আদবাটতে বিকল হ’ল ৰে’লৰ ইঞ্জিন, তাৰ পাছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। আপুনি নিশ্চয় ট্ৰাক, বাছ বা সৰু গাড়ীকে ধৰি আন বহুতো বাহন ঠেলা-ঠেলি কৰা দেখিছে আৰু শুনিছে। গাড়ীৰ ষ্টাৰ্ট নহ’লেও প্ৰায়ে গাড়ী ঠেলা দেখা যায়। কিন্তু আপুনি ৰে’ল ঠেলা বুলি কেতিয়াবা শুনিছে বা দেখিছেনে? নিশ্চয়কৈ আপুনি তেনে অবান্তৰ কথা শুনা নাই বা হয়তো মানুহক ৰেল ঠেলি থকা দেখা নাই। কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে … Read more

উৰন্ত বিমানত হাৰ্ট এটেকত আক্ৰান্ত বাংলাদেশৰ পাইলটৰ ভাৰতত মৃত্যু

নিউজ ডেস্ক। অৱশেষত মৃত্যুৰ সৈতে যুঁজি হাৰ মানিলে বিমান বাংলাদেশ এয়াৰলাইনছৰ পাইলট কেপ্টেইন নৌছাদ আতাউল কায়ুমে। উল্লেখ্য যে যোৱা ২৭ আগষ্টত মাস্কটৰ পৰা বাংলাদেশৰ ঢাকা অভিমুখী বিমান বাংলাদেশ এয়াৰলাইনছৰ এখন বিমানৰ জৰুৰী অৱতৰণ হৈছিল মহাৰাষ্ট্ৰৰ নাগপুৰত। বিমানৰ পাইলট হৃদৰোগত আক্ৰান্ত হোৱাৰ বাবেই কৰিবলগীয়া হৈছিল জৰুৰী অৱতৰণ। ইয়াৰ পিছতেই পাইলটজনক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত। আৰু ৩০ … Read more

শ্মশানলৈ পিতৃৰ মৃতদেহ কান্ধত নিলে দুই কন্যাই, কৰিলে মুখাগ্নিও

নিউজ ডেস্ক। সাধাৰণতে কোনো লোকৰ মৃত্যু হ’লে শ্মশানলৈ মৃতদেহ নিয়ে কেৱল পুৰুষে। এইক্ষেত্ৰত মহিলাৰ হস্তক্ষেপ যেন বৰ্জিত। আনকি মৃতদেহত মুখাগ্নি কৰাৰ দৃশ্যও অতি দুৰ্লভ। কিন্তু এইবাৰ দেখা গ’ল এক ব্যতিক্ৰম দৃশ্য। শ্মশানলৈ পিতৃৰ মৃতদেহ লৈ গল দুই কন্যা সহ আত্মীয় আন মহিলাই। মুখাগ্নিও কৰিলে কন্যাই। পুত্ৰ থকাৰ পিছতো কন্যাই কৰিলে এই কাম। এই ঘটনা যোৱা … Read more

মেৰী কমক উপহাৰ প্ৰদান ৰেন’ল্ট ইণ্ডিয়াৰ

নিউজ ডেস্ক। অলিম্পিক বিজেতা তথা ছয়বাৰৰ বিশ্ব বক্সিং চেম্পিয়ন মেৰী কমক উপহাৰ প্ৰদান ৰেন’ল্ট ইণ্ডিয়াৰ। ২৮ আগষ্টত এক অনুষ্ঠানত টকিঅ’ অলিম্পিকৰ পতাকাবাহক (flagbearer) তথা কিংবদন্তি বক্সাৰ মেৰী কমক সন্মানিত কৰে গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান ৰেন’ল্ট ইণ্ডিয়াই। গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান টোৱে বক্সাৰ গৰাকীক এখন ৰেনল্ট কিগাৰ কম্পেক্ট এছইউভি গাড়ী উপহাৰ দিয়ে। ৰেন’ল্ট ইণ্ডিয়া অপাৰেচনৰ দেশৰ মুখ্য কাৰ্যবাহী … Read more

অগাধ সম্পত্তিৰ গৰাকী বহু পদপথৰ ব্যৱসায়ী! আয়কৰ বিভাগৰ হাতত কােটিপতিৰ তালিকা

নিউজ ডেস্ক। সাধাৰণতে পদপথত ফুচকা, চানা আদি বিক্ৰী কৰা লোকসকলক দৰিদ্ৰ শ্ৰেণী বুলিয়েই ধৰা হয়। যিয়ে এদিন নিজৰ ক্ষুদ্ৰ ব্যৱসায় নচলালে পৰিয়ালৰ পেট নভৰে বুলি কয়। কিন্তু সঁচাই তেনেকুৱা হয় জানো। আপোনাক যদি কওঁ যে তেনে ধৰণৰ ব্যৱসায়ী কোটিপতি। আপুনি বিশ্বাস কৰিবনে? নিশ্চয় নকৰিব। কিন্তু আপুনি বিশ্বাস নকৰিলেও উপায় নাই। আপোনাৰ ধাৰণা ভুল। তেনে লোক … Read more

জটিল ৰােগত আক্ৰান্ত পিতৃ চেন্নাইত চিকিৎসাধীন, পথ দুৰ্ঘটনাত অকাল মৃত্যু একমাত্ৰ পুত্ৰৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। নিমিষতে থানবান হৈ গ’ল এটা পৰিয়াল। জটিল ৰােগত আক্ৰান্ত পিতৃ চিকিৎসাৰ বাবে চেন্নাইত চিকিৎসাধীন হৈ থকাৰ সময়তে পথ দুৰ্ঘটনাত অকালতে প্ৰাণ গ’ল একমাত্ৰ পুত্ৰ সন্তানৰ। এই কৰুণ ঘটনা সংঘটিত হৈছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফকিৰগঞ্জত। জানিব পৰা মতে, সামাজিক মাধ্যমৰ বাবে ভিডিঅ’ ৰেকৰ্ড কৰিবলৈ গৈ কৰুণ মৃত্যুক আকােৱালি ল’লে ফৰিদুল ইছলাম … Read more

সাপ্তাহিক ৰাশিফলঃ ৩০ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈকে জানক আপোনাৰ ৰাশিফল

মেষ ৰাশি- এই সপ্তাহত আপোনাৰ ধৈৰ্য্য হ্ৰাস হ’ব পাৰে। আপোনাৰ আৱেগ নিয়ন্ত্ৰণত ৰাখিব। পাৰিবাৰিক কিছু খেলিমেলি বৃদ্ধি হ’ব পাৰে। আপোনাৰ চাকৰিৰ পদোন্নতিৰ যোগ আছে। উপাৰ্জন বৃদ্ধি হ’ব। বস্ত্ৰ ক্ৰয় আদিত ব্যয় হ’ব। শৈক্ষিক কাৰ্যকলাপত ব্যাঘাত ঘটিব। শিশুসকলৰ স্বাস্থ্যজনিত বিকাৰ হ’ব পাৰে। মানসিক শান্তি থাকিব, কিন্তু মনত অসন্তুষ্টিও থাকিব। পৰিয়ালত ধৰ্মীয় কাৰ্যকলাপ থাকিব। উপহাৰ হিচাপে কাপোৰ … Read more

বিজুতিৰ বাবে খেলপথাৰত অৱতৰণ কৰা হেলিকপ্টাৰৰ পূজা, উৰণৰ মুহূৰ্তত এইটাে শ্ল’গান ৰাইজৰ…

নিউজ ডেস্ক। এক ব্যতিক্ৰমী দৃশ্য। কাৰিকৰী বিজুতিৰ বাবে ৪ দিন ধৰি আবদ্ধ হৈ থকা সেনাৰ অত্যাধুনিক হেলিকপ্টাৰ পুনৰ মেৰামতিৰ পাছতে উৰণৰ মুহূৰ্তত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য। উক্ত ঠাইত সমবেত হােৱা শ শ স্থানীয় লােকে হেলিকপ্টাৰখনৰ উৰণৰ মুহূৰ্তত দিলে দেশপ্ৰেমমূলক শ্ল’গান। হাতে হাতে ত্ৰিৰং পতাকা লৈ থকা লােকৰ ভাৰত মাতা কী জয়, বন্দে মাতৰম আদি … Read more

জোৱানে চখতে বিয়া কৰালে তিনিজনীক, অৱশেষত চম্ভালিব নোৱাৰি পৰিল বিপদত

নিউজ ডেস্ক। কেতিয়াবা কোৱা হয় যে বিবাহত আৱদ্ধ হোৱা মানেই যেন ডিঙিত জৰী লগোৱা। এইবাৰ এই কথা যেন কিছু হ’লেও সঁচা প্ৰমাণিত হ’ল এজন সেনা জোৱানৰ ক্ষেত্ৰত। জোৱানজনে চখতে মিছা কথা কৈ বিয়া কৰালে তিনি গৰাকীক। তিনি পত্নীৰ স্বামী হ’ল তেওঁ। কিন্তু পাৰিবাৰিক সমস্যা চম্ভালিব নোৱাৰি তেওঁ পৰিল বিপদত। পত্নীয়ে তেওঁৰ বিৰুদ্ধে আৰক্ষীক দিলে গোচৰ। … Read more

টকিঅ’ পেৰালিম্পিকত ইতিহাস সৃষ্টি, ভবিনাবেন পেটেলে লাভ কৰিলে পদক

নিউজ ডেস্ক। টকিঅ’ পেৰালিম্পিকত ইতিহাস সৃষ্টি ভাৰতৰ ভবিনাবেন পেটেলৰ। তেওঁ টেবুল টেনিছৰ মহিলা এককত চতুৰ্থ শ্ৰেণীৰ ভাৰতৰ প্ৰথম পদক জয় কৰিবলৈ সক্ষম হয়। ফাইনেলত ভবিনাই বিশ্বৰ এক নম্বৰ চীনা ঝৌ য়িঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল। য়িঙে ভবিনাক ১১-৭, ১১-৫ আৰু ১১-৬ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ জয় কৰে। যাৰ ফলত ভৱিনাই লাভ কৰিলে ৰূপ। বৰ্তমান তেওঁ টেবুল … Read more