যেন সাক্ষাৎ ‘চুপাৰমেন’! নিশ্চিত দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিলে এগৰাকী শিশুক
নিউজ ডেস্ক। অসমীয়াত এষাৰ কথা আছে যে ‘মাৰে হৰি ৰাখে কোনে’। এইবাৰ পুনৰ সেই আপ্ত বাক্যশাৰীয়েই যেন প্ৰমাণিত হ’ল এক ঘটনাৰ ক্ষেত্ৰত। এই ঘটনাৰ দৃশ্য সম্প্ৰতি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যম টুইটাৰত। টুইটাৰত ‘Rex Chapman’ নামৰ পেজটোৱে শ্বেয়াৰ কৰা দৃশ্যটোত দেখা অনুসৰি, এটা ব্যস্ত ৰাজপথ। অহৰহ অহা যোৱা হৈ আছে যান-বাহন। পথটোৰ ইটো পাৰে এজনী … Read more