শোকাবহ! নৈত গা ধুবলৈ নামি সাঁতুৰিব নজনাৰ বাবেই সলিল সমাধি ঘটিল নৱনীতৰ…
নিউজ ডেস্কঃ বন্ধুৰ সৈতে নৈত গা ধুবলৈ গৈ পিছলি পৰি সলিল সমাধি ঘটিল এজন চফল যুৱকৰ। সোমবাৰে মাজুলীৰ আউনীআটি অঞ্চলৰ জুগুনীধাৰী গাঁৱৰ সমীপত ব্ৰহ্মপুত্ৰত সংঘটিত এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ মাজুলীত। জানিব পৰা মতে, জুগুনীধাৰী গাঁৱৰ নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট শিল্পী গুণীন বৰাৰ একমাত্ৰ পুত্ৰ নৱনীত বৰাই সোমবাৰে দুপৰীয়া আলহী হিচাপে অহা আন … Read more