চৰণেহে জানে… কৃষিকৰ্মত ব্যস্ত স্বামীক চাহ দিবলৈ গৈ বজ্ৰপাতত প্ৰাণ গ’ল পত্নীৰ…
নিউজ ডেস্ক। চৰণেহে জানে মৰণৰ ঠাই! ঠিক তেনে এক এক শোকাৱহ ঘটনা সংঘটিত হ’ল এগৰাকী মহিলাৰ সৈতে। পথাৰত কাম কৰি থকা স্বামীক চাহ দিবলৈ গৈ বজ্ৰপাতত প্ৰাণ হেৰুৱালে এই মহিলাগৰাকীয়ে। গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী পলাশবাৰী সমষ্টিৰ ভোলাগাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনা। পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ভোলাগাঁও নিৱাসী তাজিমা বিবি(৩৬)নামৰ মহিলাগৰাকীয়ে শিলপোটা অঞ্চলৰ খেতিপথাৰত বজ্ৰপাতত প্ৰাণ … Read more