মৰ্মান্তিক! বাইক আৰোহীক পৰিয়ালক ভুল দিশেৰে আহি খুন্দা ট্ৰেক্টৰৰ, দুবছৰীয়া পুত্ৰসহ মৃত্যু পতি-পত্নীৰ
নিউজ ডেস্কঃ ভুল দিশেৰে অহা ট্ৰেক্টৰৰ খুন্দাত প্ৰাণ গ’ল বাইক আৰোহী এটা পৰিয়ালৰ! এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ আজমেৰ জিলাত। শুকুৰবাৰে সংঘটিত এই দুৰ্ঘটনাত মৃত্যু ঘটে এহাল দম্পতীৰ লগতে তেওঁৰ দুবছৰীয়া কনিষ্ঠ পুত্ৰৰ। দুৰ্ঘটনাত দম্পতীহালৰ ৪ বছৰীয়া জ্যেষ্ঠ পুত্ৰ আৰু আন এজন কিশোৰ গুৰুতৰভাৱে আহত হয়। আহত সকলক বৰ্তমান হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জানিব … Read more