ওপজা দিনত চনু সুদক অনুৰাগীৰ শুভেচ্ছা, জন্মদিনত চনুৱে প্ৰকাশ কৰিলে এই ইচ্ছা…

নিউজ ডেস্ক। বলিউড অভিনেতা চনু সুদে ৩০ জুলাইত পালন কৰে তেওঁৰ ৪৮ সংখ্যক জন্মদিন। চনু সুদ বলিউদৰ এনেকুৱা এজন তাৰকা, যিয়ে কেৱল নিজৰ অভিনয়ৰ যোগেদিয়েই নহয়, নিজৰ অসামান্য কামৰ জৰিয়তে জয় কৰিছে সকলোৰে অন্তৰ। কোৰোনা মহামাৰীৰ সময়ত তেওঁ যেনেদৰে আনক সহায় কৰিছে, সেইয়াক যিমান কৃতজ্ঞতা জনালেও পৰ্যাপ্ত নহ’ব। কোৰোনা কালত তেওঁ দৰিদ্ৰ তথা প্ৰব্ৰজিত শ্ৰমিক … Read more

মোৰ বাবে কৰা সকলো ত্যাগৰ বাবে আপোনালোকলৈ ধন্যবাদ এমা আৰু বাবা: মীৰাবাই চানু

নিউজ ডেস্ক। চলিত অলিম্পিক ২০২০ ত ভাৰোত্তোলক মীৰাবাই চানুৱে দেশক প্ৰদান কৰিলে প্ৰথমটো পদক। ভাৰোত্তোলৰ মহিলাৰ ৪৯ কিলো শাখাত তেওঁ লাভ কৰিছিল ৰূপৰ পদক। পদক লাভৰ পিছৰে পৰা সামাজিক মাধ্যমত তেওঁক লৈ বহুতে কৰিছে ভিন্ন প’ষ্ট। তেওঁ আপলোড কৰা বিভিন্ন প’ষ্ট ব্যৱহাৰকাৰী সকলে শ্বেয়াৰ কৰিছে। সেই সমূহৰ ভিতৰত তেওঁ আপলোড কৰা এখন ছবিয়ে ব্যৱহাৰকাৰী সকলৰ … Read more

দেশবাসীৰ হৃদয় জয় কৰি অলিম্পিকৰ পৰা বিদায় ল’লে মেৰীকমে

নিউজ ডেস্ক। জীৱনৰ অন্তিমটাে অলিম্পিকত পদ লাভ নকৰিলেও দেশবাসীৰ হৃদয় জয় কৰি টকিঅ’ অলিম্পিকৰ পৰা বিদায় ল’লে কিংবদন্তি বক্সাৰ মেৰীকমে। প্ৰি-কােৱাৰ্টাৰ ফাইনেলৰ খেলত শক্তিশালী প্ৰতিদ্বন্দ্বী কলম্বিয়াৰ বক্সাৰৰ সৈতে ২-৩ ৰ ব্যৱধানত পৰাজিত হ’ল মেৰীকম। প্ৰথম ৰাউণ্ডত আগবাঢ়ি আছিল ভেলেঞ্চিয়া। দ্বিতীয় ৰাউণ্ডত দুৰ্দান্ত কাম বেক কৰে মেৰী কমে। কিন্তু তৃতীয় ৰাউণ্ডত গুৰুত্বপূৰ্ণ পাঞ্চ মৰাৰ বাবে সফল … Read more

বিশিষ্ট সাহিত্যিক ডঃ অনিমা গুহৰ দেহাৱসান, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ…

বিশিষ্টা লেখিকা ডঃ অনিমা গুহৰ দেহাৱসান। স্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগি আছিল লেখিকাগৰাকী। বিয়লি ৩-৪০ বজাত মহানগৰীৰ ‘আৰ্য হাস্পতাল’ত মৃত্যু ঘটে ড০ গুহৰ। উলুবাৰীস্থিত বাসভৱনত মৃত্যু হৈছে অনিমা গুহৰ। প্ৰখ্যাত নিবন্ধকাৰ অমলেন্দু গুহৰ পত্নী আছিল অনিমা গুহ। ৯০বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অনিমা গুহে। তেওঁৰ মৃত্যু অনুৰাগীসকলৰ শোকপ্ৰকাশ। বিশিষ্ট লেখিকা গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী … Read more

অসম-মিজোৰাম সীমান্তৰ ঘটনাত মৰ্মাহত মেঘালয়ৰ ৰাজ্যপাল, দিলে এই পৰামৰ্শ

নিউজ ডেস্ক। অসম তথা মিজােৰাম মাজত সীমা সমস্যাক লৈ শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাত উদ্বিগ্ন হৈ পৰিছে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিক। এই প্ৰতিবেদকৰ সৈতে মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলং স্থিত ৰাজভৱনত হােৱা এক আছুতীয়া সাক্ষাৎকাৰত এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৰাজ্যপালগৰাকীয়ে। এই প্ৰতিবেদকৰ আগৰ মন্তব্য কৰি তেওঁ কয় যে দুই ৰাজ্য প্ৰশাসনৰ মাজত আলােচনাৰ জৰিয়তে এই সমস্যাৰ … Read more

সামাজিক মাধ্যমত ভাইৰেল এটা বিশেষ ৰে’লপথৰ নান্দনিক দৃশ্য, চাওক ভিডিঅ’

নিউজ ডেস্ক। দেশজুৰি মনচুনৰ বাৰিষা অব্যাহত থকাৰ মাজতে সামাজিক মাধ্যমত শেহতীয়াকৈ ভাইৰেল হৈছে এটা বিশেষ ৰে’লপথত দৃশ্য। শাৰী শাৰী জলপ্ৰপাতৰ পানীৰ আচ্ছাদনৰ মাজেৰে পাৰ হৈছে যাত্ৰীবাহী ৰে’ল। এক নান্দনিক দৃশ্য। এই দৃশ্য দুধসাগৰ জলপ্ৰপাতৰ। উল্লেখ্য যে কৰ্ণাটক আৰু গােৱাৰ সীমান্তত অৱস্থিত এই দুধসাগৰ জলপ্ৰপাত। দৃশ্যটোত দেখা অনুসৰি, দক্ষিণ পশ্চিম ৰেলৱেৰ এখন ৰেল দুধসাগৰ জলপ্ৰপাতৰ কাষৰে … Read more

ৰাজহুৱা স্থানত বিষাক্ত সাপ ডিঙিত লৈ কৰি আছিল ধেমালি, তাৰ পিছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। সাধাৰণতে সাপক লৈ কোনোৱে নকৰে ধেমালি। সাপ দেখিলেই আঁতৰি যায় বহুতেই। কিন্তু এইবাৰ এজন লোকে সেই কথাক গুৰুত্ব নিদি বিষাক্ত সাপৰ লগত কৰিলে ধেমালি। যাৰ ফলত সাপৰ দংশনত মৃত্যুক আঁকোৱালি লবলগীয়া হ’ল লোকজনে। এই ঘটনা বৃহস্পতিবাৰৰ মহাৰাষ্ট্ৰৰ থানে জিলাৰ। আৰু এই দৃশ্য কেমেৰাত বন্দী কৰিছিল লোকজনৰ এজন বন্ধুৱে। আৰক্ষীয়ে জনোৱা অনুসৰি, থানে জিলাৰ … Read more

অটােৰ খুন্দাত ন্যায়াধীশৰ মৃত্যু, CCTV ত বন্দী ৰহস্যজনক দুৰ্ঘটনাৰ দৃশ্য

নিউজ ডেস্ক। এক ৰহস্যজনক পথ দুৰ্ঘটনা। প্ৰাতঃ ভ্ৰমণৰ সময়ত অটােৰ খুন্দাত মৃত্যু জিলা তথা সত্ৰ ন্যায়াধীশৰ। এই ঘটনা ঝাৰখণ্ডৰ ধনবাদৰ। নিহত ন্যায়াধীশজনক নাম উত্তম আনন্দ। তেওঁ হাজাৰীবাগত বাস কৰে। তেওঁ পিতৃ আৰু ভাতৃ হাজিৰাবাগ আদালতৰ অধিবক্তা। এই ঘটনা প্ৰথমতে দুৰ্ঘটনা বুলি ধৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত চিচি টিভিৰ দৃশ্যৰ ভিত্তিত পােহৰলৈ আহে যে প্ৰকৃততে এই … Read more

সংসদলৈ চাইকেল চলাই গ’ল ৰিপুন বৰা!

নিউজ ডেস্ক। দেশত দৈনিক বৃদ্ধি পায় আছে অত্যাৱশ্যকীয় সামগ্ৰী। ইয়াৰ লগতে বৃদ্ধি পাইছে ইন্ধনজাত সামগ্ৰীৰ মূল্য। পেট্ৰল, ডিজেলৰ মূল্যই অতিক্ৰম কৰিলে শতকৰ ঘৰ। তথাপিও বিশেষ গুৰুত্ব নাই চৰকাৰৰ। বিৰোধী দলসমূহে ইয়াৰ বিৰুদ্ধে কৰি আহিছে প্ৰতিবাদ। তথাপিও ইয়াক আওকাণ কৰি চলিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ। সেয়েহে এইবাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গাত বেনাৰ ওলমাই চাইকেল চলাই প্ৰতিবাদ কৰিলে … Read more

এইবাৰ সামাজিক মাধ্যমত ভাইৰেল জুনিয়ৰ মীৰাবাই! চাওক ভিডিঅ’

নিউজ ডেস্ক। চলিত টকিঅ’ অলিম্পিকত দেশে লাভ কৰিছে মাত্ৰ এটা পদক। আৰু সেই পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে মণিপুৰৰ ২৬ বছৰীয়া ভাৰোত্তোলক মীৰাবাই চানুৱে। শনিবাৰে ভাৰোত্তোলনৰ ৪৯ কিলো শাখাত চানুৱে লাভ কৰে ৰূপৰ পদক। আৰু ইয়াৰ পিছতেই দেশজুৰি প্ৰশংসিত হৈ পৰে চানু। দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পৰা বিশিষ্ট ব্যক্তিলৈকে সকলোৱে শুভেচ্ছা জনায় তেওঁক। বিমানবন্দৰৰ পৰা সকলোতে … Read more