পেট্ৰ’ল পাম্পত কাম কৰি ৪টা বিষয়ত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হ’ল মনােজ…
নিউজ ডেস্কঃ লক্ষ্য স্থিৰ ৰাখি একাগ্ৰতা আৰু নিষ্ঠাৰে সেই লক্ষ্যৰ প্ৰতি অগ্ৰসৰ হ’লে সফলতা সম্ভৱ হৈ উঠে। সেয়াই প্ৰমাণ কৰি দেখুৱালে গোৱালপাৰাৰ এগৰাকী মেধাৱী ছাত্ৰই। পৰিয়ালৰ আৰ্থিক দৈন্যতাক নেওচি সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ৭৯.৮ শতাংশ নম্বৰেৰে ৪টা বিষয়ত লেটাৰ মাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হ’ল গোৱালপাৰাৰ বগাতৰী গাঁৱৰ মনোজ দাসে। পূব গোৱালপাৰা জুনিয়ৰ … Read more