দেশৰ সবাতোকৈ বয়সীয়াল ভােটাৰে গ্ৰহণ কৰিলে ক’ভিড-১৯ৰ প্ৰতিষেধক
নিউজ ডেস্ক। দেশৰ সবাতোকৈ বয়সীয়াল ভােটাৰ হিচাপে পৰিচিত নাম হৈছে হিমাচল প্ৰদেশৰ কিন্নাওৰ জিলাৰ শ্যাম চৰণ নেগী। এই লােকজনৰ বয়স হৈছে ১০৩ বছৰ। এইবাৰ এই শতায়ু গৰকা বৃদ্ধজনে সকলোকে ক’ভিড-১৯ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাই মংগলবাৰে গ্ৰহণ কৰিলে কভিড প্ৰতিষেধক। তেওঁ প্ৰতিষেধক গ্ৰহণ কৰিলে কল্পস্থিত তেওঁৰ ঘৰৰ পৰা ৫০০ মিটাৰ দূৰত্বৰ এটা স্বাস্থ্য কেন্দ্ৰত। প্ৰতিষেধক … Read more