পথৰ ওপৰত গড়কাপ্তানী বিভাগে পেলাই থোৱা মাটিৰ দমত খুন্দা মাৰি মৃত্যুক সাৱটিলে নীলােৎপলে…
নিউজ ডেস্কঃ বানে ছিগা পথৰ মেৰামতিৰ নামত পেলাই থোৱা মাটিৰ দমত খুন্দা মাৰি মৃত্যুক সাৱটি ল’বলগীয়া হ’ল এজন যুৱকে। বিগত তিনিদিন ধৰি হাস্পতালত চিকিৎসাধীন হৈ থাকি দেওবাৰে যুৱকজনৰ মৃত্যুৰ বাতৰিয়ে সৃষ্টি কৰিছে শোকাকুল পৰিৱেশৰ। সমান্তৰালভাৱে কোনো আগতীয়া সতৰ্কবাণী অবিহনে এনেদৰে পথৰ ওপৰত মাটি পেলাই থোৱা গড়কাপ্তানী বিভাগৰ ওপৰতো ক্ষোভ ব্যক্ত কৰিছে বহুতে। জানিব পৰা মতে, … Read more