ইউক্ৰেইনত ৰাছিয়ান মিছাইলৰ আক্ৰমণত ভাৰতীয় ছাত্ৰৰ মৃত্যু

ইউক্ৰেইনৰ ভয়ংকৰ পৰিস্থিতিৰ মাজত ৰাছিয়াৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী ভাৰৰতী ছাত্ৰই। ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভত ভাৰতীয় ছাত্ৰজনৰ ৰাছিয়ান সেনাৰ আক্ৰমণতম মৃত্যু ঘটা বুলি জানিবলৈ দিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে। নিহত ছাত্ৰজনক কৰ্ণাটকৰ বাসিন্দা নবীন শেখৰাপ্পা চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, বাংগালুৰুৰ ছাত্ৰজন ইউক্ৰেইনত এমবিবিএছৰ চতুৰ্থ বৰ্ষত অধ্যয়নৰত আছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে সদৰী কৰা মতে, … Read more

জীৱিত মহিলাক মৃত ঘোষণা! মৰণােত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিলে চিকিৎসকে…

নিউজ ডেস্ক। চিকিৎসকৰ ভয়ংকৰ গাফিলতিৰ বাবে এগৰাকী জীৱিত মহিলাক মৰোণত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হ’ল শৱগৃহলৈ। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ গোৱালিয়ৰ-চম্বলৰ সৰ্ববৃহৎ চিকিৎয়াল জয়াৰোগ্য হাস্পতালত। দুৰ্ঘটনাত পতিত এগৰাকী ৩১ বৰ্ষীয় মহিলাক হাস্পতালখনৰ চিকিৎসকে মৃত ঘোষণা কৰাৰ পিছত মহিলাগৰাকীক মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল শৱগৃহলৈ। য’ত মহিলাগৰাকীৰ স্বামীয়ে ৰক্তনলী পৰীক্ষা কৰাত চিকিৎসকৰ গাফিলতি … Read more

ৰাছিয়াই ধ্বংস কৰিলে বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফট AN-225 ম্ৰিয়া…

নিউজ ডেস্ক। ধ্বংসস্তুপত বিলীন হল বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফটখন। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজত ৰাছিয়ান সেনাই ধ্বংস কৰে সৰ্ববৃহৎ এয়াৰক্ৰাফট এন্ট’ন’ভ-২২৫ ম্ৰিয়া (AN-225 Mriya)। ইউক্ৰেইনৰ ফালৰ পৰা সদৰী কৰা অনুসৰি ৰাছিয়াই মিছাইল আক্ৰমণ কৰি ৰাজধানী কিয়েভত ধ্বংস কৰে ইউক্ৰেইনে নিৰ্মাণ কৰা বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফট খন। উল্লেখ্য যে, AN-225 Mriya এয়াৰক্ৰাফট ১৯৮০ দশকত ছোভিয়েট ইউনিয়নৰ ভিতৰত ইউক্ৰেইনৰ এছ.এছ.আৰ.-ত এণ্টনভ … Read more

মধুচন্দ্ৰিকা যাপন কৰিবলৈ আহি কৰুণ মৃত্যুক সাৱটিলে বিশাল আৰু নেহাই!

নিউজ ডেস্ক। মাত্ৰ ২৫ দিন পূৰ্বে সম্পন্ন হৈছিল বিশাল আৰু নেহাৰ বিবাহ। যুগ্ম জীৱনৰ পাতনি বেলাত দুয়োয়ে কিছু সময় ইজনে সিজনৰ লগত পাৰ কৰিব বিচাৰিছিল। সেয়েহে যোৱা ২১ ফেব্ৰুৱাৰীত নৱদম্পত্তীহালে ওলাই আহিছিল ভ্ৰমণলৈ। কিন্তু নিয়তিৰ পৰিহাসত বিবাহৰ এমাহ সম্পূৰ্ণ নৌহওতেই এক ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি ল’বলগীয়া হ’ল নৱদম্পত্তিহালে। হৃদয় বিচলিত কৰা এই শোকাবহ … Read more

প্ৰশিক্ষণৰ সময়তে ভূপতিত বিমান, মহিলা পাইলটৰ মৃত্যু

নিউজ ডেস্ক। শনিবাৰে তেলেংগানাৰ নালগোণ্ডাত প্ৰশিক্ষণৰ সময়তে ভূপতিত হল এখন বিমান। পুৱা প্ৰায় ১০.৫০ বজাত নালগোণ্ডাৰ পেদ্দাভুৰা মণ্ডলৰ থুঙ্গাথুৰ্থী গাঁৱত প্ৰশিক্ষণত ব্যৱহৃত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। যাৰ ফলত বিমানৰ মহিলা প্ৰশিক্ষক পাইলট গৰাকীয়ে প্ৰাণ হেৰুৱায়। জানিব পৰা মতে, পুৱা প্ৰশিক্ষণৰ সময়তে বিমানখনত সংঘটিত বিজুতিৰ বাবে থুঙ্গাথুৰ্থী গাঁৱৰ এখন পথাৰত বিমানখন ভূপতিত হয়। যাৰ ফলত বিমানখন সম্পূৰ্ণৰূপে … Read more

সততা! ৭ লক্ষাধিক টকাৰ গহণাভৰ্তি বেগ বাটত পাই আৰক্ষীক গতাই দিলে কিশোৰীয়ে, কৰা হ’ল সন্মানিত

মধ্যপ্ৰদেশৰ এগৰাকী ১৩ বছৰীয়া কিশোৰী। নাম তেওঁৰ ৰীনা আহিৰৱাৰ। ৰাইচেন জিলাৰ এখন সৰু গাঁৱৰ এটি নিচেই দৰিদ্ৰ পৰিয়ালৰ এই কণমানিজনীয়ে কৰা এটা কামে আজি ভাবুক কৰি তুলিছে সকলোকে। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ ৰীনাৰ প্ৰশংসাৰে এতিয়া উপচি পৰিছে সামাজিক মাাধ্যম। এই কিশোৰীগৰাকীয়ে যি কাম কৰি দেখুৱাইছে, সেয়া জানিলে আপোনাৰো মন সুখৰে ভৰি পৰাটো নিশ্চিত। সংস্কাৰ এনে বিষয়, … Read more

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, হতাহত ৪ জন

নিউজ ডেস্ক। গুৱাহাটী মহানগৰীৰ কামাখ্যা গে’ট এলেকাত মংগলবাৰে দুপৰীয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এএছ ০৬এছ ০১০১ নম্বৰৰ এখন তীব্ৰবেগী এনডিভাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এখন ৰখাই থোৱা বুলেটত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে আৰু তাৰ পিছতে খুন্দা মাৰে এখন এল্ট’ বাহনক। এই দুৰ্ঘটনাত এজন লােকৰ মৃত্যু হােৱাৰ উপৰি গুৰুতৰভাৱে আহত হয় এল্ট’ বাহনখনত … Read more

পশুখাদ্য কেলেংকাৰীৰ পঞ্চমটো গোচৰত লালু প্ৰসাদ যাদৱৰ শাস্তি ঘোষণা

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডিৰ প্ৰধান লালু প্ৰসাদ যাদৱক বিহা হল ৫ বছৰ কাৰদণ্ড আৰু ৬০ লাখ জৰিমনা। দোৰণ্ডা কোষাগাৰৰ পৰা ১৩৯ কোটি টকা আত্মসাতৰ গোচৰত দোষী সাব্যস্ত হোৱা লালু যাদৱক সোমবাৰে শাস্তি বিহে ৰাচীৰ চিবিআই বিশেষ আদালতে। উল্লেখ্য যে, লালু প্ৰসাদ যাদৱক যোৱা ১৫ ফেব্ৰুৱাৰীত এই গোচৰত দোষী সাব্যস্ত কৰা হৈছিল। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ উপৰিও … Read more

নাৰ্ছ হিচাপে ৰোগীৰ শুশ্ৰূষা কৰা গানভিয়ে মৃত্যুৰ পিছতো দি থৈ গ’ল নতুন জীৱন

জীৱিতকালত নাৰ্ছ হিচাপে ৰোগীৰ শুশ্ৰূষা কৰি যোৱা কৰ্ণাটকৰ এগৰাকী যুৱতীয়ে মৃত্যুৰ পিছতো আনক দি থৈ গ’ল জীৱন। কৰ্ণাটকৰ বেংগালুৰুৰ ২২ বছৰীয়া টি কে গানভিৰ বাবেই আজি নতুন জীৱন লাভ কৰিলে একাধিকজনে। উল্লেখ্য যে, বেংগালুৰুৰ নিৰ্মলা নাৰ্চিং হোমত নাৰ্ছ হিচাপে কৰ্মৰত আছিল টি কে গানভি নামৰ ২২ বছৰীয়া যুৱতীগৰাকী। যোৱা ৮ ফেব্ৰুৱাৰীৰ নিশা নাৰ্ছিং হোমত কৰ্তব্যৰত … Read more

গান্ধীবাদী আদৰ্শত জীৱন সমৰ্পণ কৰা পদ্মশ্ৰী শকুন্তলা চৌধুৰীৰ দেহাৱসান

গান্ধীবাদী আদৰ্শৰে গোটেই জীৱন অতিবাহিত কৰা পদ্মশ্ৰী শকুন্তলা চৌধুৰী আৰু নাই! দেওবাৰে নিশা প্ৰায় ১০-৩০ বজাত মহানগৰীৰ উলুৱাৰীস্থিত কস্তুৰবা আশ্ৰমত শেষ নিশ্বাস ত্যাগ কৰে সমাজ সেৱাৰ বাবে সমগ্ৰ জীৱন উচৰ্গা কৰা শকুন্তলা চৌধুৰীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০২ বছৰ। সুদীৰ্ঘ প্ৰায় সাতটা দশক গান্ধীবাদী আদৰ্শৰে আশ্ৰমবাসিনী হৈ সমাজ সেৱা আগবঢ়াই অহা শকুন্তলা চৌধুৰীক চলিত … Read more