প্ৰাক্তন বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান
ৰিপ’ৰ্টঃ অৰুপ কুমাৰ ৰায়। পুৱতি নিশা নিয়তিৰ ওচৰত হাৰ মানিলে দেৰগাওঁ সমষ্টিৰ প্ৰাক্তণ বিধায়িকা আৰতি হাজৰিকা কছাৰীয়ে । কংগ্ৰেছ নেত্ৰী গৰাকীয়ে পুৱতি নিশা ২ বাজি ১৫ মিনিটত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লয়। পুৱতি নিশা হঠাৎ অসুষ্ঠ হৈ পৰাত দেৰগাঁও ত্ৰিশ খন যুক্ত চৰকাৰী চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়তে মৃত্যুক সাৱতি লয় জেষ্ঠ কংগ্ৰেছ নেত্ৰী … Read more