ভয়ংকৰ দুৰ্ঘটনা! প্ৰতিমা বিসৰ্জনৰ বাবে যােৱাৰ পথত দুৰ্ঘটনাত পতিত মিনি ট্ৰাক…
নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰতিমা বিসৰ্জন দিবলৈ যােৱাৰ পথত ওদালগুৰি জিলাৰ কাহিবাৰীত নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰিল মহিন্দ্ৰ চুপ্ৰ’ মিনি ট্ৰাক। এই দুৰ্ঘটনাত আহত হয় বাহন খনত থকা শিশু-মহিলা সহ ১৬ জন। জানিব পৰা মতে, ওদালগুৰি চহৰৰ বাপুজি নগৰৰ নিবাসীসকলে বিপদনাশিনী পূজা অৰ্চনা কৰি পৰম্পৰা অনুসৰি প্ৰতিমা বিসৰ্জন দিবলৈ বুলি প্ৰায় পোন্ধৰজনীয়া মহিলা … Read more