন এপৰ জৰিয়তে তেওঁলৈ প্ৰেৰণ কৰা এখন চালান লাভ কৰে। য’ত চিটবেল্ট পৰিধান নকৰাৰ বাবে … Read more

মোবাইলত কথা পাতি গৈ থকাৰ সময়তে উন্মুক্ত মেনহোলত সোমাই পৰিল মহিলা, তাৰ পিছত…

নিউজ ডেস্ক। মোবাইলত কথা পাতি পথ পাৰ হোৱা বা খোজ কাঢ়ি যোৱাটো কিমান ভয়াবহ, তাৰ প্ৰমাণ হৈছে আপুনি বহুবাৰ দেখিছে, শুনিছে। তেনে এক ঘটনাৰে এটা ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। মোবাইলত কথা পাতি পাতি বজাৰৰ পৰা উভতাৰ সময়তে পথৰ ওপৰৰ খোলা মেনহোলত সোমাই পৰে এগৰাকী মহিলা। অৱশ্যে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পৰা … Read more

২ মে’ত আছিল বিয়া! কিন্তু তাৰ পূৰ্বেই পিতৃ-মাতৃ আৰু ২ ভগ্নীৰ সৈতে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বৃদ্ধিয়ে

নিউজ ডেস্ক। ২ মে’ত বিয়া! ২৫ এপ্ৰিলৰ পৰাই প্ৰাকবিবাহৰ বিভিন্ন অনুষ্ঠান আয়োজন কৰাৰ কথা আছিল। ইতিমধ্যে প্ৰায় সম্পন্ন হৈছিল বিয়াৰ সমস্ত জা-যোগাৰ। কিন্তু…! নিয়তিৰ যেন সহ্য নহ’ল পৰিয়ালটোৰ আনন্দ। যাৰ বাবে এক কৰুণ দুৰ্ঘটনাত নিঃশেষ হৈ গ’ল কোছাৰ পৰিয়াল। বৃদ্ধি ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাৰ ৰাজনন্দগাঁও-খাইৰাগড় পথৰ চিংগাৰপুৰ গাঁৱৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ … Read more

‘চাইৱালা’ নহয়, এইবাৰ স্নাতক ‘চাইৱালী’ৰ কাহিনী!

নিউজ ডেস্ক। উচ্চ শিক্ষা গ্ৰহণ কৰিও সংস্থাপন বিচাৰি হাবাথুৰি খাবলগা হৈছিল এগৰাকী যুৱতীয়ে। চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ দুৱাৰে দুৱাৰে সংস্থাপন বিচাৰি হাবাথুৰি খোৱাৰ অন্তত অৱশেষত নিজৰ লক্ষ্যই সলনি কৰি পেলালে অৰ্থনীতিৰ স্নাতক প্ৰিয়ংকা গুপ্তা নামৰ যুৱতীগৰাকীৰ। বিহাৰৰ এগৰাকী তেনেই সাধাৰণ যুৱতী প্ৰিয়ংকাই পাটনাৰ মহিলা মহাবিদ্যালয়ৰ সন্মুখত এখন সৰু ষ্টল লগাই চাহ বিকিবলৈ আৰম্ভ কৰে। আৰু ইয়েই আজি … Read more

RRR, KGF ৰ দৰে ফটুৱা চিনেমা নাচাব, অসমীয়া চিনেমা চাওকঃ জুবিন গাৰ্গ

নিউজ ডেস্ক। পুনৰ বিহু মঞ্চৰ পৰা দক্ষিণৰ ছবিক লৈ মন্তব্য জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ। আৰআৰআৰ, কেজিএফৰ দৰে ফটুৱা চিনেমা নাচাবলৈ আহ্বান জনালে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ গৰাকীয়ে। বিহু মঞ্চৰ পৰাই দৰ্শকৰ প্ৰতি আহ্বান জনাই জুবিন গাৰ্গে কয় যে অসমীয়া মানুহে অসমীয়া চিনেমা চাব লাগে। দক্ষিণৰ চিনেমা চাই তেওঁলোকক ধনী কৰাৰ প্ৰয়োজন নাই, তাৰ পৰিৱৰ্তে অসমীয়া মানুহক … Read more

প্ৰতিকূল বতৰৰ মাজতে চাইকেল লৈ চৰকাৰী আঁচনিৰ কাম-কাজ পৰিদৰ্শন এগৰাকী জিলা উপায়ুক্তৰ

নিউজ ডেস্ক। ৰাজ্যত প্ৰবল বৰষুণৰ মাজতে বুধবাৰে পুৱাই চাইকেলত উঠি কেবাখনো আঁচনি পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ ললে বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে। উপায়ুক্ত গৰাকীয়ে বৰপেটা চহৰৰ বুদৰুটুপত পুৱা ৬ বজাৰ পূৰ্বেই চাইকেল চলাই উপস্থিত হয় আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মীয়মান কেইবাটাও আবাসগৃহ পৰিদৰ্শন কৰি কামৰ বুজ লয়। তদুপৰি নিৰ্মাণ কাৰ্যত সৃষ্টি হোৱা … Read more