পুনৰ গ্ৰাহকৰ মূৰত মাধমাৰ SBI ৰ! ATM ৰ ব্যৱহাৰৰ ক্ষেত্ৰত নতুন নিয়ম বলৱৎ
নিউজ ডেস্ক। নিতৌ নতুন নতুন নিয়ম বলৱৎ কৰি গ্ৰাহকৰ মূৰত মাধমাৰ সােধাইছে ৰাজহুৱা খণ্ডৰ অধিকাংশ বেংকে। বিশেষকৈ এটিএমৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান অদ্ভূত চৰ্ত আৰােপ কৰি বছৰি হাজাৰ হাজাৰ কােটি জৰিমনা সংগ্ৰহ কৰিছে একাংশ বেংকে। ভাৰতৰ ৰাজহুৱা খণ্ডৰ বৃহত্তৰ বেংক ভাৰতীয় ষ্টেট বেংকেও প্ৰায়ে সংযোজন কৰিছে নতুন নতুন কিছু নিয়ম। সেই অনুসৰি এ টি এমৰ পৰা … Read more