সীমান্তত টহলৰ সময়ত হোৱা ৰহস্যজনক লেণ্ডমাইন বিস্ফোৰণত সেনাৰ বিষয়া -জোৱান শ্বহীদ

জম্মু-কাশ্মীৰৰ ৰাজোৰীৰ নওচেৰা চেক্টৰত বিস্ফোৰণ। শনিবাৰে নিয়মীয়া টহলৰ সময়ত হোৱা এক বৃহৎ বিস্ফোৰণত সেনাৰ লেফটেনেণ্ট আৰু এজন জোৱান নিহত হয়। সাধাৰণতে সেনাই অনুপ্ৰৱেশ প্ৰতিহত কৰিবলৈ নওচেৰা চেক্টৰৰ কালাল অঞ্চলত লেণ্ডমাইন স্থাপন কৰে, কিন্তু সেনাই এই ঘটনাটোক আইইডি বিস্ফোৰণ বুলিহে সন্দেহ কৰিছে। বৰ্তমান সমগ্ৰ অঞ্চলটোত এক সতৰ্কবাণী জাৰি কৰা হৈছে আৰু অনুসন্ধান অব্যাহত আছে। এজন সামৰিক … Read more

আৰক্ষীৰ বাহনত উঠি নৃত্য উদণ্ড যুৱকৰ, দৃশ্য ভাইৰেল সামাজিক মাধ্যমত

নিউজ ডেস্ক। আৰক্ষীক দেখিলেই ভয় কৰে সাধাৰণ জনতাই। কিন্তু এইবাৰ এনে এক দৃশ্য ভাইৰেল হৈ পৰিছে, য’ত আৰক্ষীৰ বাহনৰ ওপৰত উঠি নৃত্য কৰিলে উদণ্ড যুৱকে। এই ঘটনা শনিবাৰে সংঘটিত হৈছে তামিলনাডুৰ ৰামনাথপুৰমত। দৃশ্যটোত দেখা অনুসৰি, কিছুমান যুৱকক কৰ্তব্যৰত আৰক্ষী কৰ্মীৰ গাড়ীৰ ওপৰত থিয় হৈ নৃত্য কৰা দেখা যায়। অৱশ্যে বৰ্তমান এই যুৱকসকলে তেওঁলোকৰ কামৰ ফল … Read more

গুৱাহাটী অভিমুখী নৈশ বাছৰ পৰা আটক ৪ মহিলাসহ ১੦ বাংলাদেশী অনুপ্ৰৱেশকাৰী, দালাল পলাতক

নিউজ ডেস্ক। প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ তথা ম্যানমাৰৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশৰ ঘটনা এতিয়াও অব্যাহত আছে। এইবাৰ বাংলাদেশৰ পৰা ত্ৰিপুৰা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰি অসম হৈ গুৱাহাটী অভিমুখে যাত্ৰা কৰাৰ পথতে আৰক্ষীৰ তালাচীত আটক হয় ৪ মহিলাসহ ১੦ জনকৈ বাংলাদেশী নাগৰিক। অসম-ত্ৰিপুৰা সীমান্তৰ প্ৰৱেশ পথ চুড়াইবাৰী তালাচী চকীৰ আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত পৃথক পৃথক দুখন নৈশ বাছৰ … Read more

মহিলাই একেলগে প্ৰসৱ কৰিলে ৪ সন্তান!

নিউজ ডেস্ক। এক আচৰিত ঘটনা। এগৰাকী ২৭ বছৰীয়া মহিলাই একেলগে প্ৰসৱ কৰিলে ৪ টি সন্তান। এই ঘটনা হাইদৰাবাদৰ মেহদিপতনামৰ মিনা চিকিৎসালয়ৰ। মহিলা গৰাকীয়ে ১.৩ কিলো ওজনৰ এটি পুত্ৰ সন্তান আৰু ১.৫ কিলো ওজনৰ তিনিটি কন্যা সন্তানৰ জন্ম দিয়ে। মহিলা গৰাকীক অস্ত্ৰোপচাৰ কৰা চিকিৎসকসকলৰ এজন ডাঃ চোহেবা শুকুৰে কয়, “মহিলাগৰাকীৰ ৰক্তচাপ নিয়ন্ত্ৰণ ত আছিল। গৰ্ভধাৰণৰ ৩৪ … Read more

দৈনিক গঢ়ে ২৭ কােটি টকা দান কৰে উইপ্ৰ’ৰ আজিম প্ৰেমজীয়ে…

নিউজ ডেস্ক। উইপ্ৰ’ৰ মুৰব্বী আজিম প্ৰেমজীয়ে ২০২১ বিত্তীয় বৰ্ষত ভাৰতীয় সমাজসেৱকসকলৰ ভিতৰত শীৰ্ষ স্থান বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে। দেশৰ সংকট কালত তেওঁ ৯,৭১৩ কোটি টকা অনুদান আগবঢ়াইছে। অৰ্থাৎ গণনা কৰিলে তেওঁ দৈনিক ২৭ কোটি টকা দান কৰিছে দেশৰ সেৱাৰ বাবে। এডেলগিভ হুৰুন ইণ্ডিয়া ফিলান্থ্ৰোপী লিষ্ট ২০২১ অনুসৰি, কোম্পানীটোৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰেমজীয়ে মহামাৰী বৰ্ষত তেওঁৰ অনুদান … Read more

৫੦ হাজাৰ টকাৰ উৎকোচ লৈ CBI ৰ হাতত গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক, তালাচীত জব্দ নগদ ১.১২ কােটি টকা

নিউজ ডেস্ক। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চিবিআইয়ে উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীৰ এজন উপ-পৰিদৰ্শকক। বুধবাৰে ৫০,০০০ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ সময়ত চিবিআইৰ বিষয়াই ধৰা পেলাইছিল তেওঁক। পৰৱৰ্তী সময়ত অনুসন্ধানত উপ-পৰিদৰ্শকজনৰ গাড়ী আৰু বাসগৃহৰ পৰা নগদ ১.১২ কোটি টকা উদ্ধাৰ কৰে চিবিআইয়ে। উপ-পৰিদৰ্শকজনক ভোজৰাজ সিং বুলি জানিব পৰা যায়। তেওঁ দিল্লীৰ ময়দান … Read more

অৱশেষত জামিন লাভ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ

নিউজ ডেস্ক। বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে অৱশেষত লাভ কৰিলে জামিন। বৃহস্পতিবাৰে ক্ৰুজ ড্ৰাগছ গোচৰৰ সন্দৰ্ভত বোম্বে উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে তেওঁক। ন্যায়ালয়ে আৰিয়ান খানৰ সৈতে আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচাকো জামিন প্ৰদান কৰে। আদালতে শুক্ৰবাৰে এই সন্দৰ্ভত বিতং নিৰ্দেশ দিব বুলি জানিবলৈ দিয়ে অধিবক্তাই। আৰিয়ান খানক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন এটৰ্নি জেনেৰেল … Read more

শিহৰণকাৰী! কােলাত কেচুৱা লৈ জলপ্ৰপাতত আবদ্ধ হৈ পৰিল মাতৃ, তাৰ পাছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। এক শিহৰণকাৰী দৃশ্য। যিটো দেখিলে আপোনাৰো বুকু কঁপি উঠিব। হঠাৎ অহা প্ৰচণ্ড বানত আৱদ্ধ কোলাৰ কেচুৱা সহ জল প্ৰপাতত আবদ্ধ হৈ পৰিল এগৰাকী মহিলা। মহিলাগৰাকীক উদ্ধাৰৰ বাবে চলিল এক শ্বাসৰুদ্ধকৰ অভিযান। এই দৃশ্য তামিলনাডুৰ চালেম জিলাৰ আত্তুৰৰ ওচৰৰ কালভাৰায়ন পাহাৰৰ। আনাইভাৰী জলপ্ৰপাতৰ প্ৰৱল বানত আৱদ্ধ শিশু মহিলাক উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলটোৱে। যোৱা দেওবাৰে … Read more

পেট্ৰ’ল ৪੦੦ টকা লিটাৰ হ’লে বাইকৰ ওপৰত ছাদ ৰাখিব পাৰিবনে? ভবেশ কলিতালৈ প্ৰশ্ন বিশিষ্ট কবি কুমাৰ বিশ্বাসৰ

নিউজ ডেস্ক। দেশত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। ইন্ধনৰ মূল্যবৃদ্ধিয়ে এতিয়া ৰাজনৈতিক বাক্যবাণ তীব্ৰ কৰি তুলিছে। ইন্ধনৰ মূল্যবৃদ্ধি সন্দৰ্ভত আচৰ্য্যকৰ মন্তব্য কৰি আহিছে বিজেপি নেতা-মন্ত্ৰীয়ে। শেহতীয়াকৈ বিজেপি নেতা ভবেশ কলিতাই মূল্যবৃদ্ধি সন্দৰ্ভত এক বিতৰ্কিত মন্তব্য কৰিছিল। তেওঁ কয় যে, যদি পেট্ৰ’ল প্ৰতি লিটাৰত ২০০ টকা হয়, তেন্তে বাইকত তিনিজন উঠাৰ ক্ষেত্ৰত ৰেহাই … Read more

আঁতৰিল অসমীয়া, শিলচৰ ৰে’ল ষ্টেচনত বিভাগীয়ভাৱে লগােৱা হ’ল বঙালী ভাষাৰ হ’ৰ্ডিং

নিউজ ডেস্ক। বৰাকত অসমীয়া ভাষা ব্যৱহাৰক লৈ তীব্ৰ প্ৰতিবাদ কৰিছিল বৰাকৰ দুই সংগঠন ক্ৰমে বৰাক ডেম’ক্রেটিক য়ুথ ফ্ৰণ্ট আৰু সদৌ বঙালী ছাত্ৰ যুৱ সংগঠনে। শিলচৰ ৰে’ল ষ্টেচনত অসমীয়া ভাষাৰ চৰকাৰী হ’ৰ্ডিঙত কলা ৰং সানি প্ৰতিবাদ কৰিছিল সংগঠন দুটাই। জল জীৱন অভিযানৰ চৰকাৰী বিজ্ঞাপনত কলা ৰং সানিছিল তেওঁলোকে। সংগঠন দুটাই দাবী কৰিছিল যে বৰাকত যিহেতু বঙালী … Read more