আচৰিত কাণ্ড! ATC ৰ অনুমতি অবিহনেই উৰা মাৰিলে যাত্ৰীবাহী বিমানে, তাৰ পাছত ঘটিল এই ঘটনা…
নিউজ ডেস্ক। এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰ (এটিচি)ৰ অনুমতি অবিহনেই ৰাজকোট বিমান বন্দৰৰ পৰা ব্যক্তিগত এয়াৰলাইন কোম্পানী স্পাইচজেটৰ এখন যাত্ৰীবাহী বিমান দিল্লী অভিমুখে উৰা মৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই উদ্বেগজনক ঘটনাৰ পাছতে নিলম্বন কৰা হৈছে সংশ্লিষ্ট বিমানখনৰ পাইলটক। জানিব পৰা মতে, যোৱা ৩০ ডিচেম্বৰত সংঘটিত এই ঘটনাৰ পিছত অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (ডিজিচিএ) তদন্তৰ নিৰ্দেশ … Read more